• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

গৰু হত্যা কৰিলে ক্ষমা নকৰে ভগৱানে! মন্তব্য গুজৰাট উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 23, 2023 9:26 pm
cattle Gujarat High Court
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এই দেশত গৰুক ভগৱান হিচাপে পূজা কৰা হয়। গতিকে গৰুক অত্যাচাৰ কৰিলে বা গৰু হত্যা কৰিলে ভগৱানে ক্ষমা নকৰে। এই মন্তব্য কোনো হিন্দুত্ববাদী নেতাৰ নহয়।

গুজৰাট উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে কৰিছে এই মন্তব্য। এক পুৰণি ৰায়ৰ উল্লেখেৰে এই মন্তব্য কৰিছে গুজৰাট উচ্চ ন্যায়ালয়ে।

Apply Now

আদালতৰ মতে, মানুহৰ আৰামৰ বাবে জীৱ-জন্তু হত্যা কৰাটো অপৰাধ। এক গোচৰৰ শুনানিৰ সময়ত আদালতে এইদৰে কয়।

দৰাচলতে গুজৰাটৰ ৰাজপথত গৰাকীবিহীন গৰুৰ সংখ্যা দিনক দিনে বাঢ়ি আহিছে। গুজৰাট, ৰাজস্থান, উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যত গৰু বুঢ়া হ’লে পথত এৰি দিয়া হয় আৰু সেইবাবেই পথত গৰুৰ সংখ্যা বৃদ্ধি পাইছে।

বহু সময়ত এই গৰুবোৰৰ পথতে মৃত্যু হয়। বহু সময়ত দুৰ্ঘটনাৰ বাবেও মৃত্যু হয় এনে এই গৰুবোৰৰ আৰু ইয়াৰ পিছত পথতে পৰি থাকে মৃতদেহবোৰ।

এইদৰে পথত গৰু এৰি দিয়া কাৰ্যত নিষেধাজ্ঞা বিচাৰি গুজৰাট উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছে। শুকুৰবাৰে গোচৰৰ শুনানি গ্ৰহণ কৰে আদালতে।

শুনানিৰ সময়ত ন্যায়াধীশ আশুতোষ শাস্ত্ৰী আৰু ন্যায়াধীশ হেমন্ত প্ৰচ্চাই কয় যে পথত এইদৰে মৰা গৰু পৰি থকাটো সঠিক নহয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অন্ধ্ৰ প্ৰদেশৰ নিৰ্বাচনী হিংসাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতি: ১৯টা স্থানীয় নিকায়ৰ চূড়ান্ত প্ৰাৰ্থী তালিকাত স্থগিতাদেশ

অন্ধ্ৰ প্ৰদেশৰ নিৰ্বাচনী হিংসাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতি: ১৯টা স্থানীয় নিকায়ৰ চূড়ান্ত প্ৰাৰ্থী তালিকাত স্থগিতাদেশ

October 22, 2026 2:52 pm
খানাপাৰাত ২১ৰ পৰা ২৮ অক্টোবৰলৈ ‘শিল্প সমাগম মেলা’: অংশগ্ৰহণ কৰিছে উত্তৰ-পূবকে ধৰি সমগ্ৰ দেশৰ ৭৫ গৰাকী শিল্পীয়ে

খানাপাৰাত ২১ৰ পৰা ২৮ অক্টোবৰলৈ ‘শিল্প সমাগম মেলা’: অংশগ্ৰহণ কৰিছে উত্তৰ-পূবকে ধৰি সমগ্ৰ দেশৰ ৭৫ গৰাকী শিল্পীয়ে

October 22, 2026 1:11 pm
ছৌদি আৰবত ড্ৰোণ আক্ৰমণ: আহত ভাৰতীয় শ্ৰমিক, প্ৰাণ গ’ল দুজনৰ…

ছৌদি আৰবত ড্ৰোণ আক্ৰমণ: আহত ভাৰতীয় শ্ৰমিক, প্ৰাণ গ’ল দুজনৰ…

October 22, 2026 11:30 am
বিজয়া দশমীৰ নিশা গুৱাহাটীত দুৰ্ঘটনা: শিলপুখুৰীত ৩ সুৰামত্ত যুৱকৰ বাহনৰ খুন্দাত আহত পথচাৰী

বিজয়া দশমীৰ নিশা গুৱাহাটীত দুৰ্ঘটনা: শিলপুখুৰীত ৩ সুৰামত্ত যুৱকৰ বাহনৰ খুন্দাত আহত পথচাৰী

October 22, 2026 10:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্ধ্ৰ প্ৰদেশৰ নিৰ্বাচনী হিংসাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতি: ১৯টা স্থানীয় নিকায়ৰ চূড়ান্ত প্ৰাৰ্থী তালিকাত স্থগিতাদেশ

অন্ধ্ৰ প্ৰদেশৰ নিৰ্বাচনী হিংসাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতি: ১৯টা স্থানীয় নিকায়ৰ চূড়ান্ত প্ৰাৰ্থী তালিকাত স্থগিতাদেশ

October 22, 2026 2:52 pm
খানাপাৰাত ২১ৰ পৰা ২৮ অক্টোবৰলৈ ‘শিল্প সমাগম মেলা’: অংশগ্ৰহণ কৰিছে উত্তৰ-পূবকে ধৰি সমগ্ৰ দেশৰ ৭৫ গৰাকী শিল্পীয়ে

খানাপাৰাত ২১ৰ পৰা ২৮ অক্টোবৰলৈ ‘শিল্প সমাগম মেলা’: অংশগ্ৰহণ কৰিছে উত্তৰ-পূবকে ধৰি সমগ্ৰ দেশৰ ৭৫ গৰাকী শিল্পীয়ে

October 22, 2026 1:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd