• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেপ টাউনত ঐতিহাসিক জয়েৰে টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাৰ শীৰ্ষত টীম ইণ্ডিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 5, 2024 8:24 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চেঞ্চুৰিয়ান টেষ্টত পৰাজয়ৰ পিছতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাত ভাৰত ১ নম্বৰৰ পৰা ৫ নম্বৰলৈ পিছলি পৰে। পিছত টীম ইণ্ডিয়াই লীগ টেবুলৰ পৰা আৰু অধিক তললৈ নামি যায় কিয়নো শ্লো অভাৰ ৰেটৰ বাবে ভাৰতৰ পইণ্ট কৰ্তন কৰা হয়। টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাত ছয় নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হয় ৰোহিত বাহিনী। অৱশ্যে কেপ টাউন টেষ্টত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি টীম ইণ্ডিয়াই হেৰুওৱা সিংহাসন পুনৰ দখল কৰে।

কেপ টাউন টেষ্টত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ভাৰতে ৪খন খেলত ৫৪.১৬ শতাংশ হাৰেৰে ২৬ পইণ্ট সংগ্ৰহ কৰিছে। টীম ইণ্ডিয়াই ২ খন টেষ্টত জয়লাভ, ১ খন টেষ্টত ড্ৰ আৰু ১ খন টেষ্টত পৰাস্ত হয়। ফলত ভাৰতে ছয়ৰ পৰা একলৈ জপিয়াই টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাত এক নম্বৰ স্থান দখল কৰে।

দক্ষিণ আফ্ৰিকাই চেঞ্চুৰিয়ান টেষ্টত জয়লাভ কৰি লীগ টেবুলত এক নম্বৰ স্থান দখল কৰিছিল যদিও তেওঁলোকৰ সিংহাসন বেছি দিন নাথাকিল। কেপ টাউন টেষ্টত পৰাস্ত হোৱাৰ পিছত প্ৰটিয়াছৰ ৫০ শতাংশ হাৰত ১২ পইণ্ট আছে। দক্ষিণ আফ্ৰিকা ২ খন খেলৰ ভিতৰত ১ খন খেলত জয়লাভ আৰু ১ খন খেলত পৰাস্ত হয়। এতিয়া প্ৰটিয়াছ লীগ টেবুলৰ দ্বিতীয় স্থানলৈ পিছলি পৰিল।

Apply Now

লগতে পঢ়কঃ চাঞ্চল্য! নিজকে ধৰ্ষণৰ পৰা ৰক্ষা কৰিবলৈ চলন্ত  ট্ৰাকৰ পৰা জপিয়ালে ৬ গৰাকী স্কুলীয়া ছাত্ৰীয়ে

নিউজিলেণ্ডে ২খন খেলত ১২ পইণ্ট সংগ্ৰহ কৰিছে। ১ খন টেষ্টত জয়ী হোৱাৰ বিপৰীতে ১ খন টেষ্ট মেচত পৰাস্ত হয়। গতিকে, তেওঁলোকৰ পইণ্ট সংগ্ৰহৰ হাৰ ৫০ শতাংশ। বৰ্তমান টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাত তৃতীয় স্থানত আছে দলটো।

অষ্ট্ৰেলিয়াই ৭খন খেলৰ পৰা ৪ খন জয়ৰে ৪২ পইণ্ট সংগ্ৰহ কৰিছে। তেওঁলোকে ৫০ শতাংশ হাৰত এই পইণ্ট সংগ্ৰহ কৰে। বৰ্তমান টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাত চতুৰ্থ স্থানত আছে পেট কামিন্সৰ দল। ইতিমধ্যে শ্লো অভাৰ ৰেটৰ বাবে ১০ পইণ্ট কৰ্তন কৰা হৈছে।

বাংলাদেশে ২খন খেলৰ পৰা ১২ পইণ্ট সংগ্ৰহ কৰে। ১ খন টেষ্টত জয়ী হোৱাৰ বিপৰীতে ১ টেষ্টত পৰাস্ত হয়। গতিকে, বাংলাদেশৰো পইণ্ট সংগ্ৰহৰ হাৰ ৫০ শতাংশ। সম্প্ৰতি টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাত পাঁচ নম্বৰ স্থানত আছে বাংলাদেশ।

লগতে পঢ়কঃ‘কোনো কেলেংকাৰী হোৱা নাই, মোৰ সততাই হৈছে মোৰ সৰ্বোত্তম শক্তি’ কেজৰিৱাল

৪ খন খেলৰ ভিতৰত ২ খনত পৰাস্ত হৈছে পাকিস্তান। তেওঁলোকে ৪৫.৮৩ শতাংশ হাৰত ২২ পইণ্ট সংগ্ৰহ কৰিছে। আচলতে পাকিস্তানক শ্লো অভাৰ ৰেটৰ বাবে ২ পইণ্ট কৰ্তন কৰা হৈছিল। টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাত ৬ নম্বৰ স্থানলৈ পিছলি পৰে পাকিস্তান।

আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাত সপ্তম স্থানত আছে ৱেষ্ট ইণ্ডিজ। তেওঁলোকে ২খন টেষ্টত ১৬.৬৭ শতাংশ হাৰত ৪ পইণ্ট সংগ্ৰহ কৰে।

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাত ইংলেণ্ডে ৮ নম্বৰ স্থানত আছে। ৫খন মেচত ১৫ শতাংশ হাৰৰ  সৈতে ৯ পইণ্ট সংগ্ৰহ কৰিছে। ইতিমধ্যে তেওঁলোকৰ শ্লো অভাৰ ৰেটৰ বাবে ১৯ পইণ্ট কৰ্তন কৰা হৈছে।

লগতে পঢ়কঃ অপৰূপ ৰূপ ৰূপিকাৰ! ৫৫ বছৰ বয়সত `মিচেছ ইণ্ডিয়া ৱান ইন এ মিলিয়ন’ৰ খিতাপ জয় জম্মু সুন্দৰীৰ

টেষ্ট চেম্পিয়নশ্বিপৰ অধীনত ২ খন মেচ খেলিলেও শ্ৰীলংকাই এতিয়াও কোনো পইণ্ট সংগ্ৰহ পৰা নাই। ২ খন মেচত পৰাস্ত হৈছে। বৰ্তমান শ্ৰীলংকা টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাৰ তলত ৯ নম্বৰত আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd