• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

চাঞ্চল্য! নিজকে ধৰ্ষণৰ পৰা ৰক্ষা কৰিবলৈ চলন্ত  ট্ৰাকৰ পৰা জপিয়ালে ৬ গৰাকী স্কুলীয়া ছাত্ৰীয়ে

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
January 4, 2024 7:06 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আহমেদাবাদত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ধৰ্ষণৰ পৰা নিজকে বচাবলৈ চলন্ত ট্ৰাকৰ পৰা জাঁপ দিলে ৬ গৰাকী স্কুলীয়া নাবালিকা ছাত্ৰীয়ে। 

ঘটনাৰ বিৱৰণ অনুসৰি, স্কুলৰ পৰা ঘৰলৈ ঘূৰি আহিবলৈ এখন ট্ৰাক উঠিছিল ৬ গৰাকী স্কুলীয়া ছাত্ৰী। স্কুলৰ পৰা ট্ৰাকত এইদৰে ঘৰলৈ উভটি অহাৰ পথত ট্ৰাক চালক আৰু চালকৰ ৫ গৰাকী সতীৰ্থই ছাত্ৰীকেইগৰাকীক ধৰ্ষণৰ চেষ্টা চলায়। নিজকে ধৰ্ষণৰ পৰা ৰক্ষা কৰিবৰ বাবে ট্ৰাকৰ পৰা জঁপিয়াই আঘাতপ্ৰাপ্ত হয় ছাত্ৰীকেইগৰাকী। 

Apply Now

মঙলবাৰে গুজৰাটৰ চোটাৱাদেপুৰ জিলাত সংঘটিত হয় এই ঘটনা। সেই জিলাৰ আৰক্ষী অধীক্ষকে জনোৱা মতে, ঘটনা সন্দৰ্ভত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে। ইয়াৰে এজন অভিযুক্তকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বাকীসকলৰ সন্ধান অব্যাহত আছে।

জানিব পৰা মতে ছাত্ৰীকেইগৰাকীৰ ঘৰ সংখেদা তালুকৰ এখন গাঁৱত। তেওঁলোকৰ ঘৰৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত্বত বিদ্যালয়খন অৱস্থিত। মঙলবাৰে বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি আহিবলৈ এখন ট্ৰাকত উঠিছিল ছাত্ৰীকেইগৰাকী। 

অভিযোগ অনুসৰি, সেই ট্ৰাক খনত চালকৰ বাহিৰেও আন পাঁচজন লোক উপস্থিত আছিল। চালককে ধৰি ট্ৰাকখনত উপস্থিত থকা আন লোকসকলে ছাত্ৰীকেইগৰাকীক যৌন নিৰ্যাতন চলাবলৈ চেষ্টা কৰিছিল। 

ধৰ্ষণৰ পৰা ৰক্ষা পাবলৈ চলন্ত ট্ৰাকৰ পৰা জঁপিয়াই দিয়া আটাইকেইগৰাকিই ছাত্ৰী গুৰুতৰভাবে আহত হৈছে আৰু বৰ্তমান আটাইকেইগৰাকী চিকিৎসাধীন হৈ আছে। 

ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষক ইমতিয়াজ শ্বেখে কয় যে আটাইকেইজন অভিযুক্তক চিনাক্ত কৰা হৈছে। এজনক গ্ৰেপ্তাৰ কৰা হৈছে। বাকী কেইজনৰ সন্ধান চলি আছে। 

তেওঁ কয় যে POCSO আৰু ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে, সুযোগ উপলব্ধি কৰি অভিযুক্তই পলায়ন কৰিছে।”

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

August 21, 2026 8:36 am
আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

August 21, 2026 7:47 am
যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

August 21, 2026 6:56 am
গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

August 21, 2026 8:36 am
আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

August 21, 2026 7:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd