• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১১ বছৰ পিছত পেৰ’লত মুকলি হ’ল ভেলেণ্টাইন ডে’ত প্ৰেমিকাক হত্যা কৰা অলিম্পিয়ান অস্কাৰ পিষ্ট’ৰিয়াছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 6, 2024 9:08 am
অস্কাৰ পিষ্ট’ৰিয়াছ আৰু তেওঁ হত্যা কৰা প্ৰেমিকা ৰিভা ষ্টিনকেম্প। ফটোঃ সংগ্ৰহীত।

অস্কাৰ পিষ্ট’ৰিয়াছ আৰু তেওঁ হত্যা কৰা প্ৰেমিকা ৰিভা ষ্টিনকেম্প। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১২ চনৰ লণ্ডন অলিম্পিকত তেওঁ তাৰকা হিচাপে পৰিচিত হৈছিল। মূল অলিম্পিকত তেওঁ নামিছিল এজন ব্লেড ৰানাৰ হিচাপে। তাত নাপালেও পেৰালিম্পিকত আহিছিল পদক। কিন্তু সেই সফলতা, জনপ্ৰিয়তা এবছৰলৈকে নাথাকিল। দক্ষিণ আফ্ৰিকাৰ এই স্প্ৰিণ্টাৰগৰাকীয়ে ২০১৩ চনত সমগ্ৰ বিশ্বৰ দৃষ্টিত খলনায়ক হৈ পৰিছিল।

সেই বছৰৰে ১৪ ফেব্ৰুৱাৰী অৰ্থাৎ ভেলেণ্টাইন ডে’ত তেওঁ প্ৰেমিকা ৰিভা ষ্টিনকেম্পক গুলীয়াই হত্যা কৰে। ইয়াক এক ভয়ংকৰ ঘটনা হিচাপে লোৱা হয়। এতিয়া ১১ বছৰৰ পাছত পেৰ’লত কাৰাগাৰৰ পৰা মুক্তি পালে অস্কাৰ পিষ্ট’ৰিয়াছে।

অলিম্পিয়ান দৌৰবিদগৰাকীক শুকুৰবাৰে পুৱা প্ৰায় ৮:৩০ বজাত প্ৰিট’ৰিয়াৰ এটেৰিজভিল কাৰাগাৰৰ পৰা মুকলি কৰি দিয়ে।

Apply Now

লগতে পঢ়কঃ বাংলাদেশত চলন্ত ৰে’লত অগ্নিকাণ্ডৰ ঘটনা; ৫ জনৰ মৃত্যু, বহু হতাহতৰ আশংকা

অস্কাৰ আছিল বিশ্ব ট্ৰেক এণ্ড ফিল্ডৰ এক সুপৰিচিত মুখ। কাৰ্বন ফাইবাৰৰ কৃত্ৰিম ভৰি এখন লৈ তেওঁ ট্ৰেকত নামিছিল। প্ৰায় সকলোতে তেওঁ সফল হৈছিল। ব্লেড ৰানাৰ হিচাপে বিখ্যাত হৈছিল। বিশেষকৈ দক্ষিণ আফ্ৰিকাত অস্কাৰক প্ৰেৰণা হিচাপে দেখা গৈছিল।

২০১৩ চনৰ ভেলেণ্টাইন ডে’ৰ নিশা তেওঁৰ প্ৰিট’ৰিয়াৰ ঘৰৰ পৰা বন্দুকৰ চাৰিটা গুলীৰ শব্দ ভাহি আহিছিল। প্ৰথমতে অস্কাৰে নিজকে বচাবলৈ মিছা মাতিছিল। প্ৰাথমিক জেৰাৰ সময়ত তেওঁ কৈছিল যে তেওঁৰ ঘৰত একাংশ দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰে। তেওঁলোকৰ পৰা নিজকে বচাবলৈ গুলীচালনা কৰে। তাতেই প্ৰেয়সী ৰিভাৰ মৃত্যু হয়।

কিন্তু আৰক্ষীয়ে তদন্তৰ অন্তত সমগ্র বিষয়টো সমাধান কৰিব নোৱাৰিলে৷ অৱশেষত আচল অপৰাধী ধৰা পৰে। যোৱা ছেপ্টেম্বৰ মাহত ৰিভাৰ পিতৃৰ মৃত্যু হৈছিল। ৰিভাৰ মাতৃয়ে অস্কাৰৰ পেৰ’লৰ অনুৰোধৰ বিৰোধিতা কৰা নাছিল।

লগতে পঢ়কঃ ১ জুনৰ পৰা টি-২০ বিশ্বকাপঃ কেতিয়া হ’ব ভাৰত-পাকিস্তানৰ বহু প্ৰতীক্ষিত মেচ! চাওক সবিশেষ

অস্কাৰ পিষ্ট’ৰিয়াছক প্ৰথমে পাঁচ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। পিছত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে উচ্চ ন্যায়ালয়ৰ ৰায় সলনি কৰে। মুঠতে ১৩ বছৰ ৫ মাহৰ কাৰাদণ্ড বিহা হয়। ২০২৩ চনত পেৰ’লৰ বাবে আবেদন কৰিছিল অস্কাৰে। কিন্তু নাকচ কৰা হয় । সম্পূৰ্ণ কাৰ্যকালৰ আধা সময় কটোৱাৰ পিছত পেৰ’লত মুকলি কৰি দিয়া হয় অস্কাৰ পিষ্ট’ৰিয়াছক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd