• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত `কংগ্ৰেছক আমন্ত্ৰণ জনাই পাপ হ্ৰাস কৰাৰ সুযোগ দিছিল বিশ্ব হিন্দু পৰিষদে’: হিমন্ত বিশ্ব শৰ্মা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 11, 2024 10:46 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

`বিশ্ব হিন্দু পৰিষদে কংগ্ৰেছ দলক তেওঁলোকৰ নেতৃত্বক শ্ৰী ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাই নিজৰ পাপ হ্ৰাস কৰাৰ এক সোণালী সুযোগ দিছিল।’ কংগ্ৰেছ দলে শ্ৰীৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱলৈ জনোৱা আমন্ত্ৰণ প্ৰত্যাখ্যান কৰাৰ পিছতে আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক টুইটযোগে (এক্স) এই মন্তব্য কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ এক্স হেণ্ডেলত কয়, “বিশ্ব হিন্দু পৰিষদে কংগ্ৰেছ দলক তেওঁলোকৰ নেতৃত্বক শ্ৰী ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাই নিজৰ পাপ হ্ৰাস কৰাৰ এক সোণালী সুযোগ দিছিল। যদিও মোৰ বিনম্ৰ দৃষ্টিত আৰম্ভণিৰে পৰা ৰাম মন্দিৰৰ বিৰুদ্ধে তেওঁলোকৰ মতামতৰ বাবে তেওঁলোক প্ৰথমতে এনে আমন্ত্ৰণৰ যোগ্য নাছিল। এই নিমন্ত্ৰণ গ্ৰহণ কৰি তেওঁলোকে প্ৰতীকীভাৱে হিন্দু সমাজৰ ওচৰত ক্ষমা বিচাৰিব পাৰিলেহেঁতেন। অৱশ্যে পণ্ডিত নেহৰুৱে সোমনাথ মন্দিৰৰ সৈতে কৰাৰ দৰে কংগ্ৰেছ নেতৃত্বই ৰাম মন্দিৰৰ ক্ষেত্ৰতো একেই কাম কৰিছিল। ইতিহাসে তেওঁলোকক হিন্দু বিৰোধী দল হিচাপে বিচাৰ কৰি যাব।‘’

উল্লেখ্য যে অহা ২২ জানুৱাৰীত উদ্বোধন হ’ব অযোধ্যাৰ ৰাম মন্দিৰ। এই অনুষ্ঠানক লৈ তৎপৰ হৈ পৰিছে শাসকীয় বিজেপিৰ লগতে বিজেপিৰ আদৰ্শগত গুৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ তথা বিশ্ব হিন্দু পৰিষদ।

লগতে পঢ়কঃ ৰাম মন্দিৰ ‘ৰাজনৈতিক প্ৰকল্প’! অভিষেক অনুষ্ঠানৰ আমন্ত্ৰণ নাকচ কংগ্ৰেছৰ

ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানলৈ দেশৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ নেতাসকলকো আমন্ত্ৰণ কৰা হৈছে। দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছেও স্বাভাৱিকতেই লাভ কৰিছিল আমন্ত্ৰণ। কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খৰ্গে, তেওঁৰ পূৰ্বৰ মুৰব্বী ছোনিয়া গান্ধী, আৰু দলৰ লোকসভাৰ নেতা অধিৰ ৰঞ্জন চৌধুৰীয়ে এই অনুষ্ঠানলৈ আমন্ত্ৰণ লাভ কৰিছিল। কিন্তু এই আমন্ত্ৰণ নাকচ কৰিছে দলটোৱে।

বুধবাৰে এক বিবৃতি যোগে কংগ্ৰেছে আমন্ত্ৰণ নাকচ কৰি অযোধ্যাৰ ৰাম মন্দিৰৰ ব্যাপক অভিষেক অনুষ্ঠানটোক বিজেপি আৰু দলটোৰ আদৰ্শগত গুৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এক ‘ৰাজনৈতিক প্ৰকল্প’ আখ্যা দিয়ে।

The @VHPDigital had given the Congress party a golden opportunity to reduce its sin by extending their leadership an invitation to attend the Shri Ram Mandir Pran Pratishtha Mahotsava.

Although, in my humble view, they did not deserve such an invitation at the first place for… pic.twitter.com/itexgWdx3I

— Himanta Biswa Sarma (@himantabiswa) January 11, 2024

কংগ্ৰেছে ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানটোক স্পষ্টভাৱে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, চমুকৈ আৰ এছ এছ আৰু বিজেপিৰ এক অনুষ্ঠান বুলি দাবী কৰে। দলটোৱে প্ৰকাশ কৰা  বিবৃতিটোত কোৱা হয়ঃ-

“যোৱা মাহত কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাত বিৰোধী দলৰ নেতা শ্ৰী মল্লিকাৰ্জুন খৰ্গে, কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ শ্ৰীমতী ছোনিয়া গান্ধী আৰু লোকসভাৰ কংগ্ৰেছ দলৰ নেতা শ্ৰী অধীৰ ৰঞ্জন চৌধুৰীয়ে ২০২৪ চনৰ ২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া অযোধ্যাত ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰে।

লগতে পঢ়কঃ মণিপুৰ চৰকাৰৰ অনুমতি লাভঃ ১৪ জানুৱাৰীত পূৱ ইম্ফল জিলাৰ পৰা আৰম্ভ হ’ব ভাৰত জোড়ো ন্যায় যাত্ৰা

ভগৱান ৰামক আমাৰ দেশত লাখ লাখ লোকে পূজা কৰে। ধৰ্ম ব্যক্তিগত বিষয়। কিন্তু আৰ এছ এছ/বিজেপিয়ে দীৰ্ঘদিন ধৰি অযোধ্যাৰ মন্দিৰক ৰাজনৈতিক প্ৰকল্প হিচাপে ব্যৱহাৰ কৰি আহিছে।বিজেপি আৰু আৰ এছ এছৰ নেতাসকলৰ দ্বাৰা অসম্পূৰ্ণ মন্দিৰৰ উদ্বোধন স্পষ্টভাৱে নিৰ্বাচনী লাভৰ বাবে আগবঢ়োৱা হৈছে। ২০১৯ চনৰ উচ্চতম ন্যায়ালয়ৰ ৰায় মানি চলি ভগৱান ৰামক শ্ৰদ্ধা কৰা লাখ লাখ লোকৰ আৱেগক সন্মান জনাই শ্ৰী মল্লিকাৰ্জুন খৰ্গে, শ্ৰীমতী ছোনিয়া গান্ধী আৰু শ্ৰী অধীৰ ৰঞ্জন চৌধুৰীয়ে স্পষ্টভাৱে আৰ এছ এছ/বিজেপিৰ এই অনুষ্ঠানৰ আমন্ত্ৰণক সন্মানসহকাৰে নাকচ কৰিছে।” 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd