• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাহুল গান্ধীৰে গহপুৰত বিৰোধী দলৰ গুৰুত্বপূৰ্ণ বৈঠক

মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে একেলগে সৰৱ হ’ব বিৰোধী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 21, 2024 8:24 pm
Rahul Gandhi
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে বিৰোধী ঐক্য মঞ্চৰ আজি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়৷ অসম-অৰুণাচল সীমান্তৰ সোলেঙি এলেকাৰ ৰাজগড়ত ডেৰ ঘণ্টা ধৰি এই বৈঠক অনুষ্ঠিত হয়৷

বৈঠকত ৰাহুল গান্ধীয়ে ১৫টা বিৰোধী দলৰ প্ৰতিগৰাকী মুৰব্বী নেতাৰ মন্তব্য গুৰুত্বসহকাৰে শুনে৷ ৰাহুল গান্ধীয়ে প্ৰতিটো দলৰ নেতাৰ মন্তব্য শুনাৰ অন্তত অসম তথা দেশত বিজেপিৰ বিৰুদ্ধে ৰাইজক জাগ্ৰত কৰিবলৈ সকলোকে একত্ৰিতভাবে কাম কৰিবলৈ আহ্বান জনায়৷

Apply Now

কংগ্ৰেছৰ ভূপেন কুমাৰ বৰা, আপৰ ভৱেন চোধুৰী, অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈ, ৰাইজৰ দলৰ অখিল গগৈ, চিপিআই দলৰ হৈ পিংকুমণি দত্ত, কনক গগৈ, চিপিআইএম দলৰ হৈ বিধায়ক মনোৰঞ্জন তালুকদাৰ, আৰজেডিৰ স্বৰ্ণ হাজৰিকা, শিৱসেনাৰ উদ্ধৱ গোটৰ নেতা ৰাম নাৰায়ণ সিং, এপিএইছএলচিৰ জন ইংতি কাথাৰ, অসম জাতীয় দলৰ দিগন্ত কোঁৱৰে নিজৰ দলৰ হৈ মন্তব্য প্ৰদান কৰে৷

এই বৈঠকত আটাইকেইটা দলৰ সৈতে সমন্বয় কেনেকৈ বৃদ্ধি কৰিব পাৰি সেই সম্পৰ্কে আলোচনা কৰে৷ লোকসভা নিৰ্বাচনলৈ দুটা মাহ বাকী থকা অৱস্থাত বিৰোধী দলৰ স্থিতি কেনেকৈ শক্তিশালী কৰিব পৰা যায়, দলকেইটাক কেনেদৰে ৰাইজৰ মাজলৈ নিব পৰা যায় তাকে লৈ আলোচনা কৰা হয়৷ বিজেপিৰ বিৰুদ্ধে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব পৰা যায় তাৰ বাবে সিদ্ধান্ত ল’বলৈ আটাইকেইটা দলৰ নেতৃত্বক আহ্বান জনায়৷

কংগ্ৰেছ দলে লোকসভা নিৰ্বাচনক লৈ প্ৰকাশ কৰিবলগীয়া ইস্তাহাৰত অসমৰ বিৰোধী ঐক্য মঞ্চৰ দাবী সন্নিৱিষ্ট কৰিব বুলিও কথা দিয়ে ৰাহুল গান্ধী৷ অসমৰ বিৰোধী ঐক্য মঞ্চৰ সভাপতি ভূপেন কুমাৰ বৰাক এই ক্ষেত্ৰত দায়িত্ব প্ৰদান কৰে৷

বৈঠকত অখিল গগৈয়ে অসমৰ গ্ৰাম্য এলেকাৰ সমস্যাসমূহক আঙুলিয়াই দি মহিলাকসকলক কেনেদৰে বিজেপিয়ে হিতাধিকাৰী কৰি ভোট ক্ৰয়ৰ মেচিনত পৰিণত কৰিছে তাকো ৰাহুল গান্ধীক অৱগত কৰে৷ এই ৰাজনৈতিক বৈঠকত দেশৰ বিশিষ্ট সমাজকৰ্মী যোগেন্দ্ৰ যাদৱো উপস্থিত থাকে৷

ৰাজ্যখনত চলি থকা ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতিৰ বিৰুদ্ধে আটাইকেইটা বিৰোধী দল একেলগে সৰৱ হ’বলৈকো আজিৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিশেষকৈ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ অনিয়ম আৰু দুৰ্নীতি লুকুৱাই ৰাখিবলৈ চৰকাৰী যন্ত্ৰক ব্যৱহাৰ কৰাৰ যি কৌশল সেয়া ৰাইজৰ ওচৰলৈ লৈ যাবলৈকো বিৰোধী দলসমূহে সিদ্ধান্ত গ্ৰহণ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am
অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

July 29, 2026 8:22 am
সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

July 29, 2026 7:42 am

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am
অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

July 29, 2026 8:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd