• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৃষি পদ্ধতিৰ প্ৰযুক্তিগত জ্ঞান লাভৰ বাবে ভিয়েটনামলৈ কৃষি মন্ত্ৰীৰ নেতৃত্বত অসমৰ কৃষকৰ দল

এন ই নাও নিউজ by এন ই নাও নিউজ
May 13, 2018 9:41 pm
vietnam tour
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভিয়েটনামৰ কৃষি সম্বন্ধে বাস্তৱ অভিজ্ঞতা লাভ কৰোৱা আৰু এছিয়ান ৰাষ্ট্ৰসমূহৰ পৰা নিৱেশ লাভৰ জৰিয়তে ৰাজ্যৰ কৃষি খণ্ডটোক পুৰুজ্জীৱিত কৰি তোলাৰ উদ্দেশ্যে অসমৰ এটা কৃষকৰ দলক মুখ্য মন্ত্ৰীয়ে ভিয়েটনামলৈ লৈ গৈছে। মুখ্য মন্ত্ৰীৰ নেতৃত্বত কৃষকৰ দলটো শনিবাৰে আবেলি ভিয়েটনামলৈ বুলি ৰাওনা হৈছে।

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভিয়েটনামলৈ লৈ যোৱা দলটোত আছে  ১৩ গৰাকী বিধায়ক, চৰকাৰী কৰ্মচাৰী আৰু ১৫ গৰাকী প্ৰগতিশীল কৃষকৰ এটা সঁজাতি দল।দলটোৰ নেতৃত্বত আছে অসমৰ কৃষি মন্ত্ৰী অতুল বৰা। অসম আৰু ভিয়েটনামৰ জলবায়ু, ভূ-পৃষ্ঠ আৰু কৃষি পদ্ধতিৰ ধৰণ কৰণৰ মিল থকা বাবে অসমৰ কৃষিখণ্ডত ভিয়েটনামৰ কৃষি পদ্ধতি ব্যৱহাৰ কৰিব পৰা যাব বুলি কৃষকসকলক ভিয়েটনামৰ কৃষিৰ ওপৰত বাস্তৱ জ্ঞান লাভ কৰাৰ বাবে লৈ যোৱা হৈছে।

এই ভ্ৰমণৰ অংশ হিচাপে দলটোৱে সোমবাৰে প্ৰযুক্তি বিকাশ আৰু কৃষি সম্প্ৰসাৰণৰ বাবে হানয়ৰ ভিন ক্কিন ত্ৰিত অৱস্থিত ভিয়েটনাম একাডেমী অব এগ্ৰিকালছাৰেল ছাইন্স ভ্ৰমণ কৰিব আৰু পাৰস্পৰিক স্বাৰ্থজড়িত বিষয়সূহৰ ওপৰত বিষয়াবৰ্গৰ সৈতে মত বিনিময় কৰিব।

ভ্ৰমণ কালত মুখ্য মন্ত্ৰীয়ে ভিয়েটনাম চৰকাৰৰ উপ কৃষি আৰু গ্ৰাম্য বিকাশ মন্ত্ৰী হা কং টুৱান, বৈদেশিক সম্পৰ্ক আয়োগৰ চেয়াৰমেন হোৱাং বিন কুৱান আৰু কেন্দ্ৰীয় অৰ্থনৈতিক আয়োগৰ চেয়াৰমেন কাও দুয়ে ফাটক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে আলোচনাত মিলিত হ’ব। আবেলি তেওঁ এখন বিনিয়োগ ৰোড শ্ব’ত ভাগ ল’ব। ১৫ মে’ত সঁজতি দলটোৱে ভিন ফুকত থকা ভিনেকো কৃষি বিনিয়োগ উৎপাদন আৰু বিকাশ (Vineco Agriculture Investment Production and Development) ভ্ৰমণ কৰিব আৰু খোৱাই চাও জিলাত অৱস্থিত ফাৰ্মিং আৰু সংৰক্ষণ ক্ষেত্ৰসমূহ ভ্ৰমণ কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন বিয়োগৰ শোকৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ অবিবেচকী কাণ্ড!

জুবিন বিয়োগৰ শোকৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ অবিবেচকী কাণ্ড!

September 20, 2025 4:09 pm
জুবিন গাৰ্গৰ সংগীত যাত্ৰা: এক সময় ৰেখা

জুবিন গাৰ্গৰ সংগীত যাত্ৰা: এক সময় ৰেখা

September 20, 2025 3:50 pm
জুবিন গাৰ্গৰ মৃত্যু অসমৰ জাতীয় জীৱনৰ বাবে এক ডাঙৰ ক্ষতি : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

জুবিন গাৰ্গৰ মৃত্যু অসমৰ জাতীয় জীৱনৰ বাবে এক ডাঙৰ ক্ষতি : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

September 20, 2025 3:18 pm
কি আছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত? কি হৈছিল শিল্পীজনৰ!

নিশা প্ৰায় ১২ বজাত দিল্লী পাব জুবিন গাৰ্গৰ নশ্বৰ দেহ! বিমানবন্দৰৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে চমজি ল’ব দেহ

September 20, 2025 3:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন বিয়োগৰ শোকৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ অবিবেচকী কাণ্ড!

জুবিন বিয়োগৰ শোকৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ অবিবেচকী কাণ্ড!

September 20, 2025 4:09 pm
জুবিন গাৰ্গৰ সংগীত যাত্ৰা: এক সময় ৰেখা

জুবিন গাৰ্গৰ সংগীত যাত্ৰা: এক সময় ৰেখা

September 20, 2025 3:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd