• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

মালদ্বীপৰ পৰা প্ৰত্যাহাৰ কৰিব লাগিব ভাৰতীয় সেনা, সময়সীমা বান্ধি দিলে ৰাষ্ট্ৰপতি মহম্মফ মুইজ্জোৱে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 6, 2024 9:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জোৱে আকৌ এবাৰ মাত মাতিছে ভাৰতৰ বিৰুদ্ধে । তেওঁ মালদ্বীপৰ পৰা ভাৰতীয় সৈন্য প্ৰত্যাহাৰৰ দাবী জনাইছে। 

ৰাষ্ট্ৰপতি মুইজ্জোৱে সোমবাৰে মালদ্বীপৰ সংসদৰ বাজেট অধিৱেশন আৰম্ভ হোৱাৰ আগতে এই বিষয়ে আলোচনা কৰিছিল। 

Apply Now

মুইজ্জোৱে কয় যে, “আমি মালদ্বীপৰ সাৰ্বভৌমত্বত আন কোনো দেশৰ হস্তক্ষেপ গ্ৰহণ নকৰোঁ। আমি কেইবাখনো দেশৰ সৈতে কূটনৈতিক আলোচনা কৰিছো। মই ভাৰতক ১০ মাৰ্চৰ ভিতৰত মালদ্বীপৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাইছো।’’

মালদ্বীপৰ নতুন ৰাষ্ট্ৰপতি হোৱাৰ পিছৰে পৰা মহম্মদ মুইজজুৱে ‘মালদ্বীপত ভাৰতৰ প্ৰভাৱ’ হ্ৰাস কৰিবলৈ কেইবাটাও সিদ্ধান্ত লৈছিল। ইয়াৰ পূৰ্বে, তেওঁ আনুষ্ঠানিকভাৱে ভাৰতক ১৫ মাৰ্চৰ ভিতৰত ইয়াৰ সামৰিক কৰ্মীসকলক প্ৰত্যাহাৰ কৰিবলৈ অৱগত কৰিছিল। 

মালদ্বীপত বৰ্তমান ৮৮ জন ভাৰতীয় সৈনিক আছে। আনহাতে, মালদ্বীপ চৰকাৰে চীনা গুপ্তচৰ জাহাজসমূহক মালদ্বীপৰ উপকূলত চলাচল কৰিবলৈ অনুমতি দিছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডিচেম্বৰত আমেৰিকালৈ যাব পাৰে প্ৰধানমন্ত্ৰী মোদী! অহা বছৰ ভাৰত ভ্ৰমণলৈ আহিব ডোনাল্ড ট্ৰাম্প

ডিচেম্বৰত আমেৰিকালৈ যাব পাৰে প্ৰধানমন্ত্ৰী মোদী! অহা বছৰ ভাৰত ভ্ৰমণলৈ আহিব ডোনাল্ড ট্ৰাম্প

June 30, 2026 7:41 pm
২০২৫ চনত বিশ্বৰ ভিতৰতে সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰিলে আমেৰিকাই

২০২৫ চনত বিশ্বৰ ভিতৰতে সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰিলে আমেৰিকাই

June 30, 2026 6:51 pm
সময় ৰাইনাৰ শ্ব’ক সমালোচনা অভিজিৎ দিপকেৰ: ক’লে ‘প্ৰিভিলেজড’ , ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

সময় ৰাইনাৰ শ্ব’ক সমালোচনা অভিজিৎ দিপকেৰ: ক’লে ‘প্ৰিভিলেজড’ , ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

June 30, 2026 6:03 pm
১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

June 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডিচেম্বৰত আমেৰিকালৈ যাব পাৰে প্ৰধানমন্ত্ৰী মোদী! অহা বছৰ ভাৰত ভ্ৰমণলৈ আহিব ডোনাল্ড ট্ৰাম্প

ডিচেম্বৰত আমেৰিকালৈ যাব পাৰে প্ৰধানমন্ত্ৰী মোদী! অহা বছৰ ভাৰত ভ্ৰমণলৈ আহিব ডোনাল্ড ট্ৰাম্প

June 30, 2026 7:41 pm
২০২৫ চনত বিশ্বৰ ভিতৰতে সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰিলে আমেৰিকাই

২০২৫ চনত বিশ্বৰ ভিতৰতে সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰিলে আমেৰিকাই

June 30, 2026 6:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd