• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পত্নীব্ৰতা স্বামী! মৰ্মান্তিক গাড়ী দুৰ্ঘটনাত মৃত্যু পত্নীৰ; নিজৰ বিৰুদ্ধে FIR দাখিল কৰিলে শিক্ষকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 9, 2024 8:17 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পথৰ কুকুৰক বচাবলৈ গাড়ী দুৰ্ঘটনাৰ খবৰ প্ৰায়েই পোৱা যায়। ইয়াৰ ফলত বহু লোক আহত হয় আৰু আনকি বহুতে প্ৰাণো হেৰুৱায়। শেহতীয়াকৈ গুজৰাটৰ নৰ্মদা জিলাত এক দম্পতিৰ লগত সংঘটিত হ’ল এক কৰুণ ঘটনা।

এটা ৰাস্তাৰ কুকুৰক বচাবলৈ গৈ দুৰ্ঘটনাত পতিত হয় এজন ৫৫ বছৰীয়া ব্যক্তিৰ গাড়ী। এই দুৰ্ঘটনাত তেওঁৰ পত্নীয়ে প্ৰাণ হেৰুৱায়। এই ঘটনাত ব্যক্তিজনে চৰম অপৰাধবোধত ভুগিবলৈ আৰম্ভ কৰে। ফলত তেওঁ থানালৈ গৈ নিজৰ বিৰুদ্ধেই এফআইআৰ দাখিল কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, নিজৰ নামত এজাহাৰ দাখিল কৰা ব্যক্তিজনৰ নাম পৰেশ দোশী। পেছাত শিক্ষক পৰেশ দোশীয়ে পত্নী অমিতাৰ সৈতে গুজৰাটৰ বানাস্কান্থা জিলাৰ অম্বাজী মন্দিৰত পূজা কৰিবলৈ গৈছিল। তেওঁ নিজেই গাড়ী চলাইছিল। মন্দিৰৰ পৰা উভতি আহোঁতে হঠাতে ঘাইপথত নিজৰ গাড়ীৰ সন্মুখত এটা কুকুৰ আহি পঢ়ে। কুকুৰটোক বচাবলৈ চেষ্টা কৰোতে পৰেশ দোশীৰ গাড়ীখন ঘাইপথত দুৰ্ঘটনা পতিত হয়।

Apply Now

লগতে পঢ়কঃ উত্তপ্ত উত্তৰাখণ্ডঃ ‘অবৈধ’ মাদ্ৰাছা উচ্ছেদৰ পিছতে সংঘৰ্ষৰ সূত্ৰপাত, ‘শ্বুট এট চাইট’ৰ আদেশ

খিৰজ-খেডব্ৰহ্ম ঘাইপথত কুকুৰটোক বচাবলৈ চেষ্টা কৰোতে দোশীৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই খুঁটা এটা আৰু তাৰ পিছত বেৰিকেডত খুন্দা মাৰে। তেওঁৰ পত্নী অমিতা গাড়ীৰ সন্মুখৰ চিটত বহি আছিল। গাড়ীৰ খিৰিকী ভাঙি বেৰিকেডত তেওঁৰ মুখখনে খুন্দা মাৰিলে। ফলত গুৰুতৰভাৱে আহত হয়।

তাৰপিছত প্ৰত্যক্ষদৰ্শী সকলে ততাতৈয়াকৈ আগবাঢ়ি আহি তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও গাড়ীৰ দুৱাৰ ভিতৰৰ পৰা স্বয়ংক্ৰিয়ভাৱে লক হৈ পৰে। ফলত তেওঁলোক ওলাই আহিব নোৱাৰিলে। পিছত আৰক্ষীয়ে সেই স্থানত গৈ গাড়ীৰ খিৰিকী ভাঙি দম্পতীহালক উদ্ধাৰ কৰে। তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তাতেই অমিতাৰ মৃত্যু হয়।

যোৱা দেওবাৰে অৰ্থাৎ ৪ ফেব্ৰুৱাৰীত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনাটো। পৰেশ দোশীয়ে চিকিৎসালয়ত অলপ সুস্থ হৈ উঠি থানালৈ গৈ নিজৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে। শিক্ষক পৰেশ দোশীয়ে পত্নীৰ মৃত্যুৰ বাবে নিজকে দোষী অনুভৱ কৰে। তেওঁ গাড়ী চলোৱাত অসাৱধান বুলি আৰক্ষীক জনায়।

লগতে পঢ়কঃ জঘন্য! নিজ পুত্ৰৰ হাতত প্ৰহৃত হৈ প্ৰাণ হেৰুৱালে ৰাষ্ট্ৰীয় বঁটা বিজয়ী চিনেমাৰ অভিনেত্ৰীয়ে

অৱশ্যে এতিয়ালৈকে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰা নাই। কিন্তু পত্নীৰ প্ৰতি স্বামীৰ কিমান মৰম থাকিলে নিজৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিব পাৰে, শিক্ষক পৰেশ দোশীৰ এই ঘটনাই স্পষ্ট কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd