• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পৰিচালকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ জনপ্ৰিয় অভিনেত্ৰীৰ; কিশোৰী কালতে ঘটিছিল এই ঘটনা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 9, 2024 12:50 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1.1k
VIEWS
Share on FacebookShare on Twitter

জনপ্ৰিয় অভিনেত্ৰী জুডি গড্ৰেচে ফ্ৰান্সৰ পৰিচালক বেন’ইট জেকোৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে। তেওঁৰ দাবী যে ১৯৮৬ চনত যেতিয়া তেওঁ ১৪ বছৰীয়া কিশোৰী আছিল তেতিয়াই তেওঁক পৰিচালকে ধৰ্ষণ কৰিছিল।

শেহতীয়াকৈ পেৰিছৰ জুভেনাইল প্ৰটেকচন ব্ৰিগেডত এই অভিযোগ দাখিল কৰা হৈছে। অভিনেত্ৰীগৰাকীৰ অধিবক্তাই এই কথা জনায়। ২৫ বছৰ বয়সৰ ব্যৱধান থকাৰ পিছতো ১৯৮০ চনত জেকো আৰু গড্ৰেচৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে। তেওঁলোকৰ সম্পৰ্ক ছবছৰ ধৰি চলিছিল।

ফ্ৰান্সৰ সংবাদ মাধ্যম লে মণ্ডৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জেকোৱে পৰিচালকগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অস্বীকাৰ কৰে। অৱশ্যে বিতং জানিবলৈ বিচৰাত পৰিচালকগৰাকীয়ে কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে।

লগতে পঢ়কঃ জেলৰ ভিতৰতে গৰ্ভৱতী হৈছে মহিলা, জন্ম দিছে ১৯৬টা সন্তান; প্ৰতিবেদন বিচাৰিলে উচ্চ ন্যায়ালয়ে

উক্ত কাকতখনত দিয়া বক্তব্যৰ বাহিৰে আৰু কোনো মন্তব্য দিব নিবিচাৰে বুলিও জেকোৱে কয়। কিন্তু কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ প্ৰমাণিত হ’লে জেকোক ২০ বছৰ পৰ্যন্ত কাৰাদণ্ড বিহা হ’ব পাৰে।

শেহতীয়াকৈ গড্ৰেচে এটা টিভি শ্ব’ত উপস্থিত হৈ জেকোৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে মুকলিকৈ কয়। দীৰ্ঘদিনীয়া কেৰিয়াৰত এইগৰাকী অভিনেত্ৰীয়ে ৫০খনতকৈও অধিক ছবিত অভিনয় কৰিছে।

গড্ৰেচে অভিনয় কৰা উল্লেখযোগ্য চিনেমাসমূহ হ’ল ‘দ্য অভাৰনাইট’, ‘দ্য স্পেনিছ এপাৰ্টমেণ্ট’, ‘দ্য মেন ইন দ্য আইৰন মাস্ক’ ইত্যাদি। ইয়াৰ উপৰিও গড্ৰেচে বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত বিচাৰক হিচাপেও দায়িত্ব পালন কৰিছিল।

লগতে পঢ়কঃশিহৰণকাৰী! ফেচবুক লাইভ শেষ হোৱাৰ লগে লগে গুলীবিদ্ধ হৈ মৃত্যু শিৱসেনাৰ উদ্ধৱ গোটৰ নেতা

আনহাতে, জেকোৱে সত্তৰৰ দশকৰ মাজভাগৰ পৰাই চিনেমা নিৰ্মাণ কৰি আহিছে। ২০১২ চনত তেওঁৰ ছবি ‘ফেয়াৰৱেল, মাই কুইন’ বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ উদ্বোধনী ছবি হিচাপে প্ৰদৰ্শিত হৈছিল।

Recent News

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd