• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তুংগত সংঘাত! ছচিয়েল মিডিয়াত ইজনে সিজনক আনফ’ল’ কৰিলে হাৰ্দিক-ৰোহিতে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 9, 2024 2:30 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত আৰু ইংলেণ্ডৰ মাজত পাঁচখন খেলৰ টেষ্ট শৃংখলা বৰ্তমান চলি আছে। কিন্তু বিশ্বৰ শ্ৰেষ্ঠ ফ্ৰেঞ্চাইজি প্ৰতিযোগিতা আই পি এল (IPL 2024)ৰ আৰম্ভণিৰ সংকেত বাজি উঠিছে। এইবাৰৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বে আটাইতকৈ চৰ্চিত বিষয়টো হ’ল মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক সলনি কৰাৰ সিদ্ধান্ত।

আই পি এলৰ ইতিহাসত মুম্বাই ইণ্ডিয়ানছৰ সফল অধিনায়ক ৰোহিত শৰ্মা। অধিনায়ক হিচাপে ৫টা খিতাপ জয় কৰাৰ কৃতিত্ব আছে ৰোহিতৰ হাতত। কিন্তু নতুন ছিজন আৰম্ভ হোৱাৰ পূর্বে ৰোহিতক অপসাৰণ কৰি হার্দিক পাণ্ডিয়াক অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়৷

ইতিমধ্যে এই সন্দৰ্ভত বিতৰ্কৰ সৃষ্টি হৈছে। ইফালে তাৰ মাজতে হাৰ্দিক পাণ্ডিয়া আৰু ৰোহিত শৰ্মাই ছ’চিয়েল মিডিয়াত ইজনে সিজনক আনফ’ল’ কৰি দিছে।

Apply Now

লগতে পঢ়কঃ পৰিচালকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ জনপ্ৰিয় অভিনেত্ৰীৰ; কিশোৰী কালতে ঘটিছিল এই ঘটনা!

অৱশ্যে শেহতীয়াকৈ মুম্বাই ইণ্ডিয়ানছৰ প্ৰশিক্ষক মাৰ্ক বাউচাৰে এক সাক্ষাৎকাৰত দাবী কৰিছিল যে ৰোহিতক অধিনায়কৰ পদৰ পৰা আঁতৰোৱাৰ মূল কাৰণ হ’ল তেওঁলোকে বিচাৰে যে বেটছমেন ৰোহিত চাপমুক্ত হৈ নিজৰ খেল উপভোগ কৰক।

তেওঁ কয়, “ৰোহিত এজন মহান ব্যক্তি আৰু মুম্বাই ইণ্ডিয়ানছৰ হৈ ভাল প্ৰদৰ্শন আগবঢ়াইছে। লগতে তিনিওটা ফৰ্মেটতে ভাৰতীয় দলটোক আগুৱাই লৈ গৈছে। যোৱা কেইটামান ছিজনত তেওঁ অধিনায়কত্বত ভাল প্ৰদৰ্শন কৰিছে যদিও বেটিং উপভোগ কৰা নাই। আমি অধিনায়কত্বৰ বিষয়ে আলোচনা কৰি সিদ্ধান্ত ললোঁ যে এইটোৱেই তেওঁৰ বেটছমেন হিচাপে স্বতন্ত্ৰভাৱে খেলাৰ সৰ্বোত্তম সুযোগ। আমি বিচাৰো যে তেওঁ খেলপথাৰলৈ নামি আহি অধিনায়কত্বৰ চাপ নোহোৱাকৈ বেটিং উপভোগ কৰক।”

লগতে পঢ়কঃ জেলৰ ভিতৰতে গৰ্ভৱতী হৈছে মহিলা, জন্ম দিছে ১৯৬টা সন্তান; প্ৰতিবেদন বিচাৰিলে উচ্চ ন্যায়ালয়ে

কিন্তু ভাৰতীয় অধিনায়ক ৰোহিতৰ পত্নী ৰীতিকাই বাউচাৰৰ তত্ত্ব মানি ল’বলৈ অস্বীকাৰ কৰে। গোটেই বিষয়টোক লৈ ৰোহিতে মুখ বন্ধ কৰি থকাৰ সময়তে ৰীতিকাই বুজাই দিলে যে বাউচাৰৰ কথাবোৰ শুদ্ধ নহয়।

মুম্বাই ইণ্ডিয়ানছে বাউচাৰৰ সাক্ষাৎকাৰৰ ভিডিঅ’টো ইনষ্টাগ্ৰামত পোষ্ট কৰে। আৰু সেই ভিডিঅ’ৰ তলতে ৰীতিকাই মন্তব্য কৰিছে। তেওঁ লিখিছে, ‘ইয়াত কিমান যে ভুল আছে…’। সেই মন্তব্যক লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। ৰীতিকাৰ স্পষ্ট ইংগিত, বাউচাৰে কোৱা কথাবোৰত এক অসামঞ্জস্যতা আছে।

❗️ Breaking News ❗️

‼️ Hardik Pandya And Rohit Sharma Don’t Follow Each Other On Instagram

Or

Recently They Both Have Unfollowed Each Other ‼️ pic.twitter.com/3B2oYk2hfl

— Vaibhav Bhola 🇮🇳 (@VibhuBhola) February 8, 2024

পৰ্দাৰ আঁৰত আৰু আছে বহু কাহিনী। সেই কাহিনী অৱশ্যে পোহৰলৈ অহাৰ সম্ভাৱনা নাই। কোৱা বাহুল্য যে এই গোটেই বিষয়টো ইমান সোনকালে মীমাংসা হ’বলৈ আগবঢ়া নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যু: গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামী

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যু: গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামী

August 19, 2026 4:45 pm
গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যু: গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামী

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যু: গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামী

August 19, 2026 4:45 pm
গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd