• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তুংগত সংঘাত! ছচিয়েল মিডিয়াত ইজনে সিজনক আনফ’ল’ কৰিলে হাৰ্দিক-ৰোহিতে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 9, 2024 2:30 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

10k
VIEWS
Share on FacebookShare on Twitter

ভাৰত আৰু ইংলেণ্ডৰ মাজত পাঁচখন খেলৰ টেষ্ট শৃংখলা বৰ্তমান চলি আছে। কিন্তু বিশ্বৰ শ্ৰেষ্ঠ ফ্ৰেঞ্চাইজি প্ৰতিযোগিতা আই পি এল (IPL 2024)ৰ আৰম্ভণিৰ সংকেত বাজি উঠিছে। এইবাৰৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বে আটাইতকৈ চৰ্চিত বিষয়টো হ’ল মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক সলনি কৰাৰ সিদ্ধান্ত।

আই পি এলৰ ইতিহাসত মুম্বাই ইণ্ডিয়ানছৰ সফল অধিনায়ক ৰোহিত শৰ্মা। অধিনায়ক হিচাপে ৫টা খিতাপ জয় কৰাৰ কৃতিত্ব আছে ৰোহিতৰ হাতত। কিন্তু নতুন ছিজন আৰম্ভ হোৱাৰ পূর্বে ৰোহিতক অপসাৰণ কৰি হার্দিক পাণ্ডিয়াক অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়৷

ইতিমধ্যে এই সন্দৰ্ভত বিতৰ্কৰ সৃষ্টি হৈছে। ইফালে তাৰ মাজতে হাৰ্দিক পাণ্ডিয়া আৰু ৰোহিত শৰ্মাই ছ’চিয়েল মিডিয়াত ইজনে সিজনক আনফ’ল’ কৰি দিছে।

লগতে পঢ়কঃ পৰিচালকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ জনপ্ৰিয় অভিনেত্ৰীৰ; কিশোৰী কালতে ঘটিছিল এই ঘটনা!

অৱশ্যে শেহতীয়াকৈ মুম্বাই ইণ্ডিয়ানছৰ প্ৰশিক্ষক মাৰ্ক বাউচাৰে এক সাক্ষাৎকাৰত দাবী কৰিছিল যে ৰোহিতক অধিনায়কৰ পদৰ পৰা আঁতৰোৱাৰ মূল কাৰণ হ’ল তেওঁলোকে বিচাৰে যে বেটছমেন ৰোহিত চাপমুক্ত হৈ নিজৰ খেল উপভোগ কৰক।

তেওঁ কয়, “ৰোহিত এজন মহান ব্যক্তি আৰু মুম্বাই ইণ্ডিয়ানছৰ হৈ ভাল প্ৰদৰ্শন আগবঢ়াইছে। লগতে তিনিওটা ফৰ্মেটতে ভাৰতীয় দলটোক আগুৱাই লৈ গৈছে। যোৱা কেইটামান ছিজনত তেওঁ অধিনায়কত্বত ভাল প্ৰদৰ্শন কৰিছে যদিও বেটিং উপভোগ কৰা নাই। আমি অধিনায়কত্বৰ বিষয়ে আলোচনা কৰি সিদ্ধান্ত ললোঁ যে এইটোৱেই তেওঁৰ বেটছমেন হিচাপে স্বতন্ত্ৰভাৱে খেলাৰ সৰ্বোত্তম সুযোগ। আমি বিচাৰো যে তেওঁ খেলপথাৰলৈ নামি আহি অধিনায়কত্বৰ চাপ নোহোৱাকৈ বেটিং উপভোগ কৰক।”

লগতে পঢ়কঃ জেলৰ ভিতৰতে গৰ্ভৱতী হৈছে মহিলা, জন্ম দিছে ১৯৬টা সন্তান; প্ৰতিবেদন বিচাৰিলে উচ্চ ন্যায়ালয়ে

কিন্তু ভাৰতীয় অধিনায়ক ৰোহিতৰ পত্নী ৰীতিকাই বাউচাৰৰ তত্ত্ব মানি ল’বলৈ অস্বীকাৰ কৰে। গোটেই বিষয়টোক লৈ ৰোহিতে মুখ বন্ধ কৰি থকাৰ সময়তে ৰীতিকাই বুজাই দিলে যে বাউচাৰৰ কথাবোৰ শুদ্ধ নহয়।

মুম্বাই ইণ্ডিয়ানছে বাউচাৰৰ সাক্ষাৎকাৰৰ ভিডিঅ’টো ইনষ্টাগ্ৰামত পোষ্ট কৰে। আৰু সেই ভিডিঅ’ৰ তলতে ৰীতিকাই মন্তব্য কৰিছে। তেওঁ লিখিছে, ‘ইয়াত কিমান যে ভুল আছে…’। সেই মন্তব্যক লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। ৰীতিকাৰ স্পষ্ট ইংগিত, বাউচাৰে কোৱা কথাবোৰত এক অসামঞ্জস্যতা আছে।

❗️ Breaking News ❗️

‼️ Hardik Pandya And Rohit Sharma Don’t Follow Each Other On Instagram

Or

Recently They Both Have Unfollowed Each Other ‼️ pic.twitter.com/3B2oYk2hfl

— Vaibhav Bhola 🇮🇳 (@VibhuBhola) February 8, 2024

পৰ্দাৰ আঁৰত আৰু আছে বহু কাহিনী। সেই কাহিনী অৱশ্যে পোহৰলৈ অহাৰ সম্ভাৱনা নাই। কোৱা বাহুল্য যে এই গোটেই বিষয়টো ইমান সোনকালে মীমাংসা হ’বলৈ আগবঢ়া নাই।

Recent News

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd