• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোহলী-অনুষ্কাৰ সংসাৰলৈ নতুন সন্তান: সন্তানৰ নাম প্ৰকাশৰ পিছতেই ব্যাপক চৰ্চা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 21, 2024 7:03 am
7.9k
VIEWS
Share on FacebookShare on Twitter

দেশৰ অন্যতম চৰ্চিত দম্পতী বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই পুনৰ অৰ্জন কৰিছে পিতৃত্ব-মাতৃত্ব। দুয়োৰে সংসাৰলৈ আহিছে এটি পুত্ৰ সন্তান। মঙলবাৰে সামাজিক মাধ্যম যোগে এই বিষয়ে সদৰী কৰে তাৰকা ক্ৰিকেটাৰগৰাকীয়ে।

ইংলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাত কোহলীৰ অনুপস্থিতিৰ পিছতেই এই বিষয়ক লৈ ব্যাপক জল্পনা-কল্পনা চলিছিল। অৱশেষত কালি কোহলীয়ে নিজেই এই বিষয়ে ঘোষণা কৰাৰ পিছতে চৰ্চাৰ অন্ত পৰে।

কোহলীয়ে সদৰী কৰা মতে, যোৱা ১৫ ফেব্ৰুৱাৰীতে তেওঁলোকৰ দ্বিতীয়টি সন্তানৰ জন্ম হয়। সদ্যোজাত পুত্ৰ সন্তানটিৰ নাম ‘অকায়’ ৰখা হৈছে বুলি বিৰাট কোহলীয়ে লগতে উল্লেখ কৰে।

জীৱনৰ এই সুন্দৰ সময়ত সকলোৰে আশীৰ্বাদ আৰু শুভেচ্ছা বিচাৰি কোহলীয়ে লগতে এই সময়ত তেওঁলোকৰ গোপনীয়তাক সন্মান জনাবলৈও সকলোকে অনুৰোধ জনায়।

উল্লেখ্য যে ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ব্যক্তিগত কাৰণৰ দোহাই দি কোহলীয়ে বিচিচিআইৰ ওচৰত অব্যাহতি দিয়াৰ বাবে অনুৰোধ জনাইছিল আৰু এই অনুৰোধ মৰ্মেই বিচিচিআইয়ে কোহলীক দলত অন্তৰ্ভুক্ত কৰা নাছিল।

ইয়াৰ পিছতে এই বিষয়ত চৰ্চা আৰম্ভ হোৱাত বিচিচিআইয়ে সকলোকে কোহলীৰ প্ৰতি সন্মান জনাই তেওঁলোকৰ ব্যক্তিগত গোপনীয়তাক সন্মান জনাবলৈ অনুৰোধ জনাইছিল।

ইয়াৰ মাজতে শেহতীয়াকৈ কোহলীৰ একালৰ সতীৰ্থ তথা বন্ধু দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰ এবি ডে ভিলিয়াৰ্ছে কোহলী-অনুষ্কাৰ জীৱনলৈ সোনকালেই এটি সন্তান আহিব বুলি উল্লেখ কৰিছিল যদিও পিছত নিজৰ এই মন্তব্য প্ৰত্যাহাৰ কৰিছিল।

ইফালে কোহলীয়ে তেওঁলোকৰ সন্তানৰ নাম প্ৰকাশ কৰাৰ পিছতে এই নামটিক লৈও ব্যাপক চৰ্চা আৰম্ভ হৈছে। নৱজাতক সন্তানটিৰ নাম অকায় ৰাখিছে কোহলী-অনুষ্কাই। আভিধানিক মতে, এই শব্দৰ অৰ্থ হৈছে নিৰাকাৰ বা শৰীৰ হীন।

সি যি কি নহওক, কোহলীয়ে তেওঁলোকৰ সাংসাৰিক জীৱনৰ এই সুখবৰটি সদৰী কৰাৰ পিছতে তেওঁৰ অনুৰাগীসকলৰ লগতে দলীয় সতীৰ্থ, আন ক্ৰিকেটাৰ তথা চেলিব্ৰেটিসকলেও দুয়োকে অভিনন্দন জনাইছে।

Recent News

ৰঘুৰাম ৰাজনৰ গুৰুত্ব পূৰ্ণ মন্তব্য: উন্নত দেশ হ’বলৈ ৮-৯% হ’ব লাগিব ভাৰতৰ বিকাশৰ হাৰ

ৰঘুৰাম ৰাজনৰ গুৰুত্ব পূৰ্ণ মন্তব্য: উন্নত দেশ হ’বলৈ ৮-৯% হ’ব লাগিব ভাৰতৰ বিকাশৰ হাৰ

লাডাখবাসীৰ প্ৰতিবাদত হাৰ মানিলে কেন্দ্ৰই! নতুন সংৰক্ষণ আইনত অনুমোদন কেন্দ্ৰৰ

লাডাখবাসীৰ প্ৰতিবাদত হাৰ মানিলে কেন্দ্ৰই! নতুন সংৰক্ষণ আইনত অনুমোদন কেন্দ্ৰৰ

ঘৰুৱা হিংসাৰ বলি হোৱা মহিলাসকলৰ সুৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ে জাৰি কৰিছে সাত দফীয়া নিৰ্দেশনা

ঘৰুৱা হিংসাৰ বলি হোৱা মহিলাসকলৰ সুৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ে জাৰি কৰিছে সাত দফীয়া নিৰ্দেশনা

ন্যায়াধীশৰ স্বাধীনতা অতি প্ৰয়োজনীয়! নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰী হস্তক্ষেপক লৈ কঠোৰ মন্তব্য মুখ্য ন্যায়াধীশৰ

ন্যায়াধীশৰ স্বাধীনতা অতি প্ৰয়োজনীয়! নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰী হস্তক্ষেপক লৈ কঠোৰ মন্তব্য মুখ্য ন্যায়াধীশৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd