• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছ ক্ষমতালৈ আহিলে ৩০ লাখ চাকৰি, যুৱক-যুৱতীৰ বাবে ১ লাখ টকাৰ এপ্ৰেণ্টিছশ্বিপ: ৰাহুলৰ ঘোষণা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 8, 2024 10:12 am
94
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছে ক্ষমতালৈ আহিলে দেশৰ কেন্দ্ৰীয় চৰকাৰৰ খালী হৈ থকা ৩০ লাখ পদ পূৰণ কৰিব। ইয়াৰ উপৰিও প্ৰতিজন স্নাতকক নিয়োগযোগ্য কৰি তোলাৰ বাবে কংগ্ৰেছ চৰকাৰে প্ৰকল্প হাতত ল’ব। সেই পৰ্যায়ত কংগ্ৰেছ চৰকাৰে নিবনুৱা স্নাতকসকলক প্ৰতিজনকে ১ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি ঘোষণা কৰিছে ৰাহুল গান্ধীয়ে।

বৃহস্পতিবাৰে ৰাজস্থানৰ বানছবাৰাত এখন ৰাজহুৱা সভাত এই কথা ঘোষণা কৰে প্ৰাক্তন কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে। ৰাহুলে লগতে কয় যে যদি কংগ্ৰেছ ক্ষমতালৈ আহে তেন্তে অসংগঠিত খণ্ডৰ কৰ্মশক্তিৰ বাবে পেঞ্চনকে ধৰি বিভিন্ন সমাজ কল্যাণমূলক আঁচনি প্ৰৱৰ্তন কৰিব।

লগতে পঢ়কঃ নীতিশৰ প্ৰৱেশে বিহাৰত বিজেপি মিত্ৰজোঁটত লগাইছে জঁট; সুযোগ বুজি LJPক ৮ খন আসনৰ প্ৰস্তাৱ RJDৰ

Apply Now

ভাৰত জোড়ো ন্যায় যাত্ৰাত বৃহস্পতিবাৰে ৰাজস্থানত উপস্থিত হৈছে ৰাহুল গান্ধী। কংগ্ৰেছৰ সূত্ৰ অনুসৰি হাত শিবিৰে লোকসভা নিৰ্বাচনত কাম কৰাৰ অধিকাৰক সাংবিধানিক স্বীকৃতি দিবলৈ গৈ আছে।

বৃহস্পতিবাৰে এখন ৰাজহুৱা সভাত ৰাহুলে কেন্দ্ৰীয় চৰকাৰৰ খালী পদ পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ কয়, ৩০ লাখ পদ খালী আছে। মোডী চৰকাৰে এই সকলোবোৰ পদ পূৰণ নকৰে। ৰাহুলৰ মতে, কংগ্ৰেছে যুৱক-যুৱতীসকলক ন্যায় দিব বিচাৰিছে।

উল্লেখ্য যে কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে দীৰ্ঘদিন ধৰি মোডী চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আহিছে যে মোডীৰ যুগত শিক্ষিত নিবনুৱাসকল দেশৰ ভিতৰতে সৰ্বাধিক বিপন্ন হৈ পৰিছে।

লগতে পঢ়কঃ আজি আন্তৰ্জাতিক নাৰী দিৱস: জানো আহক এই দিনটোৰ ইতিহাস, গুৰুত্ব আৰু তাৎপৰ্য

কংগ্ৰেছ নেতাগৰাকীৰ মতে, দলটোৱে যদি ক্ষমতালৈ আহে তেন্তে শিক্ষিত নিবনুৱাসকলক হাতে কামে প্ৰশিক্ষণ দিয়াৰ চেষ্টা কৰিব। কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয় যে দলটোৱে যদি ক্ষমতালৈ আহে তেন্তে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ৰোধৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 18, 2026 9:01 pm
বিশ্বগুৰু: নেহৰু নে মোডী

বিশ্বগুৰু: নেহৰু নে মোডী

August 18, 2026 7:33 pm
বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

August 18, 2026 5:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 18, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd