• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নীতিশৰ প্ৰৱেশে বিহাৰত বিজেপি মিত্ৰজোঁটত লগাইছে জঁট; সুযোগ বুজি LJPক ৮ খন আসনৰ প্ৰস্তাৱ RJDৰ

এন ই নাও নিউজ, পাটনা by এন ই নাও নিউজ, পাটনা
March 8, 2024 9:16 am
এলজেপিৰ নেতা চিৰাগ পাছোৱান। ফটোঃ সংগ্ৰহীত।

এলজেপিৰ নেতা চিৰাগ পাছোৱান। ফটোঃ সংগ্ৰহীত।

54
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নির্বাচনৰ পূর্বে বিহাৰৰ ৰাজনৈতিক সমীকৰণৰ এক বৃহৎ পৰিৱর্তনেৰে বিজেপি নেতৃত্বাধীন এন ডি এ মিত্রতাত প্রৱেশ কৰে নীতিশ কুমাৰৰ জে ডি ইউ দল৷ যি মিত্ৰতাত ইতিমধ্যে বিজেপিৰ অংশীদাৰ চিৰাগ পাছৱানৰ এলজেপি, উপেন্দ্ৰ কুশৱাহাৰ আৰএলএম আছিল। জেডিইউ, এনডিএ মিত্ৰতালৈ অহাৰ লগে লগে এলজেপি আৰু আৰএলএমএৰ দৰে দলৰ বাবে আসন বন্টনৰ সমীকৰণত কিছু জটিল পৰিস্থিতিৰ সৃষ্টি হৈছে! ফলত বিহাৰত আসন বিতৰণৰ ক্ষেত্ৰত এক জটিল হিচাপৰ সন্মুখীন হৈছে বিজেপি নেতৃত্বাধীন এন ডি এ।

ইপিনে, বিহাৰত যেতিয়া বিজেপিয়ে আসন বিতৰণৰ ক্ষেত্ৰত জটিলতাৰ সন্মুখীন হৈছে, তেতিয়া লালুপ্ৰসাদ যাদৱৰ আৰজেডিয়ে এনডিএ মিত্ৰজোঁটৰ অংশীদাৰ এলজেপিক ৮খন আসনৰ প্ৰস্তাৱ দিছে।

প্ৰস্তাৱত কোৱা হৈছে যে যদি চিৰাগৰ দলে বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটত যোগদান কৰে তেন্তে ইণ্ডিয়া মিত্ৰজোঁটে উত্তৰ প্ৰদেশৰ ২খন আসনকে ধৰি মুঠ ৮খন আসন এলজেপিক দিব বিচাৰে।

Apply Now

লগতে পঢ়কঃ আজি আন্তৰ্জাতিক নাৰী দিৱস: জানো আহক এই দিনটোৰ ইতিহাস, গুৰুত্ব আৰু তাৎপৰ্য

এলজেপিৰ ফালৰ পৰা কোৱা হৈছে, ‘দলটোৱে এই প্ৰ স্তাৱ আৰজেডিৰ পৰা লাভ কৰিছে যদিও তেওঁলোকে এতিয়ালৈকে একো বিবেচনা কৰা হোৱা নাই’। এলজেপিয়ে কয়, এতিয়া তেওঁলোকে এনডিএত বিজেপিৰ আসন বিতৰণৰ ওপৰত চকু ৰাখিছে।

এলজেপিৰ নেতা ৰাজু তিৱাৰীয়ে কয়, “প্ৰস্তাৱ আগবঢ়োৱা আৰু চিৰাগ পাছোৱানৰ গুৰুত্ব স্বীকাৰ কৰাৰ বাবে আৰজেডিক ধন্যবাদ। এই সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা হোৱা নাই।”

আনহাতে, বিজেপি শিবিৰৰ পৰা খবৰ আহিছে যে অতি সোনকালে বিজেপিয়ে আৰএলজিপি আৰু এলজেপিৰ সন্দৰ্ভত সিদ্ধান্ত ল’ব। উল্লেখযোগ্য যে শেহতীয়াকৈ বিজেপিয়ে পৰৱৰ্তী পৰ্যায়ৰ প্ৰাৰ্থী তালিকাক লৈ হাই ভল্টেজ বৈঠক সম্পূৰ্ণ কৰিছে। ইফালে চিৰাগ পাছোৱানৰ এলজেপিয়ে বিহাৰত ৬খন লোকসভাৰ আসন বিচাৰিছে।

ইয়াৰ ভিতৰত তেওঁলোকে বিহাৰৰ হাজীপুৰৰ আসনও বিচাৰিছে। এই সমষ্টিটো পুনৰ কেন্দ্ৰীয় মন্ত্ৰী পশুপতি কুমাৰ পাৰসৰ বাবে বিচাৰিছে। এই পশুপতিকুমাৰ পাৰাস আৰ এল জে পি দলৰ সদস্য। ইয়াৰ পূৰ্বে অবিভক্ত এলজেপিয়ে ৬খন লোকসভাৰ আসন লাভ কৰিছিল। ইয়াৰে ৫ জন পশুপতি পাৰাসৰ আৰ এল জে পি শিবিৰলৈ স্থানান্তৰিত হৈছে। ফলত এই সমষ্টি সন্দৰ্ভত বিজেপিৰ সিদ্ধান্ত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

লগতে পঢ়কঃগুৱাহাটীত মন্ত্ৰীৰ কনভয়ৰ খুন্দাত যুৱকৰ মৃত্যুৰ ঘটনাৰ তদন্ত আৰম্ভ হৈছে: ডিজিপি জিপি সিং

ইপিনে, বিহাৰত নৰেন্দ্ৰ মোডীৰ এখনৰ পিছত সিখন সভাত একেৰাহে অনুপস্থিত থাকি বিজেপিৰ পৰা দূৰত্ব বজাই ৰাখিছে চিৰাগে। যাৰ বিষয়ে বিহাৰৰ ৰাজনীতিত তীব্ৰ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। নীতিশ কুমাৰৰ শপত গ্ৰহণৰ সময়ত উপস্থিত থকাৰ পিছতো চিৰাগে সেইদিনা দিল্লীৰ পৰা পাটনালৈ উৰা মাৰিছিল। তাত তেওঁ জে পি নোড্ডাৰ সৈতে সাক্ষাৎ কৰে। তেওঁলোকৰ দলক ৬ খন আসন দিবলৈ বিজেপিৰ লগত কথা পাতিছিল। এতিয়া বিহাৰৰ এই জটিল অংকই পৰিস্থিতি ক’লৈ লৈ যায় তালৈ সকলোৱে চাই ৰৈছে৷ 

এন ই নাও নিউজ, পাটনা

এন ই নাও নিউজ, পাটনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am
২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

October 2, 2026 8:37 am
পিকনিকলৈ গৈ মৰ্মান্তিক পৰিণতি; গা ধুবলৈ নামি সাগৰত উটি গ’ল ৮ গৰাকী কলেজীয়া শিক্ষাৰ্থী

পিকনিকলৈ গৈ মৰ্মান্তিক পৰিণতি; গা ধুবলৈ নামি সাগৰত উটি গ’ল ৮ গৰাকী কলেজীয়া শিক্ষাৰ্থী

October 2, 2026 7:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd