• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দেশৰ ৬০ শতাংশ বিবাহিত পুৰুষ-মহিলাই পৰকীয়াত আসক্ত! চাঞ্চল্যকৰ তথ্য সমীক্ষাত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 15, 2024 11:14 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ দৰে সংস্কাৰবাদী দেশত পৰকীয়া সম্পৰ্কৰ আলোচনা এতিয়াও ৰুচি বিৰুদ্ধ। কিছু বছৰৰ আগতেও সভ্য সমাজত পৰকীয়া শব্দটো নিষিদ্ধ আছিল। অৱশ্যে সময়ৰ সোঁতত সেই ধাৰণাবোৰৰ বহুতেই এতিয়া সলনি হৈ গৈছে।

অচিনাকি মানুহৰ নিষিদ্ধ স্পৰ্শৰ প্ৰতি সদায় পুৰুষ আৰু মহিলাই সঁহাৰি জনাই আহিছে। শেহতীয়া এক অধ্যয়ন অনুসৰি ভাৰতৰ ৬০ শতাংশ বিবাহিত পুৰুষ-মহিলাই পৰকীয়াত আসক্ত।

একেটা সংগীৰ প্ৰতি আসক্ত পুৰুষ-মহিলাৰ সংজ্ঞা এতিয়া অতীত হৈ পৰিল। আজিকালি বহু লোকে বৈবাহিক কন্দল বা শাৰীৰিক চাহিদা পূৰণ নোহোৱাৰ অজুহাতত ভাল জীৱনৰ সোৱাদ ল’বলৈ পৰকীয়াত আসক্ত হৈ পৰিছে।

Apply Now
প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

বিবাহ নামৰ প্ৰতিষ্ঠানটোৰ প্ৰতি গৰিষ্ঠসংখ্যক ভাৰতীয়ৰ পৰম্পৰাগত মানসিকতাও সলনি হৈছে। গ্লিডেনৰ এই অধ্যয়নত কিছুমান চাঞ্চল্যকৰ তথ্য পোৱা গৈছে। ২৫ৰ পৰা ৫০ বছৰৰ ভিতৰৰ বিবাহিত লোকসকলে ক্ৰমান্বয়ে বিবাহ বহিৰ্ভূত প্ৰেমৰ আসক্ত হৈ পৰিছে।

ইয়াৰে কোনোবাই শান্তি বিচাৰি ঢালখাইছে। কাৰোবাৰ শাৰীৰিক চাহিদা পূৰণ কৰাৰ তীব্ৰ বাসনা। সমীক্ষাত অংশগ্ৰহণ কৰা ৬০ শতাংশতকৈ অধিক লোকে অগতানুগতিক ডেটিং পদ্ধতি ব্যৱহাৰ কৰিছিল।

বৰ্তমান প্ৰজন্মৰ মাজত ‘ছুইং’ শব্দটো বৰ অচিনাকি নহয়। দুয়োজন সংগীয়ে নিজৰ যৌন ইচ্ছা পূৰণৰ বাবে সচৰাচৰ পৃথিৱীৰ বাহিৰলৈ ওলাই যোৱাত ব্যস্ত। কিন্তু আধুনিক ভাৰতত আদৰ্শ সম্পৰ্ক বা বিবাহৰ সংজ্ঞা বহুত সলনি হৈছে। গ্লিডেনৰ অধ্যয়নত অৱশ্যে এনে চাঞ্চল্যকৰ তথ্যই পোৱা গৈছে।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

গ্লিডেনৰ সমীক্ষাৰ তথ্য অনুসৰি ৩৬ শতাংশ মহিলা আৰু ৩৫ শতাংশ পুৰুষ অনলাইন প্লেটফৰ্মত ফ্লাৰ্ট কৰাৰ প্ৰতি আকৰ্ষিত হয়। এই অধ্যয়নত কোচি, জয়পুৰ, লুধিয়ানা চহৰসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।

তদুপৰি, পুৰুষ-মহিলা উভয়েই নিজৰ সংগীৰ বাহিৰে আন কাৰোবাৰ লগত ফেণ্টাচিৰ জগতখনত বিচৰণ কৰাৰ অভ্যাস গঢ়ি তুলিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

July 22, 2026 11:30 am
বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

July 22, 2026 10:35 am
২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

July 22, 2026 9:36 am
উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

July 22, 2026 8:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

July 22, 2026 11:30 am
বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

July 22, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd