• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰতি ১৪ মিনিটৰ মূৰে মূৰে ভাৰতত চুৰি হয় এখন গাড়ী; চোৰৰ প্ৰথম পছন্দ মাৰুতি চুজুকি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 18, 2024 6:21 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গাড়ী চুৰিৰ ক্ষেত্ৰত পুনৰবাৰ এক নম্বৰত পৰিণত হৈছে দেশৰ ৰাজধানী দিল্লী। ৰাজধানীতেই বেছিভাগ গাড়ী চুৰিৰ ঘটনা সংঘটিত হয়। শেহতীয়াকৈ বীমা কোম্পানী Acco-য়ে তেওঁলোকৰ প্ৰতিবেদন প্ৰকাশ কৰি ভাৰতত গাড়ী চুৰিৰ সংখ্যা কেনেদৰে বৃদ্ধি পাইছে সেই কথা উল্লেখ কৰিছে।

কোনবোৰ চহৰত গাড়ী চুৰিৰ সংখ্যা সৰ্বাধিক হৈছে তাকো প্ৰতিবেদনত উল্লেখ কৰা হৈছে। লগতে চোৰৰ প্ৰথম পছন্দ হৈছে মাৰুতি চুজুকি গাড়ী(Msruti Suzuki)।

দিল্লীত গাড়ী চুৰিৰ সংখ্যা সৰ্বাধিক। বীমা সেৱা প্ৰদানকাৰী কোম্পানী Acco য়ে শেহতীয়া প্ৰতিবেদনত দাখিল কৰা পৰিসংখ্যাত দেখা গৈছে যে দিল্লী হৈছে ভাৰতৰ ভিতৰতে সৰ্বাধিক গাড়ী চুৰি হোৱা চহৰ।

Apply Now

লগতে পঢ়কঃ জ্যেষ্ঠ সাংবাদিক আছিফ ইব্ৰাহিম আৰু নাই

দিল্লীৰ ভজনপুৰা, উত্তম নগৰত সৰ্বাধিক গাড়ী চুৰিৰ ঘটনা সংঘটিত হৈছে। ২০২৩ চনত এই অঞ্চলসমূহে একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষত থকা দেখা গৈছিল। এক’ৰ ৰিপ’ৰ্ট থেফ্ট এণ্ড দ্য চিটিত কোৱা হৈছে যে শ্বাহদৰা, পাটপাৰগঞ্জ আৰু বদৰপুৰ হৈছে তিনিখন নতুন ঠাই য’ত গাড়ী চুৰিৰ ঘটনা ব্যাপকভাৱে বৃদ্ধি পাইছে।

প্ৰতিবেদনত সৰ্বাধিক চুৰি বাহন থকা ছখন চহৰ চিনাক্ত কৰা হৈছে। দিল্লীৰ পিছতে চেন্নাই আৰু তৃতীয় স্থানত আছে বেংগালুৰু। আনহাতে, হায়দৰাবাদ, মুম্বাই আৰু কলকাতাত গাড়ী চুৰিৰ ঘটনা আটাইতকৈ কম হৈছে।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ২০২২ চনৰ পৰা ২০২৩ চনৰ ভিতৰত গাড়ী চুৰিৰ সংখ্যা প্ৰায় দুগুণ হ’ব। কিন্তু দিল্লীত গাড়ী চুৰিৰ সংখ্যা ২০২২ চনত ৫৬%ৰ পৰা ২০২৩ চনত মাত্ৰ ৩৭% লৈ হ্ৰাস পাইছে। দিল্লী এন চি আৰত প্ৰতি ১৪ মিনিটৰ মূৰে মূৰে এখন গাড়ী চুৰি হয়। প্ৰতিদিনে গড়ে ১০৫খন গাড়ী চুৰিৰ ঘটনা সংঘটিত হয়।

কোনবোৰ দিনত বেছি গাড়ী চুৰি হৈছে সেই কথাও প্রতিবেদনত প্রকাশ কৰা হৈছে৷ ইয়াৰে বেছিভাগ গাড়ী দেওবাৰ, মঙলবাৰ আৰু বৃহস্পতিবাৰে চুৰি হয়। দিল্লীত গাড়ী চুৰিৰ কেইবাটাও কাৰণ উল্লেখ কৰা হৈছে, য’ত সুপৰিকল্পিত গাড়ী পাৰ্কিংৰ অভাৱৰ কথাও কোৱা হৈছে। কলনীত উপযুক্ত পাৰ্কিং স্থান নাই। স্পেয়াৰ পাৰ্টছ আৰু ছেকেণ্ড হেণ্ড গাড়ীৰ বজাৰ অতি ওচৰত। সীমান্তও মুকলি। এই সকলোবোৰ কাৰণতে গাড়ী চুৰি কৰাটো ইয়াত সহজ বুলি অনুমান কৰা হয়।

লগতে পঢ়কঃ এইবাৰৰ নিৰ্বাচন আটাইতকৈ দীঘলীয়া; এক দেশ এক নিৰ্বাচন বিচৰাসকলে কথাটো মন কৰিছেনে?

কোনটো কোম্পানীৰ গাড়ী বেছিকৈ চুৰি হয় তাৰো উল্লেখ কৰা হৈছে। দিল্লী-এনচিআৰত মুঠ চুৰি গাড়ীৰ ৪৭% অকল মাৰুতি চুজুকিৰ। ইয়াৰ ভিতৰত মাৰুতি ৱেগন আৰ, মাৰুতি চুইফট, হুণ্ডাই ক্ৰেটা, হুণ্ডাই গ্ৰেণ্ড i10, আৰু মাৰুতি চুইফট ডিজাইৰ আদি গাড়ীয়েই আটাইতকৈ বেছি চুৰি হোৱা গাড়ী বুলি কোৱা হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd