• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বায়ুসেনাৰ হেলিকপ্টাৰ ব্যৱহাৰ কৰি মোডীৰ নিৰ্বাচনী প্ৰচাৰ! নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ তৃণমূলৰ

১৯৭৫ চনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে একেটা অপৰাধৰ বাবে শাস্তি ভোগ কৰিবলগীয়া হৈছিল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 19, 2024 12:16 pm
বায়ুসেনাৰ হেলিকপ্টাৰ ব্যৱহাৰ কৰি মোডীৰ নিৰ্বাচনী প্ৰচাৰ! নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ তৃণমূলৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা শনিবাৰে ২৪ সংখ্যক লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ সমগ্ৰ দেশতে আদৰ্শ আচৰণ বিধি কাৰ্যকৰী কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেয়া উলংঘা কৰি নিৰ্বাচনী প্ৰচাৰ চলাইছে। তেনে অভিযোগ লৈ তৃণমূল কংগ্ৰেছে নিৰ্বাচন আয়োগৰ কাষ চাপিছে।

নিয়ম অনুসৰি ভোটদানৰ বাবে চৰকাৰী পৰিবহণ, মেচিন বা নিৰাপত্তাৰক্ষী ব্যৱহাৰ কৰিব নোৱাৰিব। কিন্তু ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰ ব্যৱহাৰ কৰি মোডীয়ে প্ৰচাৰ চলোৱাৰ অভিযোগ উঠিছে। ফলত নিৰ্বাচনী আচৰণ বিধি উলংঘা হৈছে।

ইতিমধ্যে তৃণমূল কংগ্ৰেছে বিষয়টোৰ তদন্তৰ দাবী জনাইছে। এই সন্দৰ্ভত দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সাকেট গোখেলে আয়োগক অভিযোগ দাখিল কৰিছে। এই বিষয়ে তেওঁ এক্স হেণ্ডেলত সদৰী কৰিছে। মোডীয়ে নিৰ্বাচনী প্ৰচাৰত বায়ুসেনাৰ হেলিকপ্টাৰ ব্যৱহাৰ কৰাৰ ছবিও ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে সাকেটে।

লগতে পঢ়কঃ বিজেপিৰ টিকট নাপাই বিদ্ৰোহ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ; আন দলৰ সৈতে চলিছে কথা!

দেওবাৰে দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অন্ধ্ৰপ্ৰদেশৰ পালনাডুৰ চিলাকলুৰিপেতত নিৰ্বাচনী সভালৈ গৈছিল। তাতেই তেওঁ ভাৰতীয় সেনাৰ এখন হেলিকপ্টাৰত উঠি গৈছিল বুলি অভিযোগ উঠিছে।

তৃণমূলে কয় যে মোডীৰ এই আচৰণে নিৰ্বাচনী আচৰণ বিধি স্পষ্টভাৱে উলংঘা কৰিছে। ১৯৭৫ চনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে একেটা অপৰাধৰ বাবে শাস্তি ভোগ কৰিবলগীয়া হৈছিল। তৃণমূল কংগ্ৰেছে এই প্ৰশ্ন উত্থাপন কৰিছে যে মোডীয়ে কিয় শাস্তি নাপাব। কিন্তু ৰাজ্যিক বিজেপি নেতৃত্বই এই সন্দৰ্ভত কোনো মন্তব্য দিব বিচৰা নাই।

Complaint against PM Modi with ECI for violating code of conduct 👇

Filed a complaint with the Election Commission against Modi for using an Indian Air Force helicopter to attend an election rally in AC 96-Chilakaluripet in Palnadu, Andhra Pradesh yesterday

EC rules prohibit… pic.twitter.com/vHp8ooE32Z

— Saket Gokhale MP (@SaketGokhale) March 18, 2024

অহা ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব লোকসভা নিৰ্বাচন। ১ জুনত সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্ত পৰিব। ইয়াৰ পিছত ৪ জুনত ঘোষণা কৰা হ’ব দিল্লী দখল যুদ্ধৰ ফলাফল। নিৰ্বাচনৰ সময়সূচী প্ৰকাশৰ সময়ত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে লোকসভা নিৰ্বাচনৰ সময়ত আচৰণ বিধি উলংঘা হ’লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইয়াৰ কেইদিনমানৰ ভিতৰতে তৃণমূলে নৰেন্দ্ৰ মোডীয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সন্ত্ৰাসবাদ বিৰোধী অভিযানত চিআইএছএফৰ মহিলা:  অভিজাত প্ৰশিক্ষণ আৰম্ভ কৰিছে মহিলা কমাণ্ডো দলে

সন্ত্ৰাসবাদ বিৰোধী অভিযানত চিআইএছএফৰ মহিলা:  অভিজাত প্ৰশিক্ষণ আৰম্ভ কৰিছে মহিলা কমাণ্ডো দলে

August 26, 2025 12:39 pm
আমেৰিকৰ শুল্ক নীতি! ২৭ আগষ্টৰ পৰা কার্যকৰী হ’ব ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% শুল্ক

আমেৰিকৰ শুল্ক নীতি! ২৭ আগষ্টৰ পৰা কার্যকৰী হ’ব ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% শুল্ক

August 26, 2025 11:14 am
‘অপাৰেচন কালানেমী! উত্তৰাণ্ডত গ্ৰেপ্তাৰ ৩০০ৰো অধিক ভণ্ড ‘বাবা’

‘অপাৰেচন কালানেমী! উত্তৰাণ্ডত গ্ৰেপ্তাৰ ৩০০ৰো অধিক ভণ্ড ‘বাবা’

August 26, 2025 9:47 am
বনতৰা বন্যপ্ৰাণী কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে এছ আই টি গঠন উচ্চতম ন্যায়ালয়ৰ

বনতৰা বন্যপ্ৰাণী কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে এছ আই টি গঠন উচ্চতম ন্যায়ালয়ৰ

August 26, 2025 9:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্ত্ৰাসবাদ বিৰোধী অভিযানত চিআইএছএফৰ মহিলা:  অভিজাত প্ৰশিক্ষণ আৰম্ভ কৰিছে মহিলা কমাণ্ডো দলে

সন্ত্ৰাসবাদ বিৰোধী অভিযানত চিআইএছএফৰ মহিলা:  অভিজাত প্ৰশিক্ষণ আৰম্ভ কৰিছে মহিলা কমাণ্ডো দলে

August 26, 2025 12:39 pm
আমেৰিকৰ শুল্ক নীতি! ২৭ আগষ্টৰ পৰা কার্যকৰী হ’ব ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% শুল্ক

আমেৰিকৰ শুল্ক নীতি! ২৭ আগষ্টৰ পৰা কার্যকৰী হ’ব ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% শুল্ক

August 26, 2025 11:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd