• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কঠোৰ নিৰাপত্তা আইন গৃহীত কৰিলে হংকঙে; কিয় অনা হ’ল এনে কঠোৰ আইন?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 20, 2024 10:55 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হংকঙে কঠোৰ নিৰাপত্তা আইন গৃহীত কৰিছে। কৰ্তৃপক্ষই দেশৰ স্থিতিশীলতাৰ বাবে এই আইনখন প্ৰয়োজনীয় বুলি বিবেচনা কৰে। কিন্তু সমালোচকসকলে আশংকা কৰিছে যে এই নতুন আইনখনে নাগৰিক স্বাধীনতাক আৰু অধিক ক্ষুন্ন কৰিব।

২৩ নং অনুচ্ছেদ নামেৰে পৰিচিত এই আইনখনৰ লক্ষ্য হৈছে বাহ্যিক হস্তক্ষেপ আৰু বিদ্ৰোহ ৰোধ কৰা য’ত এনে অপৰাধৰ সৰ্বোচ্চ শাস্তি ৰখা হৈছে যাৱজ্জীৱন কাৰাদণ্ড।

দুসপ্তাহতকৈ কম সময়ৰ ভিতৰতে চহৰখনৰ বেইজিং সমৰ্থক সংসদে এই আইনখন গৃহীত কৰে।

Apply Now

ইতিমধ্যে এই আইনখনে হংকঙত বিচ্ছিন্নতা, বিদ্ৰোহ, সন্ত্ৰাসবাদ আৰু বিদেশী শক্তিৰ সৈতে গোপন বুজাবুজিক অপৰাধ বুলি গণ্য কৰিছে।

লগতে পঢ়কঃ চিকিৎসকে কৈছিল ৬ মাহ বাচিব; হাৰ্ট ট্ৰেন্সপ্লান্টৰ পিছত ৩৯ বছৰ জীয়াই থাকি বিশ্ব অভিলেখ ব্যক্তিৰ

হংকঙৰ নেতা জন লীয়ে কয় যে অস্থিৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ সম্ভাৱ্য বিধ্বংসী কৰ্মকাণ্ড আৰু স্বাধীন হংকঙৰ ধাৰণাসমূহ বাধা দিবলৈ এই আইনখন প্ৰয়োজনীয়।

তেওঁ কয় যে হংকঙৰ জনসাধাৰণৰ বাবে এয়া এক ঐতিহাসিক মুহূৰ্ত যাৰ বাবে সকলোৱে ২৬ বছৰ অপেক্ষা কৰি আছিল।

চীনৰ উপ-প্ৰধানমন্ত্ৰী ডিং জুৱেছিয়াঙে কয় যে এই নতুন আইনখনৰ ক্ষিপ্ৰ প্ৰণয়নে হংকঙৰ জাতীয় স্বাৰ্থ সুৰক্ষিত কৰিব আৰু অৰ্থনৈতিক উন্নয়নৰ ওপৰত গুৰুত্ব দিব পাৰিব।

২০২০ চনত এনে এখন আইন গৃহীত হোৱাৰ পিছৰে পৰা বিতৰ্কিত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

লগতে পঢ়কঃ মেঘালয়ত জন কেনেডীৰ হাতত গ্ৰেপ্তাৰ প্ৰাৰ্থী হিটলাৰ! নিৰ্বাচনী আয়োগৰ পোষ্টক লৈ চাঞ্চল্য

এমনেষ্টি ইণ্টাৰনেশ্যনেলৰ চীনৰ সঞ্চালক ছাৰা ব্ৰুকছে কয় যে এই নতুন আইনখনে ইয়াত আন এক মানৱ অধিকাৰ বিপৰ্যয়ৰ সৃষ্টি কৰিব।

হিউমেন ৰাইটছ ৱাচ চাইনাৰ ভাৰপ্ৰাপ্ত সঞ্চালিকা মায়া ৱাঙে কয় যে ইয়াৰ দ্বাৰা হংকঙত স্বৈৰাচাৰীতাৰ নতুন যুগ মুকলি হ’ব।

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্ত ভলকাৰ টাৰ্কে নতুন আইনখনক “এটা পশ্চাদগমন পদক্ষেপ” বুলি অভিহিত কৰিছে।

ব্ৰিটেইনৰ বৈদেশিক সচিব ডেভিদ কেমেৰনে কয় যে ইয়াৰ দ্বাৰা পূৰ্বৰ ব্ৰিটিছ উপনিবেশৰ “অধিকাৰ আৰু স্বাধীনতা”ত আৰু অধিক হস্তক্ষেপ কৰা হ’ব।

লগতে পঢ়কঃ ধূলি আৰু প্ৰদূষণৰ পৰা হোৱা স্বাস্থ্যজনিত সমস্যাৰ পৰা কেনেকৈ বাচি থাকিব? জানি লওক এতিয়াই

হংকঙৰ সাধাৰণ জনতাইও এই আইনক লৈ উদ্বেগ প্ৰকাশ কৰিছে। মূলতঃ নতুন আইনখনত বিস্তৃত আৰু অস্পষ্ট সংজ্ঞাৰ ব্যৱহাৰক লৈ তেওঁলোকৰ এই উদ্বেগ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd