• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মেঘালয়ত জন কেনেডীৰ হাতত গ্ৰেপ্তাৰ প্ৰাৰ্থী হিটলাৰ! নিৰ্বাচনী আয়োগৰ পোষ্টক লৈ চাঞ্চল্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 20, 2024 8:20 am
প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনৰ ৰণ দুন্দুভি বাজি উঠিছে। আৰু এমাহৰ ভিতৰত আৰম্ভ হ’ব লোকসভা নিৰ্বাচন। স্বাভাৱিকতে সমগ্ৰ দেশতে ৰাজনীতি আৰু ভোটদান সম্পৰ্কে বিভিন্ন চৰ্চা চলিছে। ইয়াত অতীতৰ ঘটনাও চৰ্চাৰ মাজলৈ আহিছে। এইবাৰ নিৰ্বাচন আয়োগেও এই চৰ্চাত হাত উজান দিলে।

নিৰ্বাচন আয়োগে ২০০৮ চনৰ এটা আশ্চৰ্যজনক ঘটনা শ্বেয়াৰ কৰিছে। সেইবাৰ মেঘালয় বিধানসভা নিৰ্বাচনৰ সময়ত এডলফ হিটলাৰক গ্ৰেপ্তাৰ কৰিছিল জন এফ কেনেডীয়ে! হয়, সেই সময়ত বাতৰি কাকতত সেইটোৱেই আছিল শিৰোনাম। দৰাচলতে ঘটনাটো কি?

কোৱা বাহুল্য যে এই হিটলাৰৰ নাজী শক্তিৰ লগত কোনো সম্পৰ্ক নাই। তেওঁ আছিল এন চি পিৰ নেতা। নিৰ্বাচনী প্ৰচাৰৰ সময়ত মেঘালয়ৰ এজন আৰক্ষী বিষয়াই তেওঁক গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ নাম জন এফ কেনেডী।

Apply Now

লগতে পঢ়কঃ সেউজ অসমৰ এই অৱস্থা! বিশ্বৰ দ্বিতীয় প্ৰদূষিত চহৰলৈ পৰ্যবসিত হ’ল গুৱাহাটী 

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ নামেৰে মিল থকা আৰক্ষী অধীক্ষক আৰু এনচিপি নেতাগৰাকী অতি সোনকালেই চৰ্চিত হৈ পৰে। আজিৰ এই সময়ত হোৱা হ’লে নিশ্চিতভাৱে ক’ব পাৰি যে সেই কাকতখনৰ কাটিং ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিলহেঁতেন।

শেষত নিৰ্বাচনৰ ফলাফল কি হৈছিল? সেইবাৰ নিৰ্বাচনত হিটলাৰে নিজৰ সমষ্টিত জয়লাভ কৰে। যোৱা বছৰ তেওঁ তৃণমূল কংগ্ৰেছত যোগদান কৰিছে। নিৰ্বাচন আয়োগে ষোল্ল বছৰৰ আগৰ সেই খবৰ পুনৰ স্মৃতিলৈ ঘূৰাই আনিলে। শেহতীয়াকৈ আয়োগৰ এক্স হেণ্ডেলত এই সন্দৰ্ভত এটা পোষ্ট কৰা হৈছে। নিৰ্বাচনী বতৰত  ‘এডলফ হিটলাৰক জন এফ কেনেডীয়ে বন্দী কৰা’ শীৰ্ষক পোষ্টটোত পুনৰ ঘূৰি আহিল সেই পুৰণি খবৰ।

#Chunaviकिस्से

भारतीय चुनावों से जुड़े रोचक किस्से 🙌#ECI #ChunavKaParv #DeshKaGarv #Elections2024 pic.twitter.com/1o88yQB3B2

— Election Commission of India (@ECISVEEP) March 18, 2024

উল্লেখ্য যে ১৬ মাৰ্চত নিৰ্বাচন আয়োগে ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। এইবাৰ দেশৰ সাধাৰণ নিৰ্বাচন ৭টা পৰ্যায়ত অনুষ্ঠিত হ’ব। ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব নিৰ্বাচন। ৪ জুনত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব। ৭টা পৰ্যায়ৰ ভোটগ্ৰহণ ক্ৰমে ১৯ এপ্ৰিল, ২৬ এপ্ৰিল, ৭ মে’, ১৩ মে’, ২০ মে’, ২৫ মে’ আৰু ১ জুনত অনুষ্ঠিত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

July 18, 2026 12:52 pm
চিকিৎসালয়ত সোণম ৱাংচুক : এইবাৰ অনশনৰ ঘোষণা অভিজিৎ দীপকেৰ

চিকিৎসালয়ত সোণম ৱাংচুক : এইবাৰ অনশনৰ ঘোষণা অভিজিৎ দীপকেৰ

July 18, 2026 12:49 pm
মেচ ফিক্সিঙত উচটনিৰ অভিযোগ; গ্ৰেপ্তাৰ টিম ইণ্ডিয়াৰ বিশ্বকাপ জয়ৰ নায়ক, আটক আন এক যুৱৰাজ

মেচ ফিক্সিঙত উচটনিৰ অভিযোগ; গ্ৰেপ্তাৰ টিম ইণ্ডিয়াৰ বিশ্বকাপ জয়ৰ নায়ক, আটক আন এক যুৱৰাজ

July 18, 2026 11:39 am
সোমবাৰে কেয়াৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ পিছত ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ’ব এণ্ডি বাৰ্নহাম

সোমবাৰে কেয়াৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ পিছত ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ’ব এণ্ডি বাৰ্নহাম

July 18, 2026 10:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

July 18, 2026 12:52 pm
চিকিৎসালয়ত সোণম ৱাংচুক : এইবাৰ অনশনৰ ঘোষণা অভিজিৎ দীপকেৰ

চিকিৎসালয়ত সোণম ৱাংচুক : এইবাৰ অনশনৰ ঘোষণা অভিজিৎ দীপকেৰ

July 18, 2026 12:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd