• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মস্কোৰ কনচাৰ্ট হলত বন্দুকধাৰীৰ ভয়ংকৰ আক্ৰমণ; কমেও ৬০ জন নিহত, আহত শতাধিক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 23, 2024 8:34 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়াৰ মস্কোত এটা কনচাৰ্ট হলত বন্দুকধাৰীয়ে ভয়ংকৰ আক্ৰমণ চলাইছে। বাতৰি অনুসৰি এই গুলীচালনা আৰু বোমা বিস্ফোৰণত কমেও ৬০ জন লোকৰ মৃত্যু হয়। শতাধিক লোক আহত হয়। শুকুৰবাৰে মস্কোৰ ক্ৰকাছ চিটি হলত সংঘটিত হয় এই ঘটনা। হলঘৰত এটা বোমা বিস্ফোৰণো ঘটে। চৌদিশ ধোঁৱাৰে আছন্ন হৈ পৰে।

এই আক্ৰমণক গৰিহণা দি ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে এয়া এক “সন্ত্ৰাসবাদী আক্ৰমণ”। ঘটনাস্থলীত বৃহৎ নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। চাৰিওফালৰ অঞ্চলসমূহ খালী কৰা হৈছে। ৰাছিয়াৰ তদন্তকাৰী সংস্থাই এই আক্ৰমণৰ তদন্ত আৰম্ভ কৰিছে।

ৰাছিয়াৰ বিভিন্ন সংবাদ মাধ্যমৰ মতে দলটোত কমেও পাঁচজন আক্ৰমণকাৰী আছিল। তেওঁলোকে ছদ্মবেশত কনচাৰ্ট হলত প্ৰৱেশ কৰিছিল। আক্ৰমণকাৰীৰ হাতত আছিল স্বয়ংক্ৰিয় বন্দুক।

Apply Now

লগতে পঢ়কঃ IPL 2024: ধোনীৰ ছত্ৰছায়াত নেতৃত্বৰে ঋতুৰাজৰ সফল অভিযান; ধৰাশায়ী বিৰাট বাহিনী

সংবাদ সংস্থাই প্ৰকাশ কৰা এই আক্ৰমণৰ ভিডিঅ’ত দেখা গৈছে যে আক্ৰমণকাৰীয়ে নিৰ্বিচাৰে গুলীচালনা কৰাৰ লগতে হলঘৰৰ ভিতৰত বোমা নিক্ষেপ কৰে। প্ৰেক্ষাগৃহৰ চাদত জুই লাগি চাৰিওফালে ধোঁৱাই ভৰি পৰে।

দেশখনৰ এগৰাকী সাংবাদিক ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ সবিশেষ দিওঁতে কয় যে প্ৰায় ১৫ৰ পৰা ২০ মিনিট ধৰি চলা আক্ৰমণৰ পৰা হাত সাৰিবলৈ বহু লোকে মাটিত শুই পৰি থাকে। গুলীচালনা বন্ধ হোৱাৰ লগে লগে মানুহবোৰ তাৰ পৰা চুচুৰি বাগৰি আঁতৰি যাবলৈ চেষ্টা কৰে।

ৰাছিয়াৰ জৰুৰীকালীন মন্ত্ৰালয়ে নিজৰ টেলিগ্ৰাম চেনেলত প্ৰকাশ কৰা অনুসৰি আক্ৰমণৰ পৰা হাত সাৰিবলৈ প্ৰায় ১০০ জন লোকে হলটোৰ বেছমেণ্টত আশ্ৰয় লৈছিল। বহুতে হলঘৰৰ চাদত আশ্ৰয় লৈছিল। সকলোকে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। সেই সময়ত অনুষ্ঠান পৰিৱেশন কৰি থকা মিউজিক বেণ্ডটোৰ সকলো সদস্যকো নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।

লগতে পঢ়কঃসাত দিনৰ বাবে ইডিৰ জিম্মালৈ প্ৰেৰণ কেজৰিৱালক

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাৰিয়া ঝাখাৰোভাই এই আক্ৰমণক “সন্ত্ৰাসবাদী আক্ৰমণ” বুলি অভিহিত কৰে। এই জঘন্য অপৰাধক সমগ্ৰ আন্তঃৰাষ্ট্ৰীয় সমাজে গৰিহণা দিয়া উচিত বুলিও তেওঁ কয়। আমেৰিকাইও এই আক্ৰমণক গৰিহণা দিয়ে। কিন্তু তেওঁলোকে এইটোও কয় যে এই আক্ৰমণৰ সৈতে ইউক্ৰেইনৰ কোনো ধৰণৰ সম্পৰ্ক নাই। 

শেহতীয়া বাতৰি মতে, সন্ত্ৰাসবাদী সংগঠন আইছিছে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd