• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এবিভিপিক নিষিদ্ধ কৰিলে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাই

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
March 23, 2024 7:07 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১৮ মাৰ্চ, ২০২৪ তাৰিখে স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ নেতৃত্বত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে হাতত লোৱা ‘কা’ বিৰোধী গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ প্ৰতিবাদী কাৰ্যসূচীত ব্যাঘাত জন্মাবৰ বাবে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (এবিভিপি) নামৰ সংগঠনটোৱে সৃষ্টি কৰা অপ্ৰীতিকৰ পৰিস্থিতিক লৈ আজি গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু আইন মহাবিদ্যালয় ছাত্ৰ সন্থাই এখন সংবাদ মেল সম্বোধন কৰে। 

সংবাদ মেলত দুয়োখন ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকলে স্পষ্ট কৰি দিয়ে যে, যোৱা ১৮ মাৰ্চ, ২০২৪ তাৰিখে এবিভিপিয়ে ছাত্ৰ সমাজৰ গণতান্ত্ৰিক প্ৰতিবাদত ব্যাঘাত জন্মাবৰ বাবে নিজে অপ্ৰীতিকৰ-অসংবিধানিক কাৰ্যকলাপ হাতত লৈছিল আৰু এতিয়া তেওঁলোকে নিজৰ দোষ ঢাকিবৰ বাবে ঘটনাটোৰ মিছা ব্যাখ্যা কৰিছে। বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ একতাক লৈ শংকিত সংগঠনটোৱে ছাত্ৰ সমাজৰ এঁক্যবদ্ধ কণ্ঠক ভাগ ভাগ কৰাৰ উদ্দেশ্যেৰে সিদিনাৰ প্ৰতিবাদী কাৰ্যসূচী দুটা বিশেষ সংগঠনে লোৱা বুলি অপব্যাখ্যা কৰি আহিছে। কিন্তু সেইদিনাৰ প্ৰতিবাদী কাৰ্যসূচী কোনো দল-সংগঠনৰ নাছিল, সেয়া আছিল দল-সংগঠন নিৰ্বিশেষে জাতিটোৰ স্বাৰ্থত ওলাই অহা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ, যাৰ নেতৃত্ব লৈছিল স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাই।

বিশ্ববিদ্যালয়ৰ সন্মানীয় পঞ্জীয়ক মহোদয় আৰু সন্মানীয় বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিব মহোদয়ৰ নাম ‘উল্লেখ কৰি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে আৰক্ষী চকীত গোচৰ দিয়া, বাহিৰৰপৰা ভেৰনীয়া গুণ্ডা আনি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক আক্ৰমণ কৰা, স্নাতকোত্তৰ ছাত্ৰ সস্থাক অপমান কৰা, বাৰম্বাৰ বিশ্ববিদ্যালয়ৰ  শান্তি বিঘ্নিত কৰিবলৈ চেষ্টা চলাই অহা, ‘কা’ সমৰ্থনকাৰী জাতিদ্ৰোহী অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদক বিশ্ববিদ্যালয়ৰ চৌহদত নিষিদ্ধ ঘোষণা কৰে।

লগতে অসম আৰু অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি চৰম ভাবুকি আনিব পৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধেও নিজৰ স্থিতিত অটল থকাৰ কথা ঘোষণা কৰে স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাই। ‘কা’প্ৰত্যাহাৰৰ নকৰা পৰ্যন্ত বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজক লগত লৈ তেওঁলোকে ধাৰাবাহিকভাৱে চলাই নিব জোৰদাৰ প্ৰতিবাদী কাৰ্যসূচী।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজনীতিত যোগদান কৰিব জুকাৰবাৰ্গে? ড’নাল্ড ট্ৰাম্পক উত্তৰ দিলে মেটাৰ প্ৰতিষ্ঠাপকগৰাকীয়ে

ৰাজনীতিত যোগদান কৰিব জুকাৰবাৰ্গে? ড’নাল্ড ট্ৰাম্পক উত্তৰ দিলে মেটাৰ প্ৰতিষ্ঠাপকগৰাকীয়ে

September 5, 2025 10:58 am
বসুন্ধৰা ৰাজেৰ সৈতে মোহন ভাগৱতৰ হঠাৎ ৰুদ্ধধাৰ বৈঠক, বিজেপিত নতুন জল্পনা-কল্পনা

বসুন্ধৰা ৰাজেৰ সৈতে মোহন ভাগৱতৰ হঠাৎ ৰুদ্ধধাৰ বৈঠক, বিজেপিত নতুন জল্পনা-কল্পনা

September 5, 2025 10:34 am
আকৌ এটা বেংকে দিলে ‘প্ৰৱঞ্চক’ৰ আখ্যা; চাপ বাঢ়িছে অনিল আম্বানীৰ  

আকৌ এটা বেংকে দিলে ‘প্ৰৱঞ্চক’ৰ আখ্যা; চাপ বাঢ়িছে অনিল আম্বানীৰ  

September 5, 2025 9:57 am
ট্ৰাম্প-মোদীৰ বন্ধুত্ব এতিয়া ইতিহাসঃ আমেৰিকাৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জন বোল্টনৰ দাবী

ট্ৰাম্প-মোদীৰ বন্ধুত্ব এতিয়া ইতিহাসঃ আমেৰিকাৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জন বোল্টনৰ দাবী

September 5, 2025 9:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজনীতিত যোগদান কৰিব জুকাৰবাৰ্গে? ড’নাল্ড ট্ৰাম্পক উত্তৰ দিলে মেটাৰ প্ৰতিষ্ঠাপকগৰাকীয়ে

ৰাজনীতিত যোগদান কৰিব জুকাৰবাৰ্গে? ড’নাল্ড ট্ৰাম্পক উত্তৰ দিলে মেটাৰ প্ৰতিষ্ঠাপকগৰাকীয়ে

September 5, 2025 10:58 am
বসুন্ধৰা ৰাজেৰ সৈতে মোহন ভাগৱতৰ হঠাৎ ৰুদ্ধধাৰ বৈঠক, বিজেপিত নতুন জল্পনা-কল্পনা

বসুন্ধৰা ৰাজেৰ সৈতে মোহন ভাগৱতৰ হঠাৎ ৰুদ্ধধাৰ বৈঠক, বিজেপিত নতুন জল্পনা-কল্পনা

September 5, 2025 10:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd