• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আইছিছৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি আটক হ’ল আই আই টি-গুৱাহাটীৰ ছাত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 24, 2024 10:31 am
অনলাইনযোগে আইছিছৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰা আই আই টি-গুৱাহাটীৰ ছাত্ৰ আটক।

অনলাইনযোগে আইছিছৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰা আই আই টি-গুৱাহাটীৰ ছাত্ৰ আটক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আই আই টি-গুৱাহাটীৰ এগৰাকী ছাত্ৰই অনলাইনযোগে আইছিছৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰি কেম্পাছৰ পৰা নিৰুদ্দেশ হৈ থকাৰ পিছত শনিবাৰে তেওঁক আটক কৰা হৈছে।চতুৰ্থ বৰ্ষৰ বায়’টেকন’লজীৰ ছাত্ৰজনে লিংকডইনত এখন মুকলি পত্ৰ লিখি সন্ত্ৰাসবাদী সংগঠনটোৰ প্ৰতি আনুগত্য প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে। শেহতীয়াকৈ ধুবুৰী জিলাত আইছিছ ইণ্ডিয়াৰ কথিত মুৰব্বী হৰিশ ফাৰুকীক গ্ৰেপ্তাৰ কৰাৰ পিছতে এই কাণ্ড সংঘটিত হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি আইছিছত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰা ইমেইল আৰু ছ’চিয়েল মিডিয়া পোষ্টৰ পিছতে উদ্বেগৰ সৃষ্টি হৈছিল। লিংকডইনত নিজৰ সিদ্ধান্তৰ বিষয়ে ব্যাখ্যা কৰি ৰাজহুৱা পত্ৰ লিখাৰ পিছতে লুকাউট এলাৰ্ট জাৰি কৰা হয়।

পিছত তেওঁক গুৱাহাটীৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগৰ হাজোত উদ্ধাৰ কৰি সোধা-পোছাৰ বাবে আটক কৰি ৰখা হয়।

Apply Now

লগতে পঢ়কঃ কি দিন পৰিল! বিচাৰি টকা নাপালে, ভাড়াতীয়া গুণ্ডা লগাই নিজৰ পিতৃকে গুলীয়াই হত্যা কৰালে কিশোৰে

আই আই টি-গুৱাহাটী কৰ্তৃপক্ষই নিশ্চিত কৰিছে যে তেওঁ দুপৰীয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল আৰু তেওঁৰ ফোনো সংযোগ সীমাৰ বাহিৰত আছিল। অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইটাৰযোগে ছাত্ৰজনক যাত্ৰা কৰি থকা অৱস্থাত আটক কৰা হৈছিল বুলি উল্লেখ কৰি তেওঁ আইনী প্ৰক্ৰিয়াৰ সন্মুখীন হ’ব লাগিব বুলি কয়।

ছাত্ৰজনৰ পৰা আইছিছত যোগদান কৰিবলৈ যোৱাৰ পথত বুলি ইমেইল পোৱাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। তেওঁৰ হোষ্টেলৰ কোঠাত তালাচী চলাই আইছিছৰ পতাকাৰ দৰে ক’লা পতাকা আৰু ইছলামিক ধৰ্মীয় পুথি পোৱা যায়। সূত্ৰসমূহে লগতে ছাত্ৰজনৰ কেম্পাছত কোনো ঘনিষ্ঠ বন্ধু নথকা অকলশৰীয়া আছিল বুলিও ব্যক্ত কৰিছে।

আইছিছ ইণ্ডিয়াৰ নেতা বুলি ধাৰণা কৰা হৰিশ ফাৰুকীক গ্ৰেপ্তাৰ কৰাৰ পিছতে ছাত্ৰজনৰ এই ঘটনাটোৱে বিশেষ গুৰুত্ব লাভ কৰিছে। অনুৰাগ সিং (ওৰফে ৰেহান)কে ধৰি সহযোগীসহ ফাৰুকীক বুধবাৰে অসম আৰক্ষীয়ে আটক কৰে।

লগতে পঢ়কঃউৎসৱৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে অধিক হোলী বিশেষ ৰে’ল; কেইখনমান ৰে’লৰ অতিৰিক্ত ষ্টপেজ প্ৰদান

২০১৯ চনৰ পৰা সক্ৰিয় হৈ থকা ফাৰুকীয়ে বাংলাদেশত আত্মগোপন কৰি ভাৰতীয়ক উগ্ৰপন্থী সংগঠনটোৰ প্ৰতি আকৰ্ষিত কৰাৰ সন্দেহ কৰা হৈছে। তেওঁৰ বিৰুদ্ধে ভাৰতৰ কেইবাখনো ৰাজ্যত আইছিছৰ ঘাটি স্থাপনৰ অভিযোগ আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd