• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তেজপুৰত সমাজ সংস্কাৰক, সাহিত্যিক দণ্ডিনাথ কলিতাৰ ৬৩ সংখ্যক মৃত্যু দিৱস

এন ই নাও নিউজ by এন ই নাও নিউজ
May 16, 2018 12:49 pm
DandinathKalita
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেজপুৰত সমাজ সংস্কাৰক, সাহিত্যিক দণ্ডিনাথ কলিতাৰ ৬৩সংখ্যক মৃত্যু দিৱস উপলক্ষে ১৫ মে’ত তেজপুৰ শাখা সাহিত্য সভাই এটা বিশেষ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰে।

এই উপলক্ষে সাহিত্যিকগৰাকীৰ আৱক্ষ মূ্ৰ্তিত বন্তি প্ৰজ্বলন কৰে দণ্ডিনাথ কলিতাৰ পুতেক সমাজকৰ্মী, ক্ৰীড়া সংগঠক তথা লেখক ডাঃ বিশ্বৰঞ্জন কলিতাই।

Apply Now

তেজপুৰ শাখা সাহিত্য সভাৰ সভাপতি তথা অধ্যাপক হেমন্ত কুমাৰ বৰুৱাই সাহিত্যিক দণ্ডিনাথ কলিতাক স্মৰণ কৰি ভাষণত কয় যে তেওঁ সমাজৰ সুসংস্কাৰৰ বিহপুলি উঘালিবলৈ চেষ্টা কৰিছিল। দণ্ডিনাথ কলিতাৰ ৰচনাৱলী হ’ল সংস্কাৰৰ জ্বালামুখ। তেওঁ লগতে দণ্ডিনাথ কলিতাই ঔপন্যাসিক, নাট্যকাৰ, কবি, ব্যংগ লেখকৰ ৰূপত মূলতঃ এগৰাকী সমাজ সংস্কাৰকৰ ভূমিকা লৈছিল বুলি কয়। এগৰাকী আদৰ্শ শিক্ষক ৰূপেও খ্যাতি লাভ কৰা দণ্ডিনাথ কলিতাই পদ্মনাথ গোহাঞি বৰুৱাৰ দৰে বৰেণ্য সাধকক শিক্ষাগুৰু হিচাপে পোৱাৰ কথাটোও তেওঁ উল্লেখ কৰে।

উল্লেখ কৰিব পাৰি যে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ দৰে বহু বৰেণ্য ব্যক্তি দণ্ডিনাথ কলিতাৰ ছাত্ৰ আছিল। শিক্ষকতা কৰি থকা সময়ত এইগৰাকী ব্যক্তিয়ে অসমীয়া ভাষাত কিতাপৰ অভাৱ দূৰ কৰিবলৈ ‘সংস্কৃত ব্যাকৰণাদৰ্শ’, ‘প্ৰদীপ’, ‘সাহিত্য মুক্তাৱলী’ৰ দৰে সংস্কৃত আৰু অসমীয়া সাহিত্যৰ গ্ৰন্থ ৰচনা কৰিছিল। আনহাতে, সেই সময়ত অসমৰ সমাজ জীৱনক গ্ৰাস কৰা কানি বৰবিহ ৰোধ কৰিবৰ কাৰণে চৰকাৰৰ অনুৰোধ সাপেক্ষে কলিতাই এদিনতেই ‘মুক্তিৰ অভিযান’ শীৰ্ষক নাটক ৰচনা কৰি উলিয়াইছিল। দণ্ডিনাথ কলিতাই নিজৰ লেখাৰ জৰিয়তে সমাজত থকা দোষ-ত্ৰুটিবোৰ সংস্কাৰৰ চেষ্টা কৰিছিল।

অনুষ্ঠানত উপস্থিত থাকি দৰং মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড০ গহন চন্দ্ৰ মহন্তয়ো সাহিত্যিকগৰাকীৰ স্মৃতিচাৰণ কৰে। অনুষ্ঠানটোৰ আঁত ধৰিছিল তেজপুৰ সাহিত্য সভাৰ সম্পাদক পংকজ বৰুৱাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd