• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতীয় সংবিধানক অৱমাননা শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ; ফাৰ্মাচী কাউন্সিলৰ সকিয়নী বিশ্ববিদ্যালয়খনক

Assam D Pharm exit exam row: Pharmacy Council warns Srimanta Sankaradeva University

by
April 16, 2024 4:58 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আইন উলংঘা কৰি ভাৰতীয় ফাৰ্মাচী কাউন্সিলৰ সকীয়নিৰ সন্মুখীন হ’ল শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিশ্ববিদ্যালয়। বিশ্ব বিদ্যালয়খনৰ স্বাস্থ্য বিজ্ঞান বিভাগে ২০২১-২৩ বৰ্ষৰ ডি.ফাৰ্ম পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনুষ্ঠিত কৰিছিল এক্সিট পৰীক্ষা।

 এই পৰীক্ষাক অবৈধ আখ্যা দি শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ক আইনী ব্যৱস্থা গ্ৰহণৰ সকিয়নী দিছে ভাৰতীয় ফাৰ্মাচী কাউন্সিলে।

Apply Now

২০২৪ চনৰ ৮ এপ্ৰিলত গুৱাহাটী উচ্চ ন্যায়ালয়ে ব্যক্তিগত বিশ্ববিদ্যালয় আৰু অসংলগ্ন শিক্ষানুষ্ঠানৰ স্নাতকসকলৰ মূল্যায়নৰ বাবে ২১ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া এছএছইউএইচএছৰ এক্সিট পৰীক্ষা পিছুৱাই দিয়াৰ এসপ্তাহৰ পাছতে এই ঘটনা সংঘটিত হৈছে।

ফাৰ্মাচী শিক্ষাৰ ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণ সংস্থা পিচিআইয়ে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়লৈ লিখা এখন পত্ৰত স্পষ্টকৈ উল্লেখ কৰিছে যে ফাৰ্মাচীত ডিপ্লমা পাঠ্যক্ৰম উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ এক্সিট পৰীক্ষা অনুষ্ঠিত কৰাৰ কোনো কৰ্তৃত্ব বিশ্ববিদ্যালয়ৰ নাই।

‘‘ডিপ্লমা ইন ফাৰ্মাচী এক্সিট এক্সাম ৰেগুলেশ্যন, ২০২২’ অনুসৰি সময়ে সময়ে ডিপ্লমা ইন ফাৰ্মাচী এক্সিট পৰীক্ষা অনুষ্ঠিত কৰা একমাত্ৰ নিৰ্ধাৰিত কৰ্তৃপক্ষ হৈছে পিচিআই। পিচিআইয়ে উচ্চতম ন্যায়ালয়ৰ এক উল্লেখযোগ্য ৰায়দানৰ (ফাৰ্মাচী কাউন্সিল অৱ ইণ্ডিয়া বনাম ডাঃ এছ কে তোস্নিবাল এডুকেচনেল ট্ৰাষ্ট)ৰ উদ্ধৃতি দি নিজৰ দাবীক আৰু অধিক শক্তিশালী কৰি তোলে। এই ৰায়দানৰ দ্বাৰা ফাৰ্মাচী শিক্ষা আৰু ফাৰ্মাচী বৃত্তি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ১৯৪৮ চনৰ ফাৰ্মাচী আইনখনৰ গুৰুত্ব প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ ফলত এক্সিট পৰীক্ষা নিয়ন্ত্ৰণৰ দায়িত্ব পিচিআইৰ অধীনত ৰখা হয়।

পিচিআইয়ে SSUHS ক পৰীক্ষা আগবঢ়াই নিলে আইনী ব্যৱস্থা লোৱা হ’ব বুলি সকীয়াই দিয়ে। ইয়াৰ উপৰিও পিচিআইৰ নিয়ম মানি চলাটো নিশ্চিত কৰিবলৈ পিচিআইয়ে অসম চৰকাৰৰ হস্তক্ষেপৰ অনুৰোধ জনায়।

PCI Clarification সত্ত্বেও SSUHSৰ পৰীক্ষা ঘোষণা –

২০২৪ চনৰ ২৮ ফেব্ৰুৱাৰীত SSUHS এ ২০২১-২০২৩ চনৰ শিক্ষাবৰ্ষত স্নাতক ডিগ্ৰী লাভ কৰা ব্যক্তিগত বিশ্ববিদ্যালয় আৰু অসংলগ্ন প্ৰতিষ্ঠানৰ D.Pharm ছাত্ৰ-ছাত্ৰীৰ বাবে এক্সিট পৰীক্ষা ঘোষণা কৰে। এই ঘোষণাই ২০২৩ চনৰ ২৩ ডিচেম্বৰত জাৰি কৰা পিচিআইৰ জাননীৰ বিৰোধিতা কৰে৷

২০২৩ চনৰ ২৩ ডিচেম্বৰত জাৰি কৰা এখন বিজ্ঞপ্তিযোগে পিচিআইয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে ২০২২-২০২৩ চনৰ শৈক্ষিক বৰ্ষত নামভৰ্তি কৰা আৰু ২০২৩-২০২৪ চনত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে ফাৰ্মাচী আইন,১৯৪৮ৰ ৩২ (ক) ধাৰাত থকা অন্যান্য চৰ্ত পূৰণ কৰিব লাগিব৷

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰা সাময়িক স্থগিতাদেশ–

গুৱাহাটী উচ্চ ন্যায়ালয়ে এক নিৰ্দেশত ফাৰ্মাচিষ্টৰ অনুজ্ঞাপত্ৰ লাভ কৰাৰ পূৰ্বে ব্যক্তিগত বিশ্ববিদ্যালয় আৰু অসংলগ্ন প্ৰতিষ্ঠানৰ ফাৰ্মাচী স্নাতকসকলৰ বাবে বাধ্যতামূলক এক্সিট পৰীক্ষাকে ধৰি অসম চৰকাৰৰ নিয়মাৱলীত সাময়িকভাৱে স্থগিতাদেশ জাৰি কৰে।

এই গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এন উন্নী কৃষ্ণন নায়াৰে ফাৰ্মাচী আইন, ১৯৪৮ৰ প্ৰাৰম্ভিক পৰ্যালোচনাৰ ভিত্তিত ফাৰ্মাচী বৃত্তি নিয়ন্ত্ৰণৰ বাবে অসম চৰকাৰৰ কৰ্তৃত্বক লৈ সন্দেহ ব্যক্ত কৰে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লামডিঙত আৰক্ষীৰ টহল বাহনৰ ভয়ংকৰ দুৰ্ঘটনা, কৰ্তব্যলৈ উভতি অহাৰ পথতে কনিষ্টবলৰ মৃত্যু; আহত তিনি

লামডিঙত আৰক্ষীৰ টহল বাহনৰ ভয়ংকৰ দুৰ্ঘটনা, কৰ্তব্যলৈ উভতি অহাৰ পথতে কনিষ্টবলৰ মৃত্যু; আহত তিনি

October 21, 2026 10:19 pm
আৰ এছ এছক ‘পুৰুষ-প্ৰধান, সংবিধানবিৰোধী’ আখ্যা ৰাহুল গান্ধীৰ; প্ৰত্যুত্তৰ বিজেপিৰ

আৰ এছ এছক ‘পুৰুষ-প্ৰধান, সংবিধানবিৰোধী’ আখ্যা ৰাহুল গান্ধীৰ; প্ৰত্যুত্তৰ বিজেপিৰ

October 21, 2026 8:45 pm
‘আপোনালোক জেন-জি নহয়!’: চিজেপি নেতাৰ বয়সক লৈ আদালতৰ প্ৰশ্ন, মোদীৰ ছবি পোষ্ট কৰি ব্যংগ অভিজিৎ দিপকেৰ

‘আপোনালোক জেন-জি নহয়!’: চিজেপি নেতাৰ বয়সক লৈ আদালতৰ প্ৰশ্ন, মোদীৰ ছবি পোষ্ট কৰি ব্যংগ অভিজিৎ দিপকেৰ

October 21, 2026 7:36 pm
অসমত কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা ছয় আৰক্ষীক স্মৰণ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি

অসমত কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা ছয় আৰক্ষীক স্মৰণ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি

October 21, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লামডিঙত আৰক্ষীৰ টহল বাহনৰ ভয়ংকৰ দুৰ্ঘটনা, কৰ্তব্যলৈ উভতি অহাৰ পথতে কনিষ্টবলৰ মৃত্যু; আহত তিনি

লামডিঙত আৰক্ষীৰ টহল বাহনৰ ভয়ংকৰ দুৰ্ঘটনা, কৰ্তব্যলৈ উভতি অহাৰ পথতে কনিষ্টবলৰ মৃত্যু; আহত তিনি

October 21, 2026 10:19 pm
আৰ এছ এছক ‘পুৰুষ-প্ৰধান, সংবিধানবিৰোধী’ আখ্যা ৰাহুল গান্ধীৰ; প্ৰত্যুত্তৰ বিজেপিৰ

আৰ এছ এছক ‘পুৰুষ-প্ৰধান, সংবিধানবিৰোধী’ আখ্যা ৰাহুল গান্ধীৰ; প্ৰত্যুত্তৰ বিজেপিৰ

October 21, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd