• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

VogueStar Miss India 2024: ভ’গষ্টাৰ মিছ ইণ্ডিয়া ২০২৪ৰ মুকুট পিন্ধিলে অসমৰ মনীষা শৰ্মা আৰু অৰুণাচলৰ ডুইৰ এটে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 23, 2024 11:48 am
অসমৰ মনীষা শৰ্মা আৰু অৰুণাচলৰ ডুইৰ এটে।

অসমৰ মনীষা শৰ্মা আৰু অৰুণাচলৰ ডুইৰ এটে।

2.7k
VIEWS
Share on FacebookShare on Twitter

জয়পুৰত অনুষ্ঠিত এক বৰ্ণাঢ্য অনুষ্ঠানত অসমৰ মনীষা শৰ্মা আৰু অৰুণাচলৰ ডুইৰ এটে-ক ভ’গষ্টাৰ মিছ ইণ্ডিয়া ২০২৪ৰ (crowned as VogueStar Miss India 2024) মুকুট পিন্ধোৱা হয়।

মনীষা আৰু ডুইৰ দুয়োজনেই পেছাত অধিবক্তা।

মনীষাই গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰেকটিছ কৰে আৰু ডুইৰেও একেখন আদালতৰে ইটানগৰৰ স্থায়ী শাখাত প্ৰেকটিছ কৰে।

যোৱা ১১ এপ্ৰিলৰ পৰা ১৬ এপ্ৰিললৈ জয়পুৰত অনুষ্ঠিত হয় এই অনুষ্ঠান।

অৰুণাচল প্ৰদেশৰ পশ্চিম চিং জিলাৰ আলোৰ দৰ্কা গাঁৱত জন্ম ২৯ বছৰীয়া ডুইৰৰ।

লগতে পঢ়কঃ IPL 2024: যশস্বীৰ অনবদ্য শতকেৰে দুৰ্দান্ত জয় ৰাজস্থানৰ; প্লে অফলৈ যোৱাৰ পথ কঠিন হ’ল হাৰ্দিকৰ মুম্বাইৰ

উত্তৰ-পূবৰ দুয়োগৰাকী সুন্দৰীয়ে নিজৰ মোহময়ী সৌন্দৰ্য আৰু ব্যক্তিত্বৰে দৰ্শকৰ লগতে বিচাৰকসকলকো মোহিত কৰি তুলিছিল।

ভ’গষ্টাৰ হৈছে এক মহিলাৰ সংস্থা যিয়ে ভাৰতত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য্য প্ৰতিযোগিতাৰ আয়োজন কৰে। সংস্থাটো ভ’গষ্টাৰ হৰাইজনছ প্ৰাইভেট লিমিটেড নামেৰে পঞ্জীয়ন কৰা হৈছে। ভ’গষ্টাৰ লিমিটেডে এখন মঞ্চ হিচাপে মহিলাসকলৰ বাবে এক মুকলি পৰিসৰ প্ৰদান কৰে য’ত তেওঁলোকে নিজৰ অনন্য পৰিচয় তুলি ধৰিব পাৰে।

দেশৰ বিভিন্ন প্ৰান্তৰ নাৰীক তেওঁলোকৰ নিজৰ ব্যক্তিত্বৰ সৈতে আপোচ নকৰাকৈ স্বীকৃতি দিয়াটোৱেই ইয়াৰ ধাৰণা।

লগতে পঢ়কঃ  ৰাজস্থানত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্যকলৈ ৰাজনৈতিক ধুমুহা; প্ৰতিবাদত একত্ৰিত বিৰোধী

ইয়াৰ লক্ষ্য হৈছে মহিলাৰ এক শক্তিশালী নেটৱৰ্ক গঢ়ি তোলা য’ত তেওঁলোকে ইজনে সিজনক শক্তিশালী কৰে, ইজনে সিজনক অনুপ্ৰাণিত কৰে আৰু ইজনে সিজনৰ পৰা শিকে।

মিছ/মিচেছ ভ’গষ্টাৰ ইণ্ডিয়া ২০২৪ত সৰ্বকালৰ এক ব্যতিক্ৰমী দৃষ্টান্ত দাঙি ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ ৩০০ প্ৰাৰ্থীক মুকুট পিন্ধোৱা হ’ব। 

Recent News

এনেকুৱাও ঘটে! ২৫ বাৰ বিয়া, শহুৰেকৰ ঘৰৰ পৰা লাখ লাখ টকা-গহনা লুট! গ্ৰেপ্তাৰ ‘চুৰুণী কইনা’

এনেকুৱাও ঘটে! ২৫ বাৰ বিয়া, শহুৰেকৰ ঘৰৰ পৰা লাখ লাখ টকা-গহনা লুট! গ্ৰেপ্তাৰ ‘চুৰুণী কইনা’

‘ফ্ৰী পেলেষ্টাইন’ শ্লোগান! ৱাশ্বিংটনত দুই ইজৰাইলী দূতাবাসৰ কৰ্মীক গুলীয়াই হত্যা

‘ফ্ৰী পেলেষ্টাইন’ শ্লোগান! ৱাশ্বিংটনত দুই ইজৰাইলী দূতাবাসৰ কৰ্মীক গুলীয়াই হত্যা

অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানৰ নাম সলনি কৰি পুনৰ বিবাদৰ সৃষ্টি কৰিছে চীনে

অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানৰ নাম সলনি কৰি পুনৰ বিবাদৰ সৃষ্টি কৰিছে চীনে

ইডিয়ে সকলো সীমা অতিক্ৰম কৰিছে; উচ্চতম ন্যায়ালয়ত ভৎৰ্সনাৰ সন্মুখীন কেন্দ্ৰীয় সংস্থা

ইডিয়ে সকলো সীমা অতিক্ৰম কৰিছে; উচ্চতম ন্যায়ালয়ত ভৎৰ্সনাৰ সন্মুখীন কেন্দ্ৰীয় সংস্থা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd