• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৫ লাখ চাকমা শৰণাৰ্থীৰ বোজা অসমে নল’বৰ বাবেই বিজেপিক ভোট দিয়াৰ পৰা বিৰত থাকক : ভূপেন বৰা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 23, 2024 9:05 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 ৫ লাখ হাজং চাকমা শৰণাৰ্থীক অসমত সংস্থাপিত কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ নিৰ্দেশত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ভয়ংকৰ ব্লু-প্ৰিণ্ট ৰচনা কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে অৰুণাচলত এক সংবাদমেলৰ দ্বাৰা এই ভয়ানক ষড়যন্ত্ৰৰ কথা ঘোষণা কৰাৰ পিছত অনাগত দিনত অসমৰ বাবে এক ভয়ংকৰ পৰিস্থিতি উদ্ভৱ হোৱাৰ আশংকা কৰিছে।

আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বৰপেটা লোকসভা সমষ্টিৰ জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী দ্বীপ বায়নৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ এই বক্তব্য প্ৰদান কৰে।

Apply Now

অসমৰ নতুন প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত অসমৰ ৰাইজক অমিত শ্বাহ আৰু হিমন্ত বিশ্ব শৰ্মাৰ ষড়যন্ত্ৰ ওফৰাবলৈ অহা ২৬ এপ্ৰিল আৰু ৭ মে’ত বিজেপিৰ বিৰুদ্ধে ভোট দিবৰ বাবে প্ৰদেশ কংগ্ৰেছৰ নেতাজনে আহ্বান জনায়।

বৰাই সংবাদ মাধ্যমৰ আগত কয় যে বিজেপিক ভোট দিয়া মানে অসমে আকৌ বিদেশীৰ বোজা গ্ৰহণ কৰিবলৈ বাধ্য হোৱা কথাটোকেই সূচাব। অসমৰ মানুহৰ মূৰত লাখ লাখ বিদেশীৰ বোজা জাপি দিয়াৰ ষড়যন্ত্ৰ কৰা এই চৰকাৰক ওফৰাবৰ বাবে ৰাইজে এতিয়া সিদ্ধান্ত ল’ব লাগে।

বৰাই কয়, অসম চুক্তিক এসময়ত গীতা, কোৰাণ, বাইবেল বুলি স্বীকাৰ কৰা বিজেপিয়ে এতিয়া চুক্তিৰ মূল আত্মাক নস্যাৎ কৰি অবৈধভাৱে ‘কা’ জাপি দিছে। ইয়াতে ক্ষান্ত নাথাকি এই চৰকাৰে অৰুণাচলত থকা ৫ লাখ হাজং চাকমাক অসমলৈ অনাৰ ব্যৱস্থা কৰিছে।

লগতে বৰাই কয় যে হিমন্ত বিশ্ব শৰ্মাই অমিত শ্বাহে নিৰ্দেশ দিলে হাউছিং কলনিত বাসগৃহ নিৰ্মাণ কৰি হ’লেও অৰুণাচলে খেদি দিয়া শৰণাৰ্থীক অসমত সংস্থাপন কৰিব। নিজৰ বিৰুদ্ধে থকা গোচৰৰ ফাইল পুনৰ নুখুলিবৰ বাবেই জাতিৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মাই অমিত শ্বাহৰ নিৰ্দেশ অমান্য কৰাৰ সাহস নকৰে। ৰাইজে মনত ৰখা ভাল যে বিজেপি চৰকাৰ কেন্দ্ৰত পুনৰ আহিলেই অসম বিদেশীৰ চৰণীয়া পথাৰত পৰিণত হ’ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতিৰ বিৰুদ্ধে এক ডাঙৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি কৈ বৰাই কয় যে হিমন্ত বিশ্ব শৰ্মা জাতিৰ বাবে মুঠেই দায়ৱদ্ধ নহয়। হিমন্তই ব্যক্তিগত লাভৰ বাবেহে সদায় ৰাজনীতি কৰি আহিছে।

এইজন নেতাই জাতীয় স্বাৰ্থক কুঠাৰাঘাত কৰি নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে যিকোনো পৰ্যায়লৈ যাব পাৰে বুলিও বৰাই উল্লেখ কৰে আৰু ৰাইজক ভোটৰ জৰিয়তে জাতীয় স্বাৰ্থ সুৰক্ষিত কৰিবলৈ আহ্বান জনায়।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd