• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ত্ৰিপুৰা : কংগ্ৰেছ কাৰ্যালয় উচ্ছেদৰ প্ৰতিবাদত ‘আক্ৰোশ ৰেলী’

এন ই নাও নিউজ by এন ই নাও নিউজ
May 17, 2018 6:22 pm
Tripura-Congress-
100
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰা ৰাজ্য চৰকাৰৰ প্ৰশাসনে যোৱা ৭ মে’ত অবৈধভাৱে চৰকাৰী ভূমিত নিৰ্মান কৰাৰ অভিযোগ উত্থাপন কৰি উচ্ছেদ অভিযান চলাইছিল কংগ্ৰেছৰ কাৰ্যালয়ত। ৰাজ্য চৰকাৰৰ উক্ত হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰি আজি ত্ৰিপুৰা কংগ্ৰেছে  ‘আক্ৰোশ ৰেলী’  উলিয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ত্ৰিপুৰা কংগ্ৰেছৰ ৰাজ্যিক সভাপতি বিৰজিত সিনহাৰ নেতৃত্বত চলা এই ‘আক্ৰোশ ৰেলী’ ত প্ৰাক্তন বিধায়ক গোপাল ৰয়ৰ লগতে শীৰ্ষ পৰ্যায়ৰ বিভিন্ন নেত্ৰী-বৃন্দ উপস্থিত আছিল।

চৰকাৰৰ উক্ত হঠকাৰী সিদ্ধান্তৰ বিৰোধিতাৰে উলিওৱা সমদলত অংশ লোৱা এশৰো অধিক কংগ্ৰেছ প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰে।

এই সন্দৰ্ভত ত্ৰিপুৰা কংগ্ৰেছৰ ৰাজ্যিক সভাপতি বিৰজিত সিনহাই কয় যে বিজেপিৰ শাসনে গণতন্ত্ৰক বেয়াকৈ আঘাত কৰিছে। বিজেপি-আইপিএফটি মিত্ৰজোঁটৰ চৰকাৰখনে ৰাজনৈতিক লাভা লাভ লোৱাৰ উদ্দেশ্যে কোনো আগতীয়া জাননি নিদিয়াকৈয়ে কাৰ্যালয়টোত উচ্ছেদ কাৰ্য চলোৱাৰ অভিযোগ উত্থাপন কৰিছে অধ্যক্ষগৰাকীৰ লগতে কংগ্ৰেছ দলে।

কংগ্ৰেছৰ অধ্যক্ষগৰাকীয়ে লগতে কয় যে ভাৰতত বৃটিছে চলোৱা শাসনতকৈও ভয়াবহ শাসন চলাইছে ত্ৰিপুৰাৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে। তেওঁ আৰু কয়, ‘শাসনত অহা দুমাহ পাছতে বিজেপি নেতৃত্বাধীন চৰকাৰখনে আগৰতলাস্থিত ৬০-৭০ বছৰীয়া পুৰণি কংগ্ৰেছৰ কাৰ্যালয়টো ভাধি পেলালে।‘

Recent News

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd