• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অতি শীঘ্ৰে ত্ৰিপুৰাৰ ১,৪১,৬২৫ লোকলৈ বিদ্যুৎ সংযোগৰ ব্যৱস্থা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2018 12:12 pm
jishnu
99
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰীৰ সৌভাগ্য আঁচনিৰ জৰিয়তে ত্ৰিপুৰাৰ প্ৰায় ১,৪১,৬২৫ লোকক বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰি দিব কেন্দ্ৰীয় চৰকাৰে।— এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী আৰ কে সিঙে।

অলপতে ত্ৰিপুৰাৰ উপ- মুখ্য মন্ত্ৰী তথা শক্তি মন্ত্ৰী জিষ্ণু দেৱবাৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক সাক্ষাতৰ সময়ত তেওঁ এই প্ৰতিশ্ৰুতি দিয়ে বুলি জানিব পৰা গৈছে। আনহাতে এই আঁচনি কাৰ্যকৰী কৰাৰ বাবে অতি শীঘ্ৰে পুঁজি মোকলাই দিয়া হ’ব বুলিও প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

কেন্দ্ৰীয় মন্ত্ৰী আৰ কে সিঙে লগতে এই সন্দৰ্ভত বিভাগটোৰ বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে বুলিও প্ৰকাশ কৰে।

আনহাতে এই বৈঠকতে ত্ৰিপুৰাৰ উপ- মুখ্য মন্ত্ৰী গৰাকীয়ে ৰাজ্যবাসীক সকাহ দিয়াৰ উদ্দেশ্যেই অসমৰ বঙাইগাঁও তাপ বিদ্যুৎ প্ৰকল্পৰ পৰা ক্ৰয় কৰা বিদ্যুতৰ মাচুল হ্ৰাস কৰাৰ দাবী উত্থাপন কৰে। লক্ষণীয়ভাৱে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে এইক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ অশ্বাস দিয়ে জিষ্ণু দেৱবাৰ্মাক।

আনহাতে একেখন বৈঠকতে দেৱবাৰ্মাই আমবাছাৰ পৰা গণচেৰাৰলৈ থকা ১৩২ কেভি পাৱাৰ লাইনৰ সমস্যাৰ কথাও উত্থাপন কৰে। অৱশ্যে কেন্দ্ৰীয় মন্ত্ৰী সিঙে অগ্ৰাধিকাৰ ভিত্তিত সমস্যা সমূহ সমাধান কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে বুলি জানিব পৰা গৈছে।

 

Recent News

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd