• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পিতৃয়ে পুৱাই ঘৰে ঘৰে বিলাই বাতৰি, দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত প্ৰথম স্থানেৰে বাতৰিৰ শিৰোনাম দখল কৰিলে কন্যাই

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 15, 2024 3:52 pm
833
VIEWS
Share on FacebookShare on Twitter

অলপতে ঘোষণা হ’ল মণিপুৰৰ কাউন্সিল অৱ হাইয়াৰ চেকেণ্ডাৰী এডুকেশ্যনৰ ফলাফল। দ্বাদশ শ্ৰেণীৰ এই ফলাফলত প্ৰথম স্থান দখল কৰিলে মালেমংগনবি লায়শ্ৰমে।

২০২৪ চনৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত বিজ্ঞান শাখাত ৬ টা বিষয়তে লেটাৰ মাৰ্কসহ মুঠ ৪৯৩ নম্বৰ লাভ ৰাজ্যখনৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰিছে মালেমংগনবিয়ে।

জানিব পৰা এটা অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান মালেমংগনবি। পিতৃ পেচাত এগৰাকী হকাৰ।

ইম্ফল ইষ্টৰ খুৰাই ছাজোৰ লেইকাইৰ ৰোমেন লাইশ্ৰম আৰু লাইশ্ৰম জুগাৰণি দেৱীৰ জ্যেষ্ঠ কন্যা মালেমংগনবি।

এই সফলতাৰ বাবে পিতৃ-মাতৃ, পৰিয়ালৰ সদস্য আৰু শিক্ষক-শিক্ষয়িত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰিছে মালেমংগনবিয়ে।

ভৱিষ্যতে এগৰাকী সুচিকিৎসক হোৱাৰ সপোন দেখিছে মালেমংগনবিয়ে। মালেমংগানবিয়ে কয় যে সৰুৰে পৰাই পৰিয়ালৰ লোকে তেওঁক চিকিৎসক হোৱাটো বিচাৰিছিল আৰু ইয়াৰ বাবে উৎসাহিত কৰিছিল।

উল্লেখ্য যে মালেমংগনবি এগৰাকী সক্ৰিয় ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী যদিও তেওঁ ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাৰ সময়ত নিজকে নিয়ন্ত্ৰণ কৰিছিল।

তেওঁৰ পিতৃয়ে কয় যে তেওঁ গৌৰৱ অনুভৱ কৰে কাৰণ তেওঁৰ ছোৱালীজনী বিভিন্ন বাতৰি কাকতত থাকিব যিবোৰ তেওঁ শ শ মানুহৰ ঘৰত বিলাই ফুৰে।

Recent News

ব্ৰাহ্মণ নোহোৱাটোৱেই হ’ল অপৰাধ! নিম্ন বৰ্ণৰ ধৰ্ম প্ৰচাৰকক চুলি ক্ষুৰাই প্ৰহাৰ উচ্চ বৰ্ণৰ

ব্ৰাহ্মণ নোহোৱাটোৱেই হ’ল অপৰাধ! নিম্ন বৰ্ণৰ ধৰ্ম প্ৰচাৰকক চুলি ক্ষুৰাই প্ৰহাৰ উচ্চ বৰ্ণৰ

ভাল খবৰ : প্ৰথমবাৰৰ বিদেশলৈ ৰপ্তানি কৰা হ’ল মাজুলীত জৈৱিকভাবে উৎপাদন কৰা ৰঙা বাওধানৰ চাউল

ভাল খবৰ : প্ৰথমবাৰৰ বিদেশলৈ ৰপ্তানি কৰা হ’ল মাজুলীত জৈৱিকভাবে উৎপাদন কৰা ৰঙা বাওধানৰ চাউল

প্ৰথমে ধৰ্ষণ তাৰপিছত হত্যা ; ১০ ফুট দ গাঁত খান্দি পুত্ৰবধুক পুতি থ’লে শহুৰেকে

প্ৰথমে ধৰ্ষণ তাৰপিছত হত্যা ; ১০ ফুট দ গাঁত খান্দি পুত্ৰবধুক পুতি থ’লে শহুৰেকে

কৰ্ণাটকত একেদিনাই ৫টাকৈ বাঘৰ মৃত্যু! উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ চৰকাৰৰ

কৰ্ণাটকত একেদিনাই ৫টাকৈ বাঘৰ মৃত্যু! উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd