• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰঞ্জিত-আইজং পাহৰি যাওক : আপোনাৰ ভঁৰাল ভৰাবলৈ আহিছে প্ৰচুৰ, শতাব্দী আৰু পাটকাই

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 18, 2024 12:16 pm
43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ধান খেতিয়ক সকললৈ সুখৰ বতৰা কঢ়িয়াই আনিছে যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ তিতাবৰ আঞ্চলিক ধান গবেষণা প্রতিষ্ঠানে। এই প্ৰতিষ্ঠানটৱে উদ্ভাৱন কৰিছে বৰ্ণসংকৰ ধানৰ প্ৰজাতি। প্ৰচুৰ, শতাব্দী আৰু পাটকাই নামৰ তিনিবিধ বৰণসংকৰ ধান উদ্ভাৱন কৰিছে গৱেষণা প্ৰতিষ্ঠানটোৱে।

উল্লেখ্য যে উন্নত ধানৰ প্ৰজাতি হিচাপে কেইবাটাও দশক ধৰি অসমৰ খেতিয়ক সকলে ৰঞ্জিত, আইজঙৰ দৰে বীজৰ খেতি কৰি আহিছে। কিন্তু ৰঞ্জিত আৰু আইজঙতকৈও অধিক উন্নত প্ৰজাতিৰ ধান বুলি দাবী কৰা হৈছে নতুনকৈ উদ্ভাৱন কৰা এই ধানৰ প্ৰজাতি কেইটা।

Apply Now

যোৱা বছৰ ধান গৱেষণা প্ৰতিষ্ঠানটোৱে উদ্ভাৱন কৰি উলিওৱা প্ৰচুৰ, শতাব্দী আৰু পাটকাই ধানৰ প্ৰজাতি কেইটাৰ পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পিছত এইবাৰ কৃষকৰ বাবে মুকলি কৰি দিয়া হৈছে।

প্ৰতিষ্ঠানটোৱে দাবী কৰা অনুসৰি এই কেইবিধ নতুন ধানৰ খেতি কৰিলে বিঘাই প্ৰতি ২২ ৰ পৰা ২৫ মোন পৰ্যন্ত ধান উৎপাদক কৰিবলৈ সক্ষম হ’ব কৃষকসকল। এই তিনিবিধ প্ৰজাতি ৰঞ্জিত ধানতকৈ দহ গুণ বেছি উৎপাদনশীল বুলিও দাবী কৰিছে প্ৰতিষ্ঠানটোৱে।

গবেষণা প্রতিষ্ঠানে নতুনকৈ উদ্ভাৱন কৰা প্ৰচুৰ, শতাব্দী আৰু পাটকাই ধান বিঘাইপতি ২২ৰ পৰা ২৫ মোনপর্যন্ত উৎপাদন হ’ব বুলি বিজ্ঞানীসকলে দাবী কৰিছে। প্ৰচুৰ, শতাব্দী আৰু পাটকাই ধানৰ উৎপাদন ৰঞ্জিত ধানতকৈ দহ গুণ বেছি।

প্ৰতিষ্ঠানটোত ধান কেইবিধ উৎপাদনৰ নেতৃত্ব বহন কৰা কৃষি বিজ্ঞানী ড° সঞ্জয় কুমাৰ চেতিয়াৰ মতে এই ধান ৰঞ্জিততকৈ মিহি। মাত্ৰ ১৫০ দিনৰ ভিতৰত পূৰঠ হ’ব এই ধানৰ খেতি।

প্ৰতিষ্ঠানটোৰ কৃষি বিজ্ঞানীসকলে আশা কৰিছে যে অনাগত দিনত এই কেইটা প্ৰজাতিৰ খেতি কৰি ধান উৎপাদনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে আগস্থান লাভ কৰিব অসমৰ খেতিয়কে। অনাগত দুই তিনিবছৰৰ ভিতৰত অসমৰ পথাৰ প্ৰচুৰ, শতাব্দী আৰু পাটকাই ধানেৰে ভৰি পৰিব বুলি আশা কৰিছে প্ৰতিষ্ঠানটোৰ কৃষি বিজ্ঞানীৰ লগতে বিষয়া সকলে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd