• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ জিভা পিছলিল মুখ্যমন্ত্রী নীতিশ কুমাৰৰ; ক’লে ‘আমি বিচাৰো মোডীজী পুনৰ মুখ্যমন্ত্রী হওক’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 27, 2024 11:58 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ জিভা পিছলিল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ। এইবাৰ পাটনাৰ এখন ৰাজহুৱা সভাত ক’লে ‘আমি বিচাৰো মোডীজী পুনৰ মুখ্যমন্ত্ৰী হওক।’ নীতিশৰ এই কথাই মঞ্চৰ আন বক্তাসকলক আৰু দৰ্শকক আচৰিত কৰি তুলিছিল যদিও প্ৰথমতে তেওঁলোকে ভাবিছিল যে প্ৰধানমন্ত্ৰীৰ সলনি জিভা পিছলি মুখ্যমন্ত্ৰী বুলি কৈ পেলাইছে। কিন্তু এবাৰ নহয়, একাধিকবাৰ নৰেন্দ্ৰ মোডীক মুখ্যমন্ত্ৰী বুলি অভিহিত কৰিছিল জেডিইউৰ মুৰব্বীগৰাকীয়ে। তেওঁ কি ভুল কৈছে তাকো গম পোৱা নাছিল। কিন্তু কোনেও আগবাঢ়ি আহি ভুলটো শুধৰাই নিদিলে।

এই ঘটনাৰ বাবেই পুনৰ চৰ্চালৈ আহিছে মুখ্যমন্ত্ৰীৰ স্বাস্থ্যৰ প্ৰশ্নটো। যোৱা মাহত নীতিশে একখন মঞ্চতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ভাষণ দিছিল। ভাষণৰ শেষত প্ৰধানমন্ত্ৰীয়ে কাষলৈ আহি বিহাৰৰ মুখ্যমন্ত্ৰীক কৈছিল, “আপুনি বহুত ভাল ভাষণ দিলে। এই প্ৰথম আপোনাৰ সম্পূৰ্ণ ৰাজনৈতিক ভাষণ শুনিবলৈ সুযোগ পালো। বৰ ভাল কৈছে।”

দেখা গৈছিল যে প্ৰশংসা শুনি বিহাৰৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ ভৰিত সাৱটি ধৰিলে। নিমিষতে সেই দৃশ্য ভাইৰেল হৈ পৰিল। মোডীৰ ভৰিত ধৰাৰ কথাটোক লৈ সমালোচনাৰ জোৱাৰ উঠে। বিৰোধীয়ে কৈছিল যে এয়াই বাকী আছিল পাল্টুৰামৰ। সঘনাই শিবিৰ সলনি কৰাৰ বাবে ‘সুশাসনবাবু’ বুলি নাম পোৱা নীতিশক এতিয়া ‘পাল্টুৰাম’ বুলিহে অভিহিত কৰা হয়।

Apply Now

লগতে পঢ়কঃ লোকসভা নিৰ্বাচন চলি থকাৰ মাজতে বৃদ্ধি পালে সেনাধ্যক্ষ মনোজ পাণ্ডেৰ কাৰ্যকাল

সেই ঘটনাৰ পিছতে বিজেপি আৰু জেডিইউৰ সিদ্ধান্ত হৈছিল যে নীতিশক আৰু প্ৰধানমন্ত্ৰীৰ মঞ্চত উঠিবলৈ দিয়া নহ’ব। ইয়াৰ আঁৰত ভৰি স্পৰ্শ কৰাটোৱেই একমাত্ৰ কাৰণ নহয়, আন বহু ক্ষেত্ৰত নীতিশৰ অসংলগ্ন ভাষণেই ইয়াৰ কাৰণ। আনকি শেহতীয়াকৈ তেওঁ বহু কথা পাহৰি যোৱা বুলিও খবৰ ওলাইছে।

ইয়াৰ মাজতে খবৰ বিয়পিছিল যে মুখ্যমন্ত্ৰীগৰাকীৰ শাৰীৰিক আৰু মানসিক অৱস্থা ইমানেই বেয়া যে তেওঁ চিকিৎসাৰ বাবে লণ্ডনলৈ গৈ আহিছে। চলিত বৰ্ষৰ মাৰ্চ মাহত নীতিশে লণ্ডন ভ্ৰমণ কৰিছিল। তেওঁৰ ভ্ৰমণৰ কাৰণ আছিল তাত থকা ছায়েঞ্চ চিটি ভ্ৰমণ কৰা। ইয়াৰ উপৰিও সেই চহৰৰ পৰিচালকসকলৰ লগত লণ্ডনৰ আন্তঃগাঁথনিৰ বিষয়েও কথা পাতিছিল। জনা যায় যে সেই ভ্ৰমণৰ সময়ত তেওঁ লণ্ডনৰ এখন নামী চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰি স্মৃতিশক্তিৰ সমস্যাৰ বিষয়ে চিকিৎসকৰ পৰামৰ্শ লয়।

তেতিয়াৰ পৰাই নীতিশৰ দলটোৱে তেওঁৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰিছে। আনকি লোকসভা নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰী সলনি হোৱাৰ সম্ভাৱনাও ৰাজনৈতিক মহলে নুই নকৰে। স্বাভাৱিকতে প্রশ্নটো হ’ল– নীতিশ যদি আঁতৰি যায় তেন্তে তেওঁৰ দলৰ কোনোবাই পাটনাৰ আসনত বহিব বা বিজেপিৰ কোনোবাই মুখ্যমন্ত্রী হ’ব৷

লগতে পঢ়কঃ ঘূৰ্ণীবতাহ ৰেমালৰ তাণ্ডৱ! বংগত ধ্বংস বহু গছ-ঘৰ; অসমৰ ৭খন জিলাতো ধুমুহা-বৰষুণৰ আগজাননী

ইতিমধ্যে বিৰোধী আৰজেডিয়ে প্ৰচাৰ আৰম্ভ কৰিছে যে নীতিশ কুমাৰে বিজেপিক হাতত ধৰি বিহাৰলৈ আনিছে। এতিয়া মুখ্যমন্ত্ৰীৰ চকীতো বহিবলৈ দিব ওলাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd