• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাথোঁ শেষ পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনালৈ অপেক্ষা; স্বামী বিবেকানন্দ ৰ’ক মে’মৰিয়েলত ধ্যানমগ্ন হ’ব নৰেন্দ্ৰ মোদী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 28, 2024 6:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে স্বামী বিবেকানন্দই ধ্যান কৰা কন্যাকুমাৰীৰ বিবেকানন্দ ৰকত ধ্যান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্তিম দিন ৩০ মে’ত প্ৰধানমন্ত্ৰী তামিলনাডুলৈ তিনিদিনীয়া ভ্ৰমণলৈ যাব। ৩০ মে’ৰ সন্ধিয়াৰ পৰা ধ্যান মণ্ডপমত ধ্যান আৰম্ভ হ’ব। ভোটদানৰ অন্তিম দিন ১ জুনৰ সন্ধিয়ালৈকে এই ধ্যান অব্যাহত থাকিব। প্ৰসংগক্ৰমে মোদীৰ নিজা সমষ্টি বাৰাণসীতো সপ্তম পৰ্যায়ত ভোটগ্ৰহণ আছে।

অহা ৪ জুনত ঘোষণা কৰা হ’ব লোকসভা নিৰ্বাচনৰ ফলাফল। সূত্ৰ অনুসৰি বিবেকানন্দ স্মৃতিসৌধত ধ্যান মণ্ডপমত শিৱভক্ত নৰেন্দ্ৰ মোদীয়েও শৈশৱৰ শিৱভক্ত নৰেন্দ্ৰনাথ দত্তৰ দৰে ধ্যান কৰিব।

আৰক্ষীৰ তথ্য অনুসৰি সন্ধিয়াৰ ভিতৰত কন্যাকুমাৰীৰ পৰা প্ৰধানমন্ত্ৰী ৰাওনা হ’ব। প্ৰসংগক্ৰমে ২০১৯ চনত লোকসভা নিৰ্বাচনৰ ফলাফলৰ পূৰ্বেই তেওঁ উত্তৰাখণ্ডৰ কেদাৰনাথৰ এটা গুহাত ধ্যান কৰিছিল। সেই ছবিখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। পাছলৈ এই গুহাটো কেদাৰ তীৰ্থযাত্ৰীসকলৰ অন্যতম পৰ্যটনস্থলীত পৰিণত হয়।

কেদাৰনাথৰ পৰা প্ৰায় এক কিলোমিটাৰ খোজ কাঢ়িলেই ১১,৭০০ ফুট উচ্চতাত থকা এই গুহাটো বৰ্তমান ৰুদ্ৰ ধ্যাংগুহা নামেৰে জনাজাত। ইণ্ডিয়ান এক্সপ্ৰেছৰ তথ্য অনুসৰি ৰুদ্ৰপ্ৰয়াগ জিলা দণ্ডাধীশে জানিবলৈ দিয়া মতে, গুহাটোত বিদ্যুৎ, হিটাৰ, এখন সাধাৰণ বিচনা, বিচনা আৰু এটা সৰু বাথৰুম আছে। কাষৰীয়া শৌচাগাৰৰ উপৰিও বৈদ্যুতিক টেলিফোনৰো ব্যৱস্থা কৰা হৈছিল।

উল্লেখযোগ্য যে বিবেকানন্দ ৰক মেম’ৰিয়েল তামিলনাডুৰ কন্যাকুমাৰীত অৱস্থিত এক পবিত্ৰ হিন্দু স্মৃতিসৌধ আৰু জনপ্ৰিয় পৰ্যটনস্থলী। কন্যাকুমাৰীৰ বাবাথুৰাইৰ ওচৰত মূল ভূখণ্ডৰ পৰা ৫০০ মিটাৰ দূৰত্বত সাগৰৰ পাৰত অৱস্থিত। বিবেকানন্দ ৰক হৈছে মূল ভাৰতৰ আটাইতকৈ দক্ষিণৰ বিন্দু।১৮৯২ চনৰ ডিচেম্বৰ মাহত স্বামী বিবেকানন্দ ইয়ালৈ আহি এই শিলৰ ওপৰত বহি দীঘলীয়া ধ্যান-ধাৰণা কৰিছিল। ইয়াত বহি তেওঁ ভাৰতৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ বিষয়ে বহু দীঘলীয়া চিন্তা কৰিছিল। তেওঁৰ স্মৃতিত বিবেকানন্দ ৰক মেম’ৰিয়েল কমিটীয়ে ইয়াত ১৯৭০ চনত এটা স্মৃতিসৌধ নিৰ্মাণ কৰিছিল।

প্ৰাচীন তামিল প্ৰবাদ মতে এই শিলৰ ওপৰত বহি দেৱী কুমাৰীয়ে তপস্যা কৰিছিল। সেয়েহে এই শিলৰ পূৰ্বৰ নাম আছিল শ্ৰীপদ পৰৈ। বৰ্তমান শিলৰ ওপৰত ধ্যানমণ্ডপ নিৰ্মাণ কৰা হৈছে। পৰ্যটকে ইয়াত বহি ধ্যান কৰে। ধ্যানমণ্ডপৰ স্থাপত্যত ভাৰতৰ বিভিন্ন অঞ্চলৰ স্থাপত্য শৈলীৰ মিশ্ৰণ দেখা যায়। মণ্ডপৰ ভিতৰত স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তিও আছে। ইয়াৰ পৰা আৰব সাগৰ, ভাৰত মহাসাগৰ আৰু বংগোপসাগৰৰ সংগম দেখিবলৈ পোৱা যায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm
পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

September 17, 2025 6:57 pm
কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd