• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইটালীত সুকলমে সম্পন্ন হ’ল অনন্ত-ৰাধিকাৰ দ্বিতীয় প্ৰি-ৱেডিং; ইণ্টাৰনেটত প্ৰকাশ পালে ফটো

নৰ্থ ইষ্ট নাও অসমীয়া by নৰ্থ ইষ্ট নাও অসমীয়া
June 14, 2024 8:18 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ গ্ৰেণ্ড ক্ৰুজ পাৰ্টিৰ নতুন ছবি ইণ্টাৰনেটত প্ৰকাশ পাইছে। ২৯ মে’ৰ পৰা ইটালীত আৰম্ভ হোৱা আৰু ১ জুনত ফ্ৰান্সত সমাপ্ত হোৱা এই ক্ৰুজত এইটোৱেই আছিল দম্পতীহালৰ দ্বিতীয়টো প্ৰি-ৱেডিং অনুষ্ঠান।

পাৰ্টিৰ সময়ত হোৱা এটা অনুষ্ঠানৰ বাবে ৰাধিকাই তামাৰা ৰালফৰ হাউট ক্যুট্যুৰ গাউন পিন্ধি  বক্তব্য আগবঢ়ায়। ৰাধিকাৰ পিন্ধনত আছিল অফ-শ্বোল্ডাৰ বগা ডাবল চেটিন ড্ৰেপড এনচেম্বলত এটা অভাৰস্কাৰ্ট,য’ত বগা গোলাপ আৰু এনক্ৰাষ্টেড গোলাপে শোভাবৰ্ধন কৰিছিল।মুকলি হোৱা ফটোসমূহত সূক্ষ্ম মেকআপৰ সহায়ত তেওঁৰ মুখখন জিলিকি উঠিছিল৷এই পোচাকযোৰৰ ষ্টাইলিষ্ট আছিল ৰিয়া কাপুৰ৷

Apply Now

View this post on Instagram

A post shared by Loveleen Ramchandani (@loveleen_makeupandhair)

আনহাতে অনন্তই পিন্ধিছিল ক’লা এম্ব্ৰয়ডাৰী বন্ধা জেকেট আৰু পেণ্ট।

View this post on Instagram

A post shared by Rhea Kapoor (@rheakapoor)

অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ ক্ৰুজ পাৰ্টিৰ পূৰ্বে জামনগৰত ২৮ ফেব্ৰুৱাৰীৰ পৰা ‘অন্ন সেৱা’ৰে আৰম্ভ হোৱা বিশদ প্ৰি-ৱেডিং  অনুষ্ঠিত হয় আৰু তাৰ পাছত ১-৩ মাৰ্চৰ পৰা বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে তিনিদিনীয়া উদযাপন অনুষ্ঠিত হয়। জামনগৰৰ ৰিলায়েন্স টাউনশ্বিপত ৰিলায়েন্সৰ এক ৰাতিৰ আহাৰ গ্ৰহণ অনুষ্ঠানো হয়। জামনগৰত উদ্‌যাপনৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল চেলিব্ৰিটি, ক্ৰীড়াবিদ আৰু উদ্যোগপতিকে ধৰি ১০০০ অতিথিক।

অহা ১২ জুলাইত মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰত বিবাহপাশত আবদ্ধ হ’ব অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্ট। তিনিদিনীয়া এই বিয়াখনত তিনিটা অনুষ্ঠান অনুষ্ঠিত হ’ব – ‘শুভ বিবাহ’ৰ পাছত ১৩ জুলাইত ‘শুভ আশীৰ্বাদ’ আৰু ১৪ জুলাইত ‘মংগল উৎসৱ’ বা বিয়াৰ অভ্যৰ্থনা।

উল্লেখ্য যে অনন্ত আম্বানী মুকেশ আৰু নীতা আম্বানীৰ কনিষ্ঠ পুত্ৰ। তেওঁ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ, জিঅ’ প্লেটফৰ্ম, ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰ, ৰিলায়েন্স নিউ এনাৰ্জি, আৰু ৰিলায়েন্স নিউ ছ’লাৰ এনাৰ্জীৰ ব’ৰ্ডত সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷

নৰ্থ ইষ্ট নাও অসমীয়া

নৰ্থ ইষ্ট নাও অসমীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm
এতিয়ালৈকে বহুবাৰ সলনি হৈছে ১০ টকীয়া নোটৰ চেহেৰা : জানক এই নোটখনৰ ইতিহাস

এতিয়ালৈকে বহুবাৰ সলনি হৈছে ১০ টকীয়া নোটৰ চেহেৰা : জানক এই নোটখনৰ ইতিহাস

August 24, 2026 7:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd