• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এয়াৰ ইণ্ডিয়াৰ বিমানৰ খাদ্যত ওলাল ব্লেড; ভুক্তভোগী সাংবাদিক মেথুৰেছ পলে শ্বেয়াৰ কৰিলে অভিজ্ঞতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 17, 2024 7:21 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ বেংগালুৰুৰ পৰা ছান ফ্ৰান্সিস্কোলৈ যোৱা বিমানৰ ভিতৰত দিয়া খাদ্যত ধাতুৰ ব্লেড পোৱা বুলি দাবী কৰাৰ পাছতে এয়াৰ ইণ্ডিয়াই তদন্ত আৰম্ভ কৰিছে। ৯ জুনত এআই ১৭৫ বিমানত যাত্ৰা কৰাহসাংবাদিক মেথুৰেছ পলে নিজৰ দুখজনক অভিজ্ঞতা ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল।

পলে কয় যে তেওঁ এয়াৰ ইণ্ডিয়াৰ ইন-ফ্লাইট কেটাৰিঙৰ দ্বাৰা পৰিবেশন কৰা ফিগ চাট ডিচত ব্লেডখন পাইছিল। এক্সত পলে এটা পোষ্টত লিখিছে, “মই দুই-তিনি ছেকেণ্ড চোবাই খোৱাৰ পাছত বুজিলোঁ যে ই মোৰ খাদ্যত আছে। মই মুখৰ পৰা উলিয়াই পেলোৱাৰ লগে লগে মই বুজিলোঁ যে বস্তুটো এখন ব্লেড৷”

পলে আৰু কয়, “যিকোনো বিমানত ব্লেড থকাটো বিপদজনক। দ্বিতীয়তে, ই মোৰ জিভাখন কাটিব পাৰিলেহেঁতেন। তৃতীয়তে, যদি কোনো শিশুৱে এই খাদ্য খালেহেতেঁন তেন্তে কি হ’লহেঁতেন।”

Apply Now

লগতে অভিযোগ কৰে যে কিছুদিন পাছত এয়াৰ ইণ্ডিয়াই তেওঁক পত্ৰ লিখিছিল আৰু ক্ষতিপূৰণ হিচাপে তেওঁক “পৃথিৱীৰ যিকোনো ঠাইলৈ বিনামূলীয়া বিজনেছ ক্লাছ ভ্ৰমণ”ৰ প্ৰস্তাৱ দিছিল যদিও তেওঁ নাকচ কৰিছিল। পলে কয় যে, ‘সেয়া উৎকোচ আৰু মই ইয়াক গ্ৰহণ নকৰো’।

টাটা গ্ৰুপৰ মালিকানাধীন এয়াৰ ইণ্ডিয়াই এক বিবৃতিত এই ঘটনা স্বীকাৰ কৰে৷বিমানৰ ভিতৰত ধাৰাবাহিকভাৱে হোৱা সমস্যাৰ বাবে যাত্ৰীসকলৰ পৰা ক্ৰমাৎ সমালোচনাৰ সন্মুখীন হৈছে এয়াৰ ইণ্ডিয়া। অসন্তুষ্ট ফ্লাইয়াৰসকলে ছ’চিয়েল মিডিয়ালৈ গৈ অপৰিষ্কাৰ কেবিন, বিকল মনোৰঞ্জন ব্যৱস্থা, আৰু নিম্নমানৰ খাদ্যৰ অভিযোগ উত্থাপন কৰিছে।

তদুপৰি ব্যৱসায়িক শ্ৰেণীৰ যাত্ৰীসকলে বিশেষকৈ লাভ কৰা সেৱাৰ স্তৰৰ সৈতে মিল নোহোৱা টিকটৰ উচ্চ খৰচ সম্পৰ্কীয় সমস্যাৰ ৰিপৰ্ট দিছে। এয়াৰ ইণ্ডিয়াই ক্ষমা বিচাৰি অভিযোগৰ আভ্যন্তৰীণ তদন্ত কৰাৰ প্ৰতিশ্ৰুতি দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভিক্ষা কৰিয়েই কটালে জীৱন! মৃত্যুৰ পাছত বৃদ্ধাৰ কোঠাত উদ্ধাৰ ৮.৪০ লাখ টকা

ভিক্ষা কৰিয়েই কটালে জীৱন! মৃত্যুৰ পাছত বৃদ্ধাৰ কোঠাত উদ্ধাৰ ৮.৪০ লাখ টকা

August 24, 2026 6:03 pm
ৰামদেৱ আৰু কংগনাৰ বাক যুদ্ধ : কংগনাক কি উত্তৰ দিলে বাবা ৰামদেৱে?‎

ৰামদেৱ আৰু কংগনাৰ বাক যুদ্ধ : কংগনাক কি উত্তৰ দিলে বাবা ৰামদেৱে?‎

August 24, 2026 5:37 pm
মণিপুৰত পুনৰ জ্বলি উঠিল হিংসাৰ জুই : গুলীত আহত CRPF জোৱান, জ্বলাই দিলে দুটাকৈ ঘৰ

মণিপুৰত পুনৰ জ্বলি উঠিল হিংসাৰ জুই : গুলীত আহত CRPF জোৱান, জ্বলাই দিলে দুটাকৈ ঘৰ

August 24, 2026 5:28 pm
দৰিদ্ৰ পৰিয়াললৈ বছৰি ৩টা বিনামূলীয়া গেছ চিলিণ্ডাৰ, কিন্নৰ সকলৰ বাবে বিনামূলীয়া বাছ সেৱা : ঘোষণা বিজয়ৰ

দৰিদ্ৰ পৰিয়াললৈ বছৰি ৩টা বিনামূলীয়া গেছ চিলিণ্ডাৰ, কিন্নৰ সকলৰ বাবে বিনামূলীয়া বাছ সেৱা : ঘোষণা বিজয়ৰ

August 24, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভিক্ষা কৰিয়েই কটালে জীৱন! মৃত্যুৰ পাছত বৃদ্ধাৰ কোঠাত উদ্ধাৰ ৮.৪০ লাখ টকা

ভিক্ষা কৰিয়েই কটালে জীৱন! মৃত্যুৰ পাছত বৃদ্ধাৰ কোঠাত উদ্ধাৰ ৮.৪০ লাখ টকা

August 24, 2026 6:03 pm
ৰামদেৱ আৰু কংগনাৰ বাক যুদ্ধ : কংগনাক কি উত্তৰ দিলে বাবা ৰামদেৱে?‎

ৰামদেৱ আৰু কংগনাৰ বাক যুদ্ধ : কংগনাক কি উত্তৰ দিলে বাবা ৰামদেৱে?‎

August 24, 2026 5:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd