• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ৰামায়ণৰ ওপৰত ব্যংগাত্মক নাটক; আইআইটি-বম্বেৰ ছাত্ৰক ১ লাখ ২০ হাজাৰ টকাৰ জৰিমনা কৰ্তৃপক্ষৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2024 2:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ অন্যতম আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান আইআইটি-বম্বেত ১.২ লাখ টকাৰ জৰিমনা বিহিছে, যিটো মোটামুটিভাৱে ছেমিষ্টাৰ মাচুলৰ সমতুল্য। ছাত্ৰজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি তেওঁ ৰামায়ণৰ কাহিনীক ব্যংগ কৰা ‘ৰাহোৱন’ নামৰ নাট এখনত অংশ লৈছিল। ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত বাতৰি অনুসৰি একাংশ ছাত্ৰ-ছাত্ৰীয়ে এই সন্দৰ্ভত কৰ্তৃপক্ষৰ বিৰুদ্ধে আপত্তি প্ৰকাশ কৰে।

কৰ্তৃপক্ষই অভিযোগ কৰিছিল যে এই নাটকত ইচ্ছাকৃতভাৱে হিন্দু ধৰ্ম, সংস্কৃতি আৰু হিন্দু ধৰ্মক অসন্মান কৰা হৈছে। সেই ছাত্ৰজনৰ বাহিৰে আন কমেও ৭ জনৰ বিৰুদ্ধে কৰ্তৃপক্ষই অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু তেওঁলোকৰ বিৰুদ্ধে কেনেধৰণৰ শাস্তি বা কিমান জৰিমনা বিহিছে সেয়া জানিব পৰা হোৱা নাই। IIT-বম্বেৰ এগৰাকী মুখপাত্ৰই এই সন্দৰ্ভত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে।

৩১ মাৰ্চত আইআইটি-বম্বেৰ মুক্তিমঞ্চত অনুষ্ঠিত হৈছিল এক পৰিবেশন কলা উৎসৱ। সেই সময়ত এই নাটকখন মঞ্চস্থ কৰা হৈছিল। ৰাম-সীতাক অপমান কৰি ৰামায়ণৰ কাহিনীক ঠাট্টা কৰা বুলি অভিযোগ উত্থাপন হৈছে। ইয়াৰ ভিত্তিত অনুষ্ঠানটোৰ অনুশাসন সমিতিখনে নাটখনৰ অংশগ্ৰহণকাৰীসকলৰ বিৰুদ্ধে আচৰণ বিধি উলংঘা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে।

Apply Now

নাটকখনৰ তীব্ৰ বিৰোধিতা কৰা ‘আই আই টি বি ফৰ ইণ্ডিয়া’ নামৰ এটা কেম্পাছ গ্ৰুপে কমিটীৰ এই সিদ্ধান্তক আদৰণি জনাই লিখিছে। এই ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাৰ স্বাধীনতাৰ অপব্যৱহাৰ কৰি ভগৱান শ্ৰীৰাম, মাতৃ সীতা আৰু ভগৱান লক্ষ্মণক উপহাস কৰিছিল,এয়া উচিত পদক্ষেপ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ : যোৰহাটত স্তব্ধ হ’ল ৬২টাকৈ শামুকভঙা চৰাইৰ কলৰৱ

প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ : যোৰহাটত স্তব্ধ হ’ল ৬২টাকৈ শামুকভঙা চৰাইৰ কলৰৱ

August 24, 2026 4:08 pm
বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

August 24, 2026 3:08 pm
প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

August 24, 2026 2:46 pm
পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ : যোৰহাটত স্তব্ধ হ’ল ৬২টাকৈ শামুকভঙা চৰাইৰ কলৰৱ

প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ : যোৰহাটত স্তব্ধ হ’ল ৬২টাকৈ শামুকভঙা চৰাইৰ কলৰৱ

August 24, 2026 4:08 pm
বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

August 24, 2026 3:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd