• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বলীউডত শীতল যুদ্ধৰ উকমুকনি! ‘ব্ৰেণ্ড ভেল্যু’ৰ ক্ষেত্ৰত দীপিকা পাডুকনক চেৰ পেলালে আলিয়া ভাটে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 21, 2024 5:24 pm
1.7k
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান বলীউডৰ সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰী দীপিকা পাডুকন। অৱশ্যে দীপিকাক পাছ পেলাই বলীউডৰ আন এগৰাকী শীৰ্ষ অভিনেত্ৰী আলিয়া ভাট এইক্ষেত্ৰত আগুৱাই গৈছে। বিত্তীয় পৰামৰ্শদাতা প্ৰতিষ্ঠান ‘ক্ৰ’ল’ৰ এক প্ৰতিবেদনত এই কথা দাবী কৰা হৈছে।

দুয়োগৰাকী অভিনেত্ৰীয়ে বলীউডৰ লগতে দক্ষিণ ভাৰতীয় ছবিতো কাম কৰি আহিছে। দুয়োৰে ভৱিষ্যতে হলিউডৰ ছবি অহাৰো চৰ্চা চলি আছে। এই দুগৰাকী আগশাৰীৰ অভিনেত্ৰীৰ কেইবাখনো ছবি বক্স অফিচত সফল হৈছিল। কিন্তু ‘ব্ৰেণ্ড মূল্য’ৰ ক্ষেত্ৰত আলিয়া দীপিকাৰ ক্ষেত্ৰত আগবাঢ়ি আছে।

‘চেলিব্ৰিটি ব্ৰেণ্ড ভেলুৱেশ্যন ৰিপ’ৰ্ট ২০২৩’ অনুসৰি পঞ্চম স্থানত আলিয়া আৰু ষষ্ঠ স্থানত আছে দীপিকা। আলিয়াৰ ‘ব্ৰেণ্ড ভেলু’ এক কোটি ১১ লাখ ডলাৰ। আনহাতে দীপিকাৰ ‘ব্ৰেণ্ড ভেলু’ ৯৬ লাখ ডলাৰ। ২০২২ চনৰ প্ৰতিবেদনৰ পৰা কিছু পিছ পৰি আছে দুয়োগৰাকী অভিনেত্ৰী।

কিয়াৰা আদৱানীয়েও এই প্ৰতিবেদনৰ দৃষ্টি আকৰ্ষণ কৰে। ২০২২ চনৰ প্ৰতিবেদনত কিয়াৰাই ১৬ নম্বৰ স্থান লাভ কৰিছিল। ২০২৩ চনৰ প্ৰতিবেদনত তেওঁ ১২ নম্বৰলৈ উঠিছে। এই মুহূৰ্তত তেওঁৰ ‘ব্ৰেণ্ড মূল্য’ ৬ কোটি ডলাৰ। এই প্ৰতিবেদনৰ পৰা স্পষ্ট যে ভাৰতীয় বজাৰত ‘ব্ৰেণ্ড এণ্ডৰছমেণ্ট’ৰ ক্ষেত্ৰত কিয়াৰা বহু দূৰ আগবাঢ়িছে।

প্ৰতিবেদনত আলিয়া, দীপিকা, কিয়াৰাকে ধৰি মুঠ ২৫ গৰাকী তাৰকাৰ নাম উল্লেখ কৰা হৈছে, যিয়ে মুঠ ৩০০ ব্ৰেণ্ডৰ প্ৰচাৰ কৰিছে আৰু তেওঁলোকৰ পৰা বিপুল পাৰিশ্ৰমিক লাভ কৰিছে।

মন কৰিবলগীয়া যে বৰ্তমান দীপিকা নিজৰ আগন্তুক ছবি ‘দ্য কল্কী ২৮৯৮ বিচি’ৰ প্ৰচাৰত ব্যস্ত। আলিয়াৰ হাতত ‘জী লে জাৰা’কে ধৰি আন কেইবাখনো ছবিও আছে।

Recent News

যশস্বী-গিলৰ শতকত দিশহাৰা ইংলেণ্ড; লিডছত প্ৰথম দিনাই ৰানৰ পাহাৰ ‘নতুন’ টীম ইণ্ডিয়াৰ

যশস্বী-গিলৰ শতকত দিশহাৰা ইংলেণ্ড; লিডছত প্ৰথম দিনাই ৰানৰ পাহাৰ ‘নতুন’ টীম ইণ্ডিয়াৰ

চাকৰিৰ পৰা বৰ্খাস্ত এ পি এছ চিৰ বিষয়াক পুনৰ মকৰলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, বান্ধি দিলে চৰ্ত

চাকৰিৰ পৰা বৰ্খাস্ত এ পি এছ চিৰ বিষয়াক পুনৰ মকৰলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, বান্ধি দিলে চৰ্ত

জ্বৰ হ’লে স্বাস্থ্যৰ যতন কিদৰে ল’ব লাগে জানো আহক

জ্বৰ হ’লে স্বাস্থ্যৰ যতন কিদৰে ল’ব লাগে জানো আহক

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd