• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ICC T20 World Cup 2024: ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে কঠিন যুঁজত জয়লাভ কৰি ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 24, 2024 1:36 pm
ফটো সৌজন্যঃ আইচিচি।

ফটো সৌজন্যঃ আইচিচি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জয়ী হ’লেই বিশ্বকাপৰ ছেমি ফাইনেল। সোমবাৰে পুৱা ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাই এই মৰণপণ মেচখনত মুখামুখি হৈছিল। সেই মেচত দক্ষিণ আফ্ৰিকাই  দুবাৰৰ টী-২০ বিশ্ব চেম্পিয়নক পৰাস্ত কৰিলে। কঠোৰ যুঁজৰ অন্তত দক্ষিণ আফ্ৰিকাৰ মুখত শেষ হাঁহি দেখা গ’ল। বৰ্ষাবিঘ্নিত মেচখনত ডাকৱৰ্থ-লুইছৰ নিয়মৰ অধীনত দক্ষিণ আফ্ৰিকাই তিনি উইকেটত জয়লাভ কৰে।

আইচিচি টী-২০ বিশ্বকাপ ২০২৪ আৰম্ভ হোৱাৰ পৰাই ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকা ভাল ফৰ্মত আছিল। কিন্তু সোমবাৰে দুয়োটা দলৰ মাজত গ্ৰুপ পৰ্যায়ৰ খেলখন কাৰ্যতঃ নক আউট আছিল। কাৰণ ইতিমধ্যে ইংলেণ্ডে গ্ৰুপ ২ৰ পৰা ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আনটো দল হিচাপে কোনে ছেমি ফাইনেল খেলিব সেইটো নিৰ্ণয় কৰিবলৈ দুয়োটা দলে খেলিছিল।

Apply Now

দক্ষিণ আফ্ৰিকাই টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। তাব্ৰিজ ছামছি আৰু কেশৱ মহাৰাজৰ মিতব্যয়ী বলিঙৰ সন্মুখত ৱেষ্ট ইণ্ডিজৰ ছন্দপতন ঘটে। নিৰ্ধাৰিত ২০ অভাৰৰ শেষত তেওঁলোকে ৮টা উইকেট হেৰুৱাই ১৩৫ ৰানহে সংগ্ৰহ কৰে। ৪২টা বলত সৰ্বাধিক ৫২ ৰান সংগ্ৰহ কৰে ৰষ্টন চেজে। অ’পেনাৰ কাইল মেয়াৰ্ছেও ৩৫ ৰানৰ ইনিংছ খেলে। কেৰিবিয়ানৰ তিনিটা উইকেট দখল কৰে তাব্ৰিজ  ছামছিয়ে।

১৩৬ ৰানৰ লক্ষ্য খেদি দক্ষিণ আফ্ৰিকাই আৰম্ভণিতে বিপৰ্যয়ৰ সন্মুখীন হয়। আন্দ্ৰে ৰাছেলে এটা অভাৰতে দুই অ’পেনাৰৰ উইকেট দখল কৰে। ইয়াৰ পিছত বৰষুণৰ বাবে খেলখন বন্ধ কৰি দিয়া হয়। দীৰ্ঘসময় ধৰি বৰষুণৰ ফলত দক্ষিণ আফ্ৰিকাৰ ইনিংছ তিনি অভাৰলৈ হ্ৰাস কৰি ১২৪ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয়।

যদিও এটা সময়ত মেচখন আঁতৰি গৈছিল, আলঝাৰি জোচেফবাহিনীয়ে ডেথ অভাৰত দুৰ্দান্ত কামবেক কৰিছিল। কিন্তু ১৯ নং অভাৰৰ শেষৰ পৰাই মাৰ্কো জান্সেনে শীতল মস্তিষ্কৰে দলটোক পুনৰ মেচলৈ ঘুৰাই আনে। তেওঁ শেষৰ অভাৰত ছয় মাৰি দলৰ জয় নিশ্চিত কৰে। এই পৰাজয়ে দুবাৰৰ চেম্পিয়ন ৱেষ্ট ইণ্ডিজৰ টী-২০ বিশ্বকাপ অভিযানৰ অন্ত পেলালে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd