• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড; জন্মদাত্ৰী মাতৃকে হত্যা কৰিলে ড্ৰাগছ আসক্ত পুত্ৰই

এন ই নাও নিউজ, কোকৰাঝাৰ by এন ই নাও নিউজ, কোকৰাঝাৰ
June 25, 2024 9:20 am
আৰক্ষীৰ জিম্মাত অভিযুক্ত পদো ব্ৰহ্ম।

আৰক্ষীৰ জিম্মাত অভিযুক্ত পদো ব্ৰহ্ম।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোকৰাঝাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। জন্মদাত্ৰী মাতৃক নিৰ্মমভাৱে হত্যা কৰিলে নিজ পুত্ৰই। পাৰ্বতী ব্ৰহ্ম (৮০) নামৰ জন্মদাত্ৰী মাতৃক হত্যা কৰিছে পুত্ৰ পদো ব্ৰহ্মই। পুত্ৰ পদো ব্ৰহ্ম ড্ৰাগছ আসক্ত আছিল।

মাতৃৰ পৰা ধন বিচাৰি নোপোৱা বাবে এই হত্যা কাণ্ড সংঘটিত কৰে পুত্ৰই। মাতৃ হত্যাকাৰী পদো ব্ৰহ্ম আছিল দ্বিতীয় পুত্ৰ।

ড্ৰাগছ আসক্ত ৩৫ বছৰীয়া পদো ব্ৰহ্ম কোকৰাঝাৰৰ ৮ নং ৱাৰ্ডৰ কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নগেন ব্ৰহ্মৰ পুত্ৰ।

Apply Now

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ মাতৃ হত্যাকাৰী পুত্ৰ পদো ব্ৰহ্মক গ্ৰেপ্তাৰ কৰে কোকৰাঝাৰ আৰক্ষীয়ে।

লগতে পঢ়কঃ আঁউসীৰ ধাৰ সুজিলে পূৰ্ণিমাত! ৰোহিতময় মেচত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি টী-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰত

কোকৰাঝাৰ চহৰৰ হাতিমাতাত সোমবাৰে নিশা সংঘটিত হৈছে এই চাঞ্চল্য হত্যাকাণ্ড।

ঘটনাটোৱে বি টি আৰ মুখ্য সদৰ কোকৰাঝাৰত সৃষ্টি কৰিছে চাঞ্চল্যৰ।

ড্ৰাগছ আসক্ত পদো ব্ৰহ্মক মাতৃ আৰু পিতৃয়ে সুস্থ কৰিবলৈ পুৰ্বতে ড্ৰাগছ পুনৰ্বাসন কেন্দ্ৰত ৰাখিছিল। কিন্তু মাতৃ আৰু পিতৃৰ নিজৰ সন্তানক সুস্থ কৰা সপোন বাস্তৱ নহল।

জানিব পৰা মতে, পুৰ্বতেও মাতৃ আৰু পিতৃৰ লগত কাজিয়া সৃষ্টি কৰি আহিছিল পুত্ৰ পদো ব্ৰহ্মই ।

লগতে পঢ়কঃ মঙলদৈত আপৰ জিলা সভাপতিক হত্যাৰ ভাবুকি

চোকা অস্ত্ৰৰে নে অন্য উপায়ে মাতৃক হত্যা কৰিলে সেই সম্পৰ্কত প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে কোকৰাঝাৰ আৰক্ষীয়ে।

এন ই নাও নিউজ, কোকৰাঝাৰ

এন ই নাও নিউজ, কোকৰাঝাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd