• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যজুৰি সংহাৰী বানৰ মাজতে এপিএছচি-ৰ মূল পৰীক্ষাৰ সময়সূচী; প্ৰতিকূল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষাৰ দিন পুনৰ বিবেচনা কৰাৰ দাবী ডিৱাইএফআই-ৰ

নৰ্থ ইষ্ট নাও অসমীয়া by নৰ্থ ইষ্ট নাও অসমীয়া
July 5, 2024 4:21 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
Apply Now

ৰাজ্যজুৰি চলি থকা ভয়াবহ বানৰ মাজতে  অসম লোকসেৱা আয়োগ চমুকৈ এপিএছচিয়ে ২০২৩ বৰ্ষৰ অসামৰিক সেৱাৰ মূল পৰীক্ষা অহা ২৬ জুলাই ২০২৪ত অনুষ্ঠিত কৰিবলৈ লোৱা কাৰ্যক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে উদ্বেগ প্ৰকাশ কৰিছে আৰু বাস্তৱ পৰিস্থিতি অধ্যয়ন কৰি পৰীক্ষাৰ সময়সূচী পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে। গুৰুত্বপূৰ্ণ কথাটো হৈছে এপিএছচিৰ মূল পৰীক্ষা পূৰ্বৰ সাতটা কেন্দ্ৰৰ সলনি এইবাৰ কেৱল গুৱাহাটীতহে পাতিবলৈ লৈছে। ৰাজ্যত চলি থকা নেৰানেপেৰা বৰঘুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু বৰাক দুয়োটা উপত্যকাত ভীষণ সমস্যাৰ সৃষ্টি হৈছে। সমগ্ৰ ৰাজ্যখনৰ ৬৪ টা ৰাজহ চক্ৰ প্ৰলয়ংকাৰী বানৰ কবলত পৰিছে, এতিয়ালৈ ৪০ জন লোকৰ মৃত্যু হৈছে। যোগাযোগ ব্যৱস্থা অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে।

এনে পৰিস্থিতিৰ মাজতো এপিএছচিৰ মূল পৰীক্ষা অনুষ্ঠিত কৰাটো চূড়ান্ত অবিবেচক কাণ্ড হিচাপে পৰিগণিত হ’ব আৰু বহু প্ৰাৰ্থী সমস্যাৰ সন্মুখীন হ’ব। আনকি বহু প্ৰাৰ্থীৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হোৱাই অসম্ভৱ হৈ পৰিব। এপিএছচিৰ মূল পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া বহু প্ৰাৰ্থী বিভিন্ন কৰ্মৰ সৈতেও যুক্ত। তেনেস্থলত পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ সংশ্লিষ্ট বিভাগৰ পৰা ছুটি ল’বলগীয়া হয়। এইবোৰ দিশ বিবেচনা কৰি এপিএছচি কৰ্তৃপক্ষই পৰীক্ষা অনুষ্ঠিত কৰা তাৰিখ সম্পৰ্কত আগতীয়াকৈ পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছিল, কিন্তু এতিয়ালৈ কোনো পদক্ষেপ নোলোৱাৰ ফলত পৰীক্ষাৰ্থীসকল দুঃচিন্তাত পৰিছে।

আন এক আশ্চৰ্যজনক কথা হৈছে, সকলোকে আচৰিত কৰি এপিএছচিয়ে এতিয়ালৈকে প্ৰাৰম্ভিক পৰীক্ষাৰ কাটঅফ মাৰ্ক প্ৰকাশ নকৰিলে।

এপিএছচি কৰ্তৃপক্ষৰ এই  নিৰুদ্বেগ আচৰণত ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিতে তীব্ৰ আক্ষেপ প্ৰকাশ কৰিছে আৰু তৎকালে সময়োপযোগী সিদ্ধান্ত গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

নৰ্থ ইষ্ট নাও অসমীয়া

নৰ্থ ইষ্ট নাও অসমীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

June 17, 2026 7:21 pm
৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

June 17, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd