• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ঘৰৰ ইচ্ছাৰ বিপৰীতে বিয়া হোৱাৰ বাবে যুৱতীক অপহৰণ কৰি জ্বলাই হত্যা পৰিয়ালৰ

নৰ্থ ইষ্ট নাও অসমীয়া by নৰ্থ ইষ্ট নাও অসমীয়া
July 5, 2024 8:59 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এবছৰ আগতে পলাই গৈ পৰিয়ালৰ বিৰুদ্ধে বিয়া পাতিছিল তেওঁ। কিন্তু যুৱতীগৰাকীয়ে কল্পনা কৰিব পৰা নাছিল যে সেই কামৰৰ বাবে তেওঁ এনে ‘শাস্তি’ পাব ।শেহতীয়াকৈ যুৱতীগৰাকীক পৰিয়ালৰ লোকৰ বিৰুদ্ধে অপহৰণ কৰি জীৱন্তে জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। ৰাজস্থানৰ ঝলৱাৰত সংঘটিত হৈছে এই নৃশংস ঘটনা।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে,যুৱতীগৰাকীয়ে নিজৰ পছন্দৰ পুৰুষক বিয়া কৰাই পৰিয়ালটোৰ সন্মান ক্ষতিগ্ৰস্ত হোৱা বুলি দাবী কৰি পৰিয়ালৰ লোকে অপহৰণ কৰি জ্বলাই হত্যা কৰে।

২৪ বছৰীয়া যুৱতীগৰাকীয়ে প্ৰায় এবছৰ পূৰ্বে ৰবি ভীল নামৰ এজন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। তেওঁৰ পৰিয়ালে একো মানি ল’ব পৰা নাছিল। বিয়াৰ পাছত ছোৱালীজনীয়ে স্বামীৰ লগত ভাল সময় পাৰ কৰি আছিল। কিন্তু দেউতাকৰ ঘৰৰ ভয়ত সি পলাই বিভিন্ন ঠাইত লুকাই থাকিব লগা হৈছিল। শেহতীয়াকৈ ছোৱালীজনীৰ পৰিয়ালে তথ্য লাভ কৰিছিল যে দম্পতীহালে মধ্যপ্ৰদেশৰ এখন গাঁৱত আশ্ৰয় লৈছে। তাতে বেংক এৰি যোৱাৰ সময়তে তেওঁক অপহৰণ কৰা বুলি অভিযোগ উঠিছে।

Apply Now

উপ-আৰক্ষী অধীক্ষক জয় প্ৰকাশ অটলে জনোৱা মতে, গাঁওখনৰ চিচিটিভি ফুটেজত দেখা গৈছে যে যুৱতীগৰাকীক ধন উলিয়াওঁতে হঠাতে পিছফালৰ পৰা অপহৰণ কৰা হয়। একো গম পোৱাৰ আগতেই তেওঁক এখন গাড়ীত উঠাই দিয়া হ’ল। সেই সময়ত যুৱতীগৰাকীৰ গিৰিয়েক ওচৰতে আছিল। তেওঁক ৰখাবলৈ চেষ্টা কৰিও আহত হয়। চিঞৰি চিঞৰি যুৱতীগৰাকীয়ে স্বামীক আৰক্ষীক খবৰ দিবলৈ কয়। ইয়াৰ পাছতে ৰৱিৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।

ইফালে আৰক্ষীয়ে কিশোৰীগৰাকীক বিচাৰি পোৱাৰ সময়লৈকে পৰিয়ালৰ লোকে জ্বলাই হত্যা কৰিছিল। ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে ছোৱালীজনীৰ ৮০ শতাংশ মৃতদেহ জ্বলি যায়। ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছে পৰিয়ালৰ লোক। অভিযুক্তক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। যুৱতীগৰাকীৰ মৃতদেহৰ জ্বলি যোৱা অংশসমূহ ফৰেনছিক তদন্তৰ বাবে প্ৰেৰণ কৰা হৈছে।

নৰ্থ ইষ্ট নাও অসমীয়া

নৰ্থ ইষ্ট নাও অসমীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নদীত উদ্ধাৰ হাছিনাৰ দেশত্যাগৰ ভিডিঅ’তোলা বিমান বাহিনীৰ প্ৰাক্তন বিষয়াৰ মৃতদেহ! আঁৰত গভীৰ ষড়যন্ত্ৰ?

নদীত উদ্ধাৰ হাছিনাৰ দেশত্যাগৰ ভিডিঅ’তোলা বিমান বাহিনীৰ প্ৰাক্তন বিষয়াৰ মৃতদেহ! আঁৰত গভীৰ ষড়যন্ত্ৰ?

October 31, 2026 11:22 am
ধেমাজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ঘনকান্ত গগৈৰ পত্নীৰ!

ধেমাজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ঘনকান্ত গগৈৰ পত্নীৰ!

October 31, 2026 11:15 am
এইবাৰ নতুন বিপদ লিম্পেট মাইন! হৰমুজত টেংকাৰত বৃহৎ আক্ৰমণ, ভিতৰত ২৭ জন ভাৰতীয় নাৱিক

এইবাৰ নতুন বিপদ লিম্পেট মাইন! হৰমুজত টেংকাৰত বৃহৎ আক্ৰমণ, ভিতৰত ২৭ জন ভাৰতীয় নাৱিক

October 31, 2026 10:23 am
“সম্পৰ্ক এটা শেষ কৰাৰ অধিকাৰ পুৰুষৰ নাই নেকি?”  ধৰ্ষণৰ ভুৱা গোচৰত প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

“সম্পৰ্ক এটা শেষ কৰাৰ অধিকাৰ পুৰুষৰ নাই নেকি?”  ধৰ্ষণৰ ভুৱা গোচৰত প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

October 31, 2026 9:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নদীত উদ্ধাৰ হাছিনাৰ দেশত্যাগৰ ভিডিঅ’তোলা বিমান বাহিনীৰ প্ৰাক্তন বিষয়াৰ মৃতদেহ! আঁৰত গভীৰ ষড়যন্ত্ৰ?

নদীত উদ্ধাৰ হাছিনাৰ দেশত্যাগৰ ভিডিঅ’তোলা বিমান বাহিনীৰ প্ৰাক্তন বিষয়াৰ মৃতদেহ! আঁৰত গভীৰ ষড়যন্ত্ৰ?

October 31, 2026 11:22 am
ধেমাজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ঘনকান্ত গগৈৰ পত্নীৰ!

ধেমাজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ঘনকান্ত গগৈৰ পত্নীৰ!

October 31, 2026 11:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd