• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিক্ষকৰ অনুপস্থিতিৰ তালিকাত মৃত-অৱসৰপ্ৰাপ্তৰ নাম; বিবুধিত ৰাজ্য চৰকাৰ, তদন্ত ঘোষণা শিক্ষামন্ত্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 8, 2024 12:34 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ অনুপস্থিতিৰ বিৰুদ্ধে চলোৱা অভিযানত শিক্ষা বিভাগে ডাঙৰ অস্বস্তিৰ সন্মুখীন হৈছে। শিক্ষকৰ দৰমহা বন্ধ কৰিবলৈ প্ৰকাশ কৰা তালিকাত সন্নিৱিষ্ট হৈছে মৃত, অৱসৰপ্ৰাপ্ত শিক্ষকৰ লগতে প্ৰসূতিকালীন ছুটীত থকা শিক্ষয়িত্ৰীৰ নামো।

শিক্ষামন্ত্ৰী ৰানোজ পেগুৱে দেওবাৰে এই ভুলৰ তদন্তৰ কথা ঘোষণা কৰে। তেওঁ কয়, ‘যিসকলৰ স্কুলত উপস্থিতি শূন্য, তেওঁলোকৰ দৰমহা বন্ধ কৰিবলৈ শিক্ষা বিভাগে নিৰ্দেশ দিছে। কিন্তু প্ৰশিক্ষণ, ছুটী, পদবীত নিযুক্ত বা অন্যান্য চৰকাৰী কামৰ বাবে অনুমোদিত শিক্ষকৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য নহয়। এই শূন্য উপস্থিতিৰ কাৰণ নিৰ্ণয় কৰিবলৈও তদন্তৰ নিৰ্দেশ দিয়া হৈছে।”

প্ৰথম অৱস্থাত ৪৯০৭ গৰাকীৰ নাম এই তালিকাত আছিল, যাৰ ভিতৰত ১১৯০ গৰাকী কলেজ শিক্ষক আছিল। কিন্তু পিছত কলেজ শিক্ষকসকল স্কুল শিক্ষা বিভাগৰ পৰিসৰৰ বাহিৰত থকাৰ বাবে তেওঁলোকৰ নাম তালিকাৰ পৰা আঁতৰাই দিয়া হয়। এতিয়া ৩৭১৭ গৰাকী বিদ্যালয় শিক্ষকৰ অনুপস্থিতিৰ তদন্ত কৰা হ’ব।

Apply Now

লগতে পঢ়কঃ অসম : বানপানীত মৃত্যুৰ সংখ্যা ৬৬ জনলৈ বৃদ্ধি, ক্ষতিগ্ৰস্ত প্ৰায় ২৩ লাখ লোক

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে এই তালিকাৰ সত্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ কয়, ছুটীত থকা শিক্ষকৰ নাম প্ৰকাশ কৰাটো অগ্ৰহণযোগ্য আৰু অসন্মানজনক। মৃত, অৱসৰপ্ৰাপ্ত, অন্য নিয়ুক্তি দি প্ৰেৰণ কৰা আৰু প্ৰসূতিকালীন ছুটীত থকা শিক্ষকৰ দৰমহা বন্ধ কৰাৰ নিৰ্দেশে বিভাগটোত সমন্বয়ৰ অভাৱকে প্ৰমাণ কৰে।”

শিক্ষকৰ অনুপস্থিতিৰ তালিকা শিক্ষা সেতু পৰ্টেলত প্ৰকাশ কৰা হয়। এই পৰ্টেলটো বিদ্যালয়, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ তথ্যৰ বাবে এক ডিজিটেল প্লেটফৰ্ম, যিটো এই বছৰ ই-গভৰ্নেন্স শাখাত ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।

চলিত বৰ্ষৰ ২০ মাৰ্চত মৃত্যু হোৱা গোলাঘাট জিলাৰ নৱ কাকতিৰ নামো এই তালিকাত আছে। তেওঁৰ সহযোগী হৰেণ বৰকটকীয়ে কয় যে কাকতিৰ মৃত্যুৰ খবৰ শিক্ষা বিভাগক জনোৱা হৈছিল। ইপিনে, ১ জানুৱাৰীত অৱসৰ লোৱা চিৰাং জিলাৰ শিক্ষক মহিম বসুমতাৰীয়ে কয়, “মই এতিয়া পেঞ্চনৰ কামত ব্যস্ত আৰু মাহিলী দৰমহাৰ আশা কৰা নাই!”

লগতে পঢ়কঃ বছৰত ২ বাৰ বেজী ল’লেই পৰিত্ৰাণ! এইচ আই ভি চিকিৎসাৰ দিশত নতুন পোহৰ

যোৰহাটৰ উপ-বিদ্যালয় পৰিদৰ্শকক ৬ মাহৰ প্ৰসূতি ছুটীৰ বাবে আবেদন জনাইছিল সহকাৰী শিক্ষয়িত্ৰী নয়নমণি ফুকনে । তেওঁৰ আবেদন মঞ্জুৰো কৰা হৈছিল। তেওঁৱো এই তালিকাত আছে।

শিক্ষা বিভাগৰ সমন্বয়ৰ অভাৱ আৰু তথ্য সংগ্ৰহৰ অভাৱৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে। চৰকাৰী শিক্ষকৰ অনুপস্থিতিৰ বিষয়টো আভ্যন্তৰীণভাৱে সংগ্ৰহ কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল বুলি মত প্ৰকাশ কৰিছে ৰাজ্যৰ শিক্ষক সংস্থাসমূহে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

June 17, 2026 7:21 pm
৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

June 17, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd