• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তামিলনাডুত উদ্ধাৰ অসমৰ তিনি যুৱকৰ মৃতদেহ, এজন সন্ধানহীন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 18, 2024 9:13 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

19.1k
VIEWS
Share on FacebookShare on Twitter

তামিলনাডুত অসমৰ তিনিজন যুৱকক বুধবাৰে মৃত অৱস্থাত উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে।

তামিলনাডুত অসমৰ চৰাইদেউ জিলাৰ লাকুৱা অঞ্চলৰ চাৰিজন যুৱক সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছিল।

ইপিনে, তামিলনাডুৰ জোলাৰপেট্টাই ৰে’লৱে ষ্টেচনৰ সমীপত উদ্ধাৰ হৈছে তিনিজনৰ মৃতদেহ।

নিহত তিনিজনৰ নাম নবীন ভূমিজ, নৱ ভূমিজ, আৰু জামনি গোৰ।

লগতে পঢ়কঃ বিজেপিৰ আসন ৮৬ লৈ হ্ৰাস, ৰাজ্যসভাত সংখ্যালঘু হৈ পৰিল শাসকীয় মিত্ৰজোঁট এন ডি এ

এতিয়াও সন্ধানহীন হৈ আছে মাইনা ভূমিজ নামৰ চতুৰ্থজন যুৱক।

খবৰ অনুসৰি যোৱা শুকুৰবাৰে এই দলটোৱে কামৰ সন্ধানত তামিলনাডুলৈ ৰাওনা হৈছিল।

তেওঁলোকৰ নেতৃত্বত আছিল শাৱন বাগতি নামৰ এজন ব্যক্তি।

সম্প্ৰতি আৰক্ষীয়ে সন্ধানহীন হৈ থকা মাইনা ভূমিজ নামৰ যুৱকজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।

লগতে পঢ়কঃ মহাৰাষ্ট্ৰৰ গাডচিৰ’লিত আৰক্ষী বাহিনীৰ সৈতে সংঘৰ্ষত নিহত ১২ জন মাওবাদী

আন তিনিজনৰ মৃত্যুৰ কাৰণ স্পষ্ট হোৱা নাই আৰু তদন্ত অব্যাহত আছে।

Recent News

বিৰোধী ঐক্য বনাম কংগ্ৰেছ-ভাজপাৰ সমদূৰত্ব

বিৰোধী ঐক্য বনাম কংগ্ৰেছ-ভাজপাৰ সমদূৰত্ব

কিডনীত গঠন হ’ব পাথৰৰ খনি! এই সাতটা সুপৰিচিত খাদ্য বেছিকৈ খালে হ’ব পাৰে বিপদ!

কিডনীত গঠন হ’ব পাথৰৰ খনি! এই সাতটা সুপৰিচিত খাদ্য বেছিকৈ খালে হ’ব পাৰে বিপদ!

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd