• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গিবন অভয়াৰণ্যৰ মাজেৰে ২৫০০০ ভল্টৰ বৈদ্যুতিক তাঁৰ নিয়াৰ যো-জা ৰে’লৱেৰ; SFI, DYFIৰ প্ৰতিবাদ

এন ই নাও নিউজ, মৰিয়নি by এন ই নাও নিউজ, মৰিয়নি
July 18, 2024 12:41 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যি সময়ত বিভিন্ন দেশত প্ৰাকৃতিক ভাৰসাম্য আৰু জীৱ-জন্তুৰ বিলুপ্তিকৰণ ৰক্ষাৰ বাবে বিভিন্ন ৰাষ্ট্ৰই সজাগ আৰু সচেতন হৈছে তেনে সময়তে বান্দৰৰ বাবে বিখ্যাত অসমৰ তথা ভাৰতবৰ্ষৰ গৌৰৱ গিবন অভয়াৰণ্য আজি শাসক পক্ষৰ দৃষ্টিৰ বহু আঁতৰত। ৰে’ল বৈদ্যুতিকৰণৰ নামত ২৫০০০ শক্তিৰ বৈদ্যুতিক তাঁৰ অভয়াৰণ্যৰ মাজেৰে পাৰ কৰি নিয়াৰ যো জা চলাইছে। তাৰ ফলস্বৰূপে জীৱ-জন্তুৰ মাজত এক ভাবিব নোৱাৰা বিপদ নামি আহিব আৰু কালক্রমত এদিন অসম তথা ভাৰতবৰ্ষৰ গৌৰৱ আমাৰ গিবন সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিব।

যোৱা ১৫ জুলাই , ২০২৪ তাৰিখে মৰিয়নী ৰে’লৱে ষ্টেচনৰ সম্মুখত ভাৰতৰ ছাত্ৰ ফেডাৰেচন (এছ.এফ.আই) আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন ( ডি. ৱাই.এফ.আই )ৰ উদ্যোগত গিবন অভয়াৰণ্যৰ ৰক্ষাৰ দাবীত ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰে।

তেওঁলোকে দাবী জনায় যে ৰে’লৱে বৈদ্যুতিকৰণৰ নামত হোলোঙাপাৰ গিবন অভয়াৰণ্য মাজেৰে বৈদ্যুতিক তাঁৰ (২৫০০০ ভল্ট) নিয়াৰ কাম কাজ বন্ধ কৰক। সেইদৰে, হোলোঙাপাৰ গিবন অভয়াৰণ্য মাজেৰে যোৱা ৰে’ল লাইন অভয়াৰণ্যখনৰ ক্ষতি নোহোৱাকৈ বিকল্প পথৰে নিয়াৰ ব্যৱস্থা কৰক।

Apply Now

লগতে পঢ়কঃতামিলনাডুত উদ্ধাৰ অসমৰ তিনি যুৱকৰ মৃতদেহ, এজন সন্ধানহীন

সেই মৰ্মে প্ৰায় ১০০তকৈও অধিক মানুহে লগ হৈ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আৰু গণতান্ত্ৰিকভাবে গোটেই অঞ্চল কঁপাই তুলিছে।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত এছ, এফ, আই, আৰু ডি, ৱাই, ফাই, নেতৃত্বৰ লগতে স্থানীয় ৰাইজ, বুদ্ধিজীৱীয়েওসহযোগ কৰে। প্ৰতিবাদৰ অন্তত মহাপ্ৰবন্ধক (এন.এফ.ৰেলৱে),মাণ্ডলিক ৰে’লৱে প্ৰবন্ধক তিনিচুকীয়া মণ্ডললৈ মৰিয়নি জংচন ষ্টেচন অধীক্ষকৰ জৰিয়তে স্মাৰক পত্ৰ দিয়া হয় ।

তাৰ পিছতে মৰিয়নী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সম্মুখত ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু মৰিয়নী বিধান সভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈ মৰিয়নী ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে স্মাৰক পত্ৰ দিয়া হয়।

যোৱা ১৬ তাৰিখে এছ এফ আই আৰু ডি ৱাই এফ আই ৰ যোৰহাট জিলা সমিতিৰ এটা প্ৰতিনিধি দলে পদ্মশ্ৰী তথা অৰণ্য মানৱ যাদৱ পায়েঙক সাক্ষাৎ কৰি যোৰহাট জিলাৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ মাজেৰে ৰে’ল লাইনত ২৫০০০ ভল্ট এম্পিয়াৰ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ প্ৰতিস্থাপন কৰাৰ বাবে হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ জীৱ-জন্তুৰ হ’ব পৰা ক্ষতিৰ বিষয়ে আলোচনা কৰে।

লগতে পঢ়কঃ ভুৱা এনকাউন্টাৰৰ অভিযোগ! অসম আৰক্ষীৰ বিৰুদ্ধে কাছাৰত অন্যায়ভাৱে হত্যাৰ অভিযোগ মাৰ ইনপুইৰ

পায়েঙে হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ সুৰক্ষাৰ বিষয়টো উত্থাপন কৰাৰ বাবে এছ এফ আই আৰু ডি ৱাই এফ আইৰ শলাগ লয়। লগতে পায়েঙে ব্যক্তিগতভাৱেও বিষয়টো ৰাজ্য তথা ৰাষ্ট্ৰীয় পৰ্যায়ত উত্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। 

এন ই নাও নিউজ, মৰিয়নি

এন ই নাও নিউজ, মৰিয়নি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

September 22, 2026 1:02 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

September 22, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd