• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰয়াত পিতৃ কৰুণানিধিৰ পদাংক অনুসৰণ ষ্টেলিনৰ! পুত্ৰ উদয়নিধিক দিব তামিলনাডুৰ উপ-মুখ্যমন্ত্ৰীৰ দায়িত্ব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 19, 2024 6:36 pm
4.7k
VIEWS
Share on FacebookShare on Twitter

ডেৰ দশক পূৰ্বে ষ্টেলিনৰ পিতৃ প্ৰয়াত এম কে কৰুণানিধি তামিলনাডুৰ মুখ্যমন্ত্ৰী আছিল। তেওঁ পুত্ৰ এম কে ষ্টেলিনক ৰাজনৈতিক উত্তৰাধিকাৰী হিচাপে নামাকৰণ কৰি উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। ডি এম কেৰ মুৰব্বী তথা তামিলনাডুৰ মুখ্যমন্ত্ৰী ষ্টেলিনে এইবাৰ সেই আদৰ্শ অনুসৰণ কৰিবলৈ ওলাইছে।

নিউজ এজেন্সি পিটিআইৰ বাতৰি অনুসৰি তেওঁ অতি সোনকালে নিজৰ পুত্ৰ উদয়নিধিক তামিলনাডুৰ উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিবলৈ ওলাইছে। শুকুৰবাৰে ডি এম কেৰ এজন মন্ত্ৰীয়েও এনে দাবী উত্থাপন কৰে। প্ৰসংগক্ৰমে ষ্টেলিনৰ কেবিনেট সদস্য তথা জনপ্ৰিয় তামিল অভিনেতা উদয়নিধিয়ে বিভিন্ন সময়ত বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে।

২০২১ চনৰ মে’ মাহত বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ এটা দশক পাছত তামিলনাডুত ক্ষমতালৈ আহিছিল ডি এম কে। ষ্টেলিন আৰু উদয়নিধি দুয়োজনেই জয়ী হয়। মুখ্যমন্ত্রী হোৱাৰ পাছত প্রথমে পুত্রক মন্ত্রী কৰি নিদিলে৷ ২০২২ চনৰ ডিচেম্বৰ মাহত উদয়নিধিক কেবিনেটত অন্তৰ্ভুক্ত কৰা হৈছিল।

Recent News

ব্ৰহ্মপুত্ৰ নদীত বান্ধ দি ভাৰতত আঘাত কৰাৰ পৰিকল্পনা চীনৰ! বিস্ফোৰক অভিযোগ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ

ব্ৰহ্মপুত্ৰ নদীত বান্ধ দি ভাৰতত আঘাত কৰাৰ পৰিকল্পনা চীনৰ! বিস্ফোৰক অভিযোগ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ

অনিশ্চয়তাৰ মাজত ক্ৰিকেট এছিয়া কাপ-২০২৫! মুখামুখি হ’ব নে ভাৰত আৰু পাকিস্তান?

অনিশ্চয়তাৰ মাজত ক্ৰিকেট এছিয়া কাপ-২০২৫! মুখামুখি হ’ব নে ভাৰত আৰু পাকিস্তান?

বিহাৰৰ নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ গোচৰৰ আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

বিহাৰৰ নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ গোচৰৰ আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

কাৰ বাবে উন্নয়ন? বিকাশৰ সপোন দেখুৱা চৰকাৰৰ দ্বাৰা আজিও অবহেলিত চাহ শ্ৰমিক  

কাৰ বাবে উন্নয়ন? বিকাশৰ সপোন দেখুৱা চৰকাৰৰ দ্বাৰা আজিও অবহেলিত চাহ শ্ৰমিক  

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd