• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ সাপ্তাহিক বিশেষ ৰে’ল সেৱাৰ প্ৰৱৰ্তন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 20, 2024 2:05 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গ্ৰীষ্মকালৰ সময়ত যাত্ৰীসকলৰ সুবিধাৰ্থে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি আৰু দুযোৰ সাপ্তাহিক বিশেষ ৰে’ল আৰম্ভ কৰাৰ এক  পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই বিশেষ ৰে’লৰ এখন ৰে’ল গুৱাহাটী আৰু আনন্দ বিহাৰ টাৰ্মিনেলৰ মাজত আৰু আনখন নিউ তিনিচুকীয়াৰ পৰা ভগত কি কোঠিলৈ চলাচল কৰিব। দুয়োখন বিশেষ ৰে’ল সাপ্তাহিক ভিত্তিত উভয় দিশত চাৰিটাকৈ ট্ৰিপৰ বাবে চলাচল কৰিব।

এই এক্সপ্ৰেছ ৰে’লসমূহে উত্তৰ-পূৰ্ব্বাঞ্চল, উত্তৰ বংগ, বিহাৰ আৰু ভাৰতৰ উত্তৰাঞ্চলৰ মাজত ৰে’ল পৰিসেৱা উন্নত কৰাৰ লগতে বাণিজ্য আৰু অন্যান্য অৰ্থনৈতিক কাৰ্যকলাপো বৃদ্ধি কৰিব। এই ৰে’লসমূহৰ নিয়মীয়া সেৱাসমূহ নিম্নলিখিত বিৱৰণ অনুসৰি চলাচল কৰিব।

ৰে’ল নং ০৫৬৭১ (গুৱাহাটী-আনন্দ বিহাৰ টাৰ্মিনেল) বিশেষ ৰে’লখন প্ৰতি বুধবাৰে ২৪জুলাইৰ পৰা ১৪ আগষ্ট, ২০২৪লৈ ১৫:০০ বজাত গুৱাহাটীৰ পৰা প্ৰস্থান কৰি শুক্ৰবাৰে ৮:৫০বজাত আনন্দ বিহাৰ টাৰ্মিনেলত গৈ উপস্থিত হ’ব।

Apply Now

উভতনি যাত্ৰাৰ দিশত ৰে’ল নং ০৫৬৭২ (আনন্দ বিহাৰ টাৰ্মিনেল-গুৱাহাটী) বিশেষ ৰে’লখন প্ৰতি শুক্ৰবাৰে আনন্দ বিহাৰ টাৰ্মিনেলৰ পৰা ২৬জুলাইৰ পৰা ১৬আগষ্ট, ২০২৪ লৈ ২৩:৪৫ বজাত প্ৰস্থান কৰি দেওবাৰে ১৪:১৫ বজাত গুৱাহাটীত আহি উপস্থিত হ’ব।

এই বিশেষ ৰে’লখন কামাখ্যা, ৰঙিয়া, নিউ বঙাইগাঁও, কোকৰাঝাৰ, নিউ আলিপুৰদুৱাৰ, নিউ কোচবিহাৰ, নিউ জলপাইগুড়ী, কিষাণগঞ্জ, মালদা টাউন, ভাগলপুৰ, জামালপুৰ, গয়া, পণ্ডিত দীন দয়াল উপাধ্যায় আৰু প্ৰয়াগৰাজ হৈ উভয় দিশত চলাচল কৰিব। এই ৰে’লসমূহত যাত্ৰীসকলৰ বাবে এটা এচি ৩-টায়াৰ, আঠটা শ্লীপাৰ শ্ৰেণী আৰু দহটা সাধাৰণ দ্বিতীয় শ্ৰেণীৰ ডবা থাকিব।

আনহাতে, ৰে’ল নং ০৫৯১৯ (নিউ তিনিচুকীয়া – ভগত কি কোঠী) বিশেষ ৰে’লখন প্ৰতি সোমবাৰে ২২জুলাইৰ পৰা ১২আগষ্ট, ২০২৪ লৈ ১২:৪৫বজাত নিউ তিনিচুকীয়াৰ পৰা প্ৰস্থান কৰি বৃহস্পতিবাৰে ৭:১৫বজাত ভগত কী কোঠিত গৈ উপস্থিত হ’ব।

উভতনি যাত্ৰাৰ দিশত ৰে’ল নং ০৫৯২০ (ভগত কি কোঠি – নিউ তিনিচুকীয়া) বিশেষ ৰে’লখন প্ৰতি শুক্ৰবাৰে ভগত কি কোঠীৰ পৰা ২৬জুলাইৰ পৰা ১৬আগষ্ট, ২০২৪ তাৰিখলৈ ০৫:৩০ বজাত প্ৰস্থান কৰি সোমবাৰে ০৪ বজাত নিউ তিনিচুকীয়া ষ্টেচনত গৈ উপস্থিত হ’ব।

এই বিশেষ ৰে’লখন শিমলুগুড়ী, ডিফু, লামডিং জংচন, কামাখ্যা, ৰঙিয়া, নিউ বঙাইগাঁও, নিউ আলিপুৰদুৱাৰ, নিউ কোচবিহাৰ, কিষাণগঞ্জ, কাটিহাৰ, হাজীপুৰ, গোৰখপুৰ, গাজিয়াবাদ, ৰোহটক, সুৰতগড়, লালগড় জংচন, মেৰত ৰোড আৰু যোধপুৰ জংচন হৈ চলাচল কৰিব।

এই ৰে’লসমূহত যাত্ৰীসকলৰ বাবে দুটা এচি ৩-টায়াৰ, এঘাৰটা শ্লীপাৰ শ্ৰেণী আৰু আঠটা সাধাৰণ দ্বিতীয় শ্ৰেণীৰ ডবা থাকিব।

এই পথসমূহেৰে যাত্ৰা কৰা অন্যান্য ৰে’লৰ প্ৰতীক্ষাসূচীত থকা যাত্ৰীসকলে গ্ৰীষ্মকালীন সময়ত এই বিশেষ ৰে’লসমূহত আৰামদায়ক ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিব পাৰিব।

এই ৰে’লখনৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত বিৱৰণসমূহ অৱলোকন কৰাৰ বাবে অনুৰোধ কৰা হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am
সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

October 10, 2026 9:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd