• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আশাহত ক্ৰিকেট অনুৰাগী! হাতৰ আঙুলিত আঘাতপ্ৰাপ্ত হোৱাৰ বাবে মহিলা এছিয়া কাপৰ পৰা বাহিৰ হ’ল শ্ৰেয়ংকা পাটিল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 21, 2024 8:14 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্ৰেয়ংকা পাটিলৰ আঙুলি আঘাতপ্ৰাপ্ত হোৱাৰ বাবে ২০২৪ চনৰ মহিলা এছিয়া কাপৰ বাকীসমূহ মেচত অংশগ্ৰহণ কৰিব নোৱাৰিব৷ ১৯ জুলাই শুকুৰবাৰে ৰঙাৰি ডাম্বুল্লা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ উদ্বোধনী মেচত আঘাতপ্ৰাপ্ত হয় অল ৰাউণ্ডাৰগৰাকী। এছিয়ান ক্ৰিকেট কাউন্সিলে সংবাদ মাধ্যমৰ জৰিয়তে শ্ৰেয়ংকাৰ সন্দৰ্ভত এই খবৰ নিশ্চিত কৰিছে।

পাকিস্তানৰ ৰান চেজৰ সময়ত কেচ ল’বলৈ চেষ্টা কৰি থকা অৱস্থাত বাওঁহাতৰ চতুৰ্থ আঙুলিটো আঘাতপ্ৰাপ্ত হয়। আমোদজনক কথাটো হ’ল যে আৰ চি বিৰ হৈ খেলি থকাৰ সময়তে শ্ৰেয়াংকাই একেখন হাততে আঘাত পাইছিল যাৰ ফলত ২০২৪ চনৰ মহিলা প্ৰিমিয়াৰ লীগ (ডব্লিউ পি এল)ত দুখনমান খেলৰ বাবে খেলৰ পৰা আঁতৰি আছিল।

ডব্লিউ পি এলত শ্ৰেয়ংকাই আগশাৰীৰ উইকেট দখলকাৰী হিচাপে পুনৰ উভতি আহি ইমাৰ্জিং প্লেয়াৰ অৱ দ্য ছিৰিজৰ বঁটা লাভ কৰে। ডিচিৰ বিৰুদ্ধে ফাইনেলত চাৰিটা উইকেট দখল কৰি আৰচিবিয়ে প্ৰথম খিতাপ দখল কৰাত সহায় কৰে। কিন্তু পাকিস্তানৰ বিৰুদ্ধে আঘাত ইমানেই বেয়া আছিল যে শ্ৰীলংকাত চলি থকা এছিয়া কাপৰ পৰা আঁতৰত থাকিব৷

Apply Now

ট্ৰেভেলিং ৰিজাৰ্ভ চাৰিজনৰ ভিতৰত থকা বাওঁহাতৰ স্পিনাৰ তনুজা কানৱাৰক শ্ৰেয়ংকাৰ সলনি খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়।

উল্লেখ্য যে গত ভাৰতৰ মেচখনত পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰি ভাৰতে নিজৰ অভিযানৰ উজ্জ্বল আৰম্ভণি কৰে। প্ৰথমে ফিল্ডিং কৰিবলৈ কোৱাৰ পাছত ভাৰতে পাকিস্তানক ১৯.২ অভাৰত ১০৮ ৰানত সীমাবদ্ধ কৰি ৰাখে। দীপ্তি শৰ্মাই ষ্টেণ্ডআউট বলাৰ হিচাপে তিনিটা উইকেট দখল কৰাৰ বিপৰীতে শ্ৰেয়ংকা, পূজা বাষ্ট্ৰকাৰ আৰু ৰেণুকা সিঙে দুটাকৈ উইকেট সংগ্ৰহ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd