• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমৰ যাত্ৰীৰ সুবিধাৰ্থে সাপ্তাহিক বিশেষ ৰে’ল সেৱাৰ প্ৰৱৰ্তন; দুখন ৰেল চাৰিটাকৈ ভ্ৰমণৰ বাবে চলোৱাৰ সিদ্ধান্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 21, 2024 12:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গ্ৰীষ্মকালীন ভিৰৰ সময়ত যাত্ৰীসকলৰ সুবিধাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেই (এনএফআৰ) যাত্ৰীৰ চাহিদা বৃদ্ধিৰ সমাধানৰ বাবে আৰু দুখন সাপ্তাহিক বিশেষ ৰে’ল প্ৰৱৰ্তন কৰি এক সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছে।

গুৱাহাটী আৰু আনন্দ বিহাৰ টাৰ্মিনেলৰ মাজত এখন ৰে’ল আৰু নিউ তিনিচুকীয়াৰ পৰা ভগত কি কোঠীলৈ আন এখন ৰে’ল চলাচল কৰিব।

দুয়োখন বিশেষ ৰে’লে সাপ্তাহিক ভিত্তিত দুয়োটা দিশতে চাৰিটাকৈ ভ্ৰমণৰ বাবে চলিব।

Apply Now

এই এক্সপ্ৰেছ ৰে’লসমূহে উত্তৰ-পূব, উত্তৰ বংগ, বিহাৰ, আৰু ভাৰতৰ উত্তৰ অংশৰ মাজত ৰে’ল সংযোগ উন্নত কৰি বাণিজ্য আৰু অন্যান্য অৰ্থনৈতিক কাৰ্যকলাপক লাভান্বিত কৰিব।

এই ৰে’লসমূহৰ নিয়মীয়া সেৱা তলত উল্লেখ কৰা অনুসৰি চলিব।

সেই অনুসৰি, ২০২৪ চনৰ ২৪ জুলাইৰ পৰা ১৪ আগষ্টলৈ প্ৰতি বুধবাৰে গুৱাহাটীৰ পৰা ১৫:০০ বজাত ০৫৬৭১ নং ৰে’ল (গুৱাহাটী–আনন্দ বিহাৰ টাৰ্মিনেল) বিশেষভাৱে যাত্ৰা কৰি শুকুৰবাৰে ৮:৫০ বজাত আনন্দ বিহাৰ টাৰ্মিনেলত উপস্থিত হ’ব।

উভতি অহাৰ দিশত ০৫৬৭২ নং (আনন্দ বিহাৰ টাৰ্মিনেল-গুৱাহাটী) বিশেষ ৰে’লখন ২৬ জুলাইৰ পৰা ১৬ আগষ্ট, ২০২৪লৈ প্ৰতি শুকুৰবাৰে আনন্দ বিহাৰ টাৰ্মিনেলৰ পৰা ২৩:৪৫ বজাত যাত্ৰা কৰি দেওবাৰে ১৪:১৫ বজাত গুৱাহাটীত উপস্থিত হ’ব।

কামাখ্যা, ৰঙিয়া, নতুন বঙাইগাঁও, কোকৰাঝাৰ, নতুন আলিপুৰদুৱাৰ, নিউ কোচবিহাৰ, নতুন জলপাইগুৰি, কিষাণগঞ্জ, মালদা টাউন, ভাগলপুৰ, জামালপুৰ, গয়া, পণ্ডিত দীন দয়াল উপাধ্যায় আৰু প্ৰয়াগৰাজ দুয়ো দিশত চলিব।

ৰে’লখনত যাত্ৰীসকলৰ বাবে এটা এচি ৩ টায়াৰ, ৮টা শ্লীপাৰ ক্লাছ আৰু দহটা সাধাৰণ দ্বিতীয় শ্ৰেণীৰ ডবা থাকিব।

ৰেল নং ০৫৯১৯ (নতুন তিনিচুকীয়া-ভগত কি কোঠী) স্পেচিয়েল নিউ তিনিচুকীয়াৰ পৰা প্ৰতি সোমবাৰে ২২ জুলাইৰ পৰা ১২ আগষ্ট, ২০২৪লৈ, ১২:৪৫ বজাত যাত্ৰা কৰিব আৰু বৃহস্পতিবাৰে ৭:১৫ বজাত ভগত কি কোঠীত উপস্থিত হ’ব।

উভতি অহাৰ দিশত ৰেল নং ০৫৯২০ (ভগত কি কোঠী-নতুন তিনিচুকীয়া) বিশেষ প্রতি শুকুৰবাৰে ২৬ জুলাইৰ পৰা ১৬ আগষ্ট, ২০২৪লৈ, ০৫:৩০ বজাত ভগত কি কোঠীৰ পৰা ৰাওনা হ’ব আৰু সোমবাৰে ০৪ বজাত নতুন তিনিচুকীয়া ষ্টেচনত উপস্থিত হ’ব৷

শিমলুগুৰি, ডিফু, লামডিং, কামাখ্যা, ৰঙিয়া, নিউ বঙাইগাঁও, নিউ আলিপুৰদুৱাৰ, নিউ কোচবিহাৰ, কিষনগঞ্জ, কাটিহাৰ, হাজীপুৰ, গোৰখপুৰ, গাজিয়াবাদ, ৰোহটক, চুৰাটগড়, লালগড় জুনিয়ৰ, মেৰটা ৰোড আৰু যোধপুৰ জুনিয়ৰ হৈ এই বিশেষ ৰেলখন চলিব।

ৰে’লখনত যাত্ৰীসকলৰ বাবে দুটা এচি ৩ টায়াৰ, এঘাৰটা শ্লীপাৰ ক্লাছ আৰু ৮টা সাধাৰণ দ্বিতীয় শ্ৰেণীৰ ডবা থাকিব।

এই পথসমূহত যাত্ৰা কৰা অন্যান্য ৰে’লৰ ৱেট লিষ্টেড যাত্ৰীসকলে এই বিশেষ ৰে’লসমূহত এই গ্ৰীষ্মকালত আৰামত যাত্ৰা কৰাৰ সুযোগ ল’ব পাৰে।

এই ৰে’লসমূহৰ ষ্টপেজ আৰু টাইমিঙৰ সবিশেষ আই আৰ চি টি চিৰ ৱেবছাইটত উপলব্ধ হোৱাৰ লগতে এন এফ ৰে’লৱেৰ বিভিন্ন বাতৰি কাকত আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো অৱগত কৰা হৈছে।

যাত্ৰীসকলক যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে সবিশেষ পৰীক্ষা কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

October 5, 2026 10:40 am
ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

October 5, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd