• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

সাৱধান! দাঁতৰ বিষৰ পৰাও হ’ব পাৰে হৃদতন্ত্ৰৰ ৰোগ : কিদৰ যত্ন ল’ব দাঁত দুপাৰিৰ? 

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 21, 2024 8:47 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দাঁতৰ বিষৰ সমস্যা আজিকালি অতি সাধাৰণ সমস্যা হৈ পৰিছে। দাঁতৰ বিষ আৰু ৰক্তক্ষৰণ আমাৰ দৈনন্দিন সংগী হৈ পৰিছে। ৮ বছৰৰ পৰা ৮০ বছৰলৈকে প্ৰায় সকল লোকেই দাঁতৰ সমস্যাত ভুগিবলৈ আৰম্ভ কৰিছে।

এফ ডি আই ৱৰ্ল্ড ডেণ্টেল ফেডাৰেচনৰ তথ্য অনুসৰি বিশ্বৰ প্ৰায় ৯০ শতাংশ জনসংখ্যাই জীৱনৰ কোনোবা এটা সময়ত দাঁতৰ সমস্যাত ভুগি থাকে। ভাৰততো দিনক দিনে বৃদ্ধি পাইছে মুখৰ কৰ্কট ৰোগীৰ সংখ্যা। অৱশ্যে মুখৰ স্বাস্থ্যৰ প্ৰতি কোনেও বিশেষ গুৰুত্ব নিদিয়ে।

Apply Now

জানেনে, মুখৰ স্বাস্থ্য কেৱল মুখতে সীমাবদ্ধ নহয়? আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য ইয়াৰ সৈতে জড়িত। শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে মুখৰ স্বাস্থ্যৰ সৈতে হৃদৰোগৰ সম্পৰ্ক আছে। অৰ্থাৎ মুখৰ ভিতৰত যদি কোনো সমস্যা থাকে তেন্তে ইয়াৰ বেয়া প্ৰভাৱ আপোনাৰ হৃদযন্ত্ৰত পৰিব।

ভালদৰে দাঁত ব্ৰাছ নকৰিলে দাঁতৰ আলু আৰু দাঁতত বেক্টেৰিয়া জমা হয়। এই বীজাণুবোৰ আমাৰ তেজৰ লগত মিহলি হৈ শাৰীৰিক প্ৰদাহৰ সৃষ্টি কৰে। কেতিয়াবা এই বেক্টেৰিয়াৰ ফলত ৰক্তবাহী নলীত তেজ জমা হয়। ইয়াৰ কাৰণে ৰক্ত সঞ্চালন ব্যাহত হয়। ইয়াৰ ফলত হৃদযন্ত্ৰৰ ওপৰত চাপ পৰে আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।

আপুনি শুনি আচৰিত হ’ব যে কেৱল দাঁত আৰু দাঁতৰ আলুৰ বাবেই হাৰ্ট এটেকৰ সম্ভাৱনা প্ৰায় ডেৰ ৩ গুণ বৃদ্ধি পায়। লগতে ধঁপাতজাতীয় সামগ্ৰী যেনে চিগাৰেট, বিড়িয়ে মুখগহ্বৰ আৰু হৃদযন্ত্ৰৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়।

বিশ্বৰ আন দেশতকৈ ভাৰতত মুখৰ কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি। গতিকে ধঁপাতজাতীয় সামগ্ৰী সেৱন কৰাসকলৰ বাবে ছমাহত কমেও এবাৰ মুখ পৰীক্ষা কৰাটো বাধ্যতামূলক।

দাঁতৰ সমস্যাৰ পৰা আঁতৰি থাকিবলৈ দিনটোত অন্ততঃ দুবাৰকৈ, দুমিনিটৰ বাবে ব্ৰাছ কৰা আৰু মিঠা খাদ্য কমকৈ খোৱাটো প্ৰয়োজনীয়। ইয়াৰ উপৰিও নিয়মীয়াকৈ চেকআপৰ প্ৰয়োজন। ধঁপাতজাতীয় সামগ্ৰী দাঁতৰ বাবে অতি ক্ষতিকাৰক।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ল’ৰা নৱজাতকৰ বাবে ৮ লাখ, টকা দিলেই কোলাত কেঁচুৱা! শিশু সৰবৰাহ চক্ৰ উৎখাত ৰাজধানীত

ল’ৰা নৱজাতকৰ বাবে ৮ লাখ, টকা দিলেই কোলাত কেঁচুৱা! শিশু সৰবৰাহ চক্ৰ উৎখাত ৰাজধানীত

June 21, 2026 11:14 am
‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

June 21, 2026 10:03 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 21, 2026 8:53 am
কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

June 21, 2026 8:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ল’ৰা নৱজাতকৰ বাবে ৮ লাখ, টকা দিলেই কোলাত কেঁচুৱা! শিশু সৰবৰাহ চক্ৰ উৎখাত ৰাজধানীত

ল’ৰা নৱজাতকৰ বাবে ৮ লাখ, টকা দিলেই কোলাত কেঁচুৱা! শিশু সৰবৰাহ চক্ৰ উৎখাত ৰাজধানীত

June 21, 2026 11:14 am
‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

June 21, 2026 10:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd