• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ দৌৰৰ পৰা আঁতৰি গ’ল বাইডেন; কোন হ’ব ডেম’ক্ৰেটৰ প্ৰাৰ্থী?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 22, 2024 9:12 am
আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। ফটোঃ সংগ্ৰহীত।

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাপত পৰি পিছুৱাই গ’ল আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। অৱশেষত ৰাষ্ট্ৰপতি পদৰ দৌৰৰ পৰা আঁতৰি আহিল। ছ’চিয়েল মিডিয়াত চমু প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ডেম’ক্ৰেটিক দলৰ বৰ্ষীয়ান নেতাগৰাকীয়ে কয় যে মই দল আৰু দেশৰ স্বাৰ্থত নিজকে আঁতৰাই আনিলো।

৮১ বছৰীয়া বাইডেনক মনোনীত কৰিবলৈ তেওঁৰ দলে দ্বিধাবোধ কৰিছিল। ইয়াৰ মাজতে জনা গৈছিল যে শাৰীৰিক কাৰণত বাইডেনৰ পৰিয়ালে তেওঁক পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো নিবিচাৰে।ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীয়ে শেষ মুহূৰ্তত ডেম’ক্ৰেট শিবিৰ সলনি কৰিব পাৰে বুলি জল্পনা-কল্পনা চলিছিল। বাস্তৱতে সেইটোৱেই ঘটিল।

দেওবাৰে এক্স হেণ্ডেলত এটা পোষ্ট দিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। তাত তেওঁ সমৰ্থকসকলক কয় যে তেওঁ ২০২৫ চনৰ জানুৱাৰী মাহলৈকে ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত থাকিব। অৱশ্যে ৰাষ্ট্ৰপতি প্ৰাৰ্থীপদৰ পৰা প্ৰত্যাহাৰ কৰিছে নিজৰ নাম।

Apply Now

লগতে পঢ়কঃ গুৱাহাটীৰ ব্যৱসায়ীৰ মৃতদেহ উদ্ধাৰ; চতুৰ্থ পত্নীৰ বিৰুদ্ধে অভিযোগ তৃতীয় পত্নীৰ

বাইডেনে লিখিছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সন্মান। যেতিয়া সন্মুখত পুনৰ নিৰ্বাচন, তেনেক্ষেত্ৰত মই বিশ্বাস কৰোঁ যে দল আৰু দেশৰ স্বাৰ্থত নিজকে আঁতৰাই অনা আৰু ৰাষ্ট্ৰপতিৰ কাৰ্যকালৰ বাকী সময়ছোৱাত সকলো কৰ্তব্য দায়িত্বসহকাৰে পালন কৰাটোৱে সঠিক সিদ্ধান্ত।”

ৰাষ্ট্ৰপতি পদৰ দৌৰৰ পৰা বাইডেনৰ প্ৰস্থানে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ পথ প্ৰশস্ত কৰা বুলি অনুমান কৰা হৈছে। যদি কমলা দলৰ টিকট পাই নিৰ্বাচনত জয়ী হৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি হয়, দেশখনত ইতিহাস সৃষ্টি হ’ব। তেতিয়াই প্ৰথমগৰাকী ‘কৃষ্ণাংগ’ মহিলা ৰাষ্ট্ৰপতিৰ বাবে হোৱাইট হাউছৰ দুৱাৰ মুকলি হ’ব। আনহাতে, আমেৰিকাই প্ৰথমগৰাকী ভাৰতীয় বংশোদ্ভূত ৰাষ্ট্ৰপতি লাভ কৰিব।

My fellow Democrats, I have decided not to accept the nomination and to focus all my energies on my duties as President for the remainder of my term. My very first decision as the party nominee in 2020 was to pick Kamala Harris as my Vice President. And it’s been the best… pic.twitter.com/x8DnvuImJV

— Joe Biden (@JoeBiden) July 21, 2024

উল্লেখ্য যে কমলাৰ মাকৰ নাম শ্যামলা গোপালন। তামিলনাডুৰ এগৰাকী বাসিন্দা। পেছাত জীৱবিজ্ঞানী। অৱশ্যে ৮১ বছৰীয়া ডেম’ক্ৰেট নেতাগৰাকীয়ে নিজৰ উত্তৰাধিকাৰীৰ নাম ঘোষণা কৰা নাই। অৱশ্যে পোষ্টটোৰ সৈতে তেওঁ নিজৰ আৰু কমলাৰ এখন ছবি পোষ্ট কৰে। যিটো উংগিতপূৰ্ণ বুলি গণ্য কৰা হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd